
কলপক্কমত হোৱা কাৰ্যাৰম্ভৰ সাক্ষী হ’ল প্ৰধানমন্ত্ৰী
March 04th, 11:45 pm
তেওঁ কয় যে ব্যৱহাৰতকৈ অধিক ইন্ধন উৎপাদন কৰিব পৰা ‘ব্ৰিডাৰ ৰিয়েক্টৰ’-য়ে অৱশেষত ভাৰতৰ বিশাল ‘থোৰিয়াম ভাণ্ডাৰ’ৰ ব্যৱহাৰৰ পথ প্ৰশস্ত কৰিব।
তামিলনাডুৰ কল্পকামত থকা ভাৰতৰ প্ৰথমটো স্বদেশী ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰ (৫০০ মেগাৱাট) ঐতিহাসিক “কোৰ লোডিঙৰ শুভাৰম্ভণি”ৰ সাক্ষী হ’ল প্ৰধানমন্ত্ৰী
March 04th, 06:25 pm
ভাৰতৰ তিনি পৰ্যায়ৰ পাৰমাণৱিক কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ দ্বিতীয় পৰ্যায়ত প্ৰৱেশৰ চিহ্নিত কৰা এক ঐতিহাসিক মাইলৰ খুঁটিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কল্পকমত ভাৰতৰ প্ৰথমটো থলুৱা ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰ (৫০০ মেগাৱাট)ত “কোৰ লোডিং” আৰম্ভ হোৱাৰ সাক্ষী হয়৷