PM Modi attends India Today Conclave 2024
March 16th, 08:00 pm
Addressing the India Today Conclave, PM Modi said that he works on deadlines than headlines. He added that reforms are being undertaken to enable India become the 3rd largest economy in the world. He said that 'Ease of Living' has been our priority and we are ensuring various initiatives to empower the common man.নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 17th, 05:38 pm
স্বাধীনতাৰ অমৃতকালত আজি দেশে বিকশিত ভাৰত নিৰ্মাণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতৰ প্ৰান্তীয় লোকসকলক সুবিধা প্ৰদান কৰাটো ক্ষিপ্ৰতাৰে হৈছে, পৰিবহনৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ অন্ত পৰিছে, আমাৰ নিৰ্মাতা, আমাৰ উদ্যোগৰ সময় আৰু পইচা দুয়োটা ৰাহি হওক, একেদৰে আমাৰ যি কৃষিজাত সামগ্ৰী আছিল, বিলম্বৰ বাবে ক্ষতিগ্ৰস্ত হৈছিল৷ সেইবোৰৰ পৰা আমি কিদৰে মুক্তি লাভ কৰিম? এই সকলো বিষয়ৰ সমাধান বিচৰাৰ এক নিৰন্তৰ প্ৰয়াস চলি আছে আৰু তাৰে এটা স্বৰূপ হৈছে আজিৰ ৰাষ্ট্ৰীয় লজিষ্টিক নীতি আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ এই সকলো ব্যৱস্থাত সংস্কাৰৰ বাবে আৰু এই ক্ষেত্ৰত কাম কৰা চৰকাৰক পৃথক বিভাগৰ মাজতো এক সমন্বয় স্থাপন হ’ব৷PM launches National Logistics Policy
September 17th, 05:37 pm
PM Modi launched the National Logistics Policy. He pointed out that the PM Gatishakti National Master Plan will be supporting the National Logistics Policy in all earnest. The PM also expressed happiness while mentioning the support that states and union territories have provided and that almost all the departments have started working together.‘ইন-ফিনিটী ফ’ৰাম’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 03rd, 11:23 am
‘ইন-ফিনিটী ফ’ৰাম’ৰ উদ্বোধন কৰিবলৈ পাই, আপোনালোক সকলোকে ইয়ালৈ আদৰণি জনাবলৈ পাই মোৰ আনন্দ লাগিছে। ভাৰতত যে ‘ফিন-টেক’ৰ অপাৰ সম্ভাৱনা আছে ‘ইন-ফিনিটী ফ’ৰাম’য়ে সেই কথাকে প্ৰতীয়মান কৰে। ইয়ে এই কথাকো প্ৰতীয়মান কৰে যে সমগ্ৰ পৃথিৱীখনৰে কল্যাণ সাধনৰ ক্ষেত্ৰত ভাৰতৰ ‘ফিন-টেক’ৰ অপাৰ ক্ষমতা আছে।প্ৰধানমন্ত্ৰীয়ে ফিনটেকৰ ওপৰত এক চিন্তাশীল নেতৃত্ব মঞ্চ ইনফিনিটি ফ'ৰাম উদ্বোধন কৰে
December 03rd, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ফিনটেকৰ ওপৰত এক চিন্তাশীল নেতৃত্ব মঞ্চ ইনফিনিটি ফ'ৰাম উদ্বোধন কৰে।ই-ৰূপী ডিজিটেল লেনদেন সমাধানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 02nd, 04:52 pm
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমগ্ৰ দেশৰ সকলো ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, ৰাজ্যসমূহৰ মুখ্য সচিব, বিভিন্ন উদ্যোগ সংস্থাৰ সহযোগী সদস্য, ষ্টাৰ্ট আপ, ফিনটেক জগতৰ মোৰ যুৱ সহকৰ্মী, বেংকৰ জ্যেষ্ঠ বিষয়া আৰু মোৰ মৰমৰ ভাই-ভনীসকল,প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিজিটেল পৰিশোধ সমাধান 'ই-ৰূপী'
August 02nd, 04:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ই-ৰূপী' মুকলি কৰে, যিটো সঁচাকৈয়ে ব্যক্তিগত-নিৰ্দিষ্ট আৰু বস্তুনিষ্ঠ-নিৰ্দিষ্ট ডিজিটেল পৰিশোধ সমাধান। ই-ৰূপী প্ৰকৃততে ডিজিটেল পৰিশোধৰ বাবে এক নগদবিহীন আৰু অ-সম্পৰ্ক সঁজুলি।৩১.০১.২০২১ তাৰিখে ‘মন কী বাত ২.০’ৰ বিংশতম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত
January 31st, 10:39 am
এই মাহটোত ক্ৰিকেটৰ পথাৰৰ পৰাও ভাল খবৰ পোৱা হৈছে৷ আমাৰ ক্ৰিকেট দলে আৰম্ভণিতে হোৱা সমস্যাৰ পিছত অতুলনীয় প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াত ছিৰিজ জয় কৰিলে৷ আমাৰ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু টীমৱৰ্ক সঁচাকৈয়ে প্ৰেৰণাদায়ী৷ ইয়াৰ মাজতে দিল্লীত ২৬ জানুৱাৰীত ত্ৰিৰংগাৰ অপমান দেখি দেশবাসীয়ে দুখো পালে৷ আমি আগন্তুক সময়ছোৱা নতুন আশা আৰু নৱীনতাৰে পূৰ্ণ কৰিব লাগিব৷ আমি যোৱা বছৰ অসাধাৰণ সংযম আৰু সাহসৰ পৰিচয় দিলো৷ এই বছৰো আমি অধিক পৰিশ্ৰম কৰি নিজৰ সংকল্পসমূহ সিদ্ধ কৰিব লাগিব৷ আমি আমাৰ দেশক ক্ষীপ্ৰ গতিৰে আগুৱাই নিব লাগিব৷দিল্লী হ’ল ১৩০কোটিৰো অধিক লোকৰ অৰ্থনৈতিক আৰু কৌশলগত শক্তিৰ ৰাজধানী, ইয়াৰ মহানতা প্ৰতীয়মান স্পষ্ট হোৱা উচিতঃ প্ৰধানমন্ত্ৰ
December 28th, 11:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে দেশৰ সৰু-বৰ প্ৰত্যেকখন চহৰ ভাৰতৰ অৰ্থনীতিৰ কেন্দ্ৰস্থলত পৰিণত হ’ব। অৱশ্যে ৰাষ্ট্ৰীয় ৰাজধানী হিচাপে দিল্লীয়ে ২১শতিকাৰ ভাৰতৰ মহানতাক প্ৰতিফলিত কৰিব লাগিব। তেওঁ কয় যে এই প্ৰাচীন চহৰখনক আধুনিক কৰিবলৈ বহুতো প্ৰচেষ্টা হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশ সৰ্বপ্ৰথম চালকবিহীন মেট্ৰ’ ৰেলসেৱা আৰু নেচনেল কমন মোবিলিটী কাৰ্ড মুকলি কৰি এই কথা প্ৰকাশ কৰে।PM Elaborates ‘Ek Bharat Shreshtha Bharat’ Through Consolidation of Systems and Processes
December 28th, 11:02 am
The Prime Minister, Shri Narendra Modi, while inaugurating the first-ever driverless Metro operations today also launched the expansion of National Common Mobility Card to the Airport Express Line of Delhi Metro.Urbanization should not be seen as a challenge but used as an opportunity: PM Modi
December 28th, 11:01 am
Prime Minister Narendra Modi inaugurated India’s first-ever driverless train operations on Delhi Metro’s Magenta Line. National Common Mobility Card was expanded to the Airport Express Line of Delhi Metro, which was started in Ahmedabad last year.PM inaugurates India’s first-ever driverless train operations on Delhi Metro’s Magenta Line
December 28th, 11:00 am
Prime Minister Narendra Modi inaugurated India’s first-ever driverless train operations on Delhi Metro’s Magenta Line. National Common Mobility Card was expanded to the Airport Express Line of Delhi Metro, which was started in Ahmedabad last year.বিজেপি চৰকাৰে সদায়েই দৰিদ্ৰ আৰু মহিলাৰ কল্যাণৰ বাবে কাম কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী
February 04th, 03:09 pm
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷দিল্লীৰ দ্বাৰকাত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ প্ৰদান
February 04th, 03:08 pm
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷Social Media Corner 20th August
August 20th, 07:27 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!