Cabinet accords approval for progressive expansion of Central Sector Scheme of 'Agriculture Infrastructure Fund'
August 28th, 05:32 pm
The Union Cabinet of India has approved the expansion of the Agriculture Infrastructure Fund (AIF), enhancing its scope to include more projects like community farming assets and integrated processing. This expansion aims to boost agricultural productivity, sustainability, and income by supporting viable farming projects and integrating renewable energy initiatives like PM-KUSUM.ডুংগৰপুৰৰ মহিলা উদ্যমীয়ে মহিলাসকলৰ মাজত সজাগতা বিয়পোৱাৰ নিজৰ উৎসাহেৰে প্ৰধানমন্ত্ৰীক প্ৰভাৱিত কৰে
January 18th, 04:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।তেলেংগানাৰ কৰিমনগৰৰ শিক্ষিত কৃষকে মিশ্ৰিত-কৃষিৰ দৃষ্টিভংগী গ্ৰহণেৰে তেওঁৰ উপাৰ্জন দুগুণ কৰিছে
January 18th, 03:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ মাধ্যেমেৰে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। সমগ্ৰ দেশৰ পৰা ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰিছিল। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰে।ডেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 25th, 11:30 am
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধনী যাত্রাৰ সূচনা কৰে
May 25th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে।Congress has only appeased in the name of governance: PM Modi
April 29th, 11:30 am
Prime Minister Narendra Modi today addressed mega public meetings in Karnataka’s Humnabad and Vijayapura. In the beginning of his address, the Prime Minister expressed gratitude, stating, I consider myself fortunate to commence this election rally from the district of Bidar, where I have been blessed before as well. He emphasized that the upcoming election was not solely about winning, but about elevating Karnataka to become the top state in the nation.PM Modi campaigns in Karnataka’s Humnabad, Vijayapura and Kudachi
April 29th, 11:19 am
Prime Minister Narendra Modi today addressed mega public meetings in Karnataka’s Humnabad and Vijayapura. In the beginning of his address, the Prime Minister expressed gratitude, stating, I consider myself fortunate to commence this election rally from the district of Bidar, where I have been blessed before as well. He emphasized that the upcoming election was not solely about winning, but about elevating Karnataka to become the top state in the nation.Northeast was only used as an ATM by Congress: PM Modi in Dimapur, Nagaland
February 24th, 11:03 am
Ahead of Nagaland Assembly Elections 2023, Prime Minister Narendra Modi addressed a public meeting at Dimapur in Nagaland today. PM Modi highlighted the constant endeavor of the central and Nagaland government that the state should grow by leaps and bounds. He said, “There is so much support for the BJP-NDPP government in Nagaland today because we are working day and night with a resolve for the rapid development of the North East.”PM Modi campaigns in Nagaland’s Dimapur
February 24th, 10:43 am
Ahead of Nagaland Assembly Elections 2023, Prime Minister Narendra Modi addressed a public meeting at Dimapur in Nagaland today. PM Modi highlighted the constant endeavor of the central and Nagaland government that the state should grow by leaps and bounds. He said, “There is so much support for the BJP-NDPP government in Nagaland today because we are working day and night with a resolve for the rapid development of the North East.”Cabinet approves Multi-State Cooperative Organic Society
January 11th, 03:40 pm
Cabinet approved a historic decision of setting up and promoting a national level cooperative society for organic products under the Multi State Cooperative Societies (MSCS) Act, 2002. The cooperative society will manage various activities related to organic sector by providing certified and authentic organic products. It will help in unlocking demand and consumption potential of organic products in domestic as well as in global markets.পানীৰ সন্দৰ্ভত সৰ্বভাৰতীয় ৰাজ্যিক মন্ত্ৰীসকলৰ বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
January 05th, 09:55 am
দেশৰ সকলো ৰাজ্যৰ জলমন্ত্ৰীৰে সৈতে প্ৰথম সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰাটো অতি উল্লেখযোগ্য কথা। আজি ভাৰতে অভূতপূৰ্ব কাম কৰি আছে আৰু জল সুৰক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰিছে। আমাৰ সাংবিধানিক ব্যৱস্থাত পানীৰ বিষয়টো ৰাজ্যৰ নিয়ন্ত্ৰণত আছে। দেশৰ ৰাজ্যসমূহে পানী সংৰক্ষণৰ বাবে কৰা প্ৰচেষ্টা সামগ্ৰিকভাৱে দেশৰ প্ৰেক্ষাপটত নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাত অতি সহায়ক হ’ব। এই সন্দৰ্ভত ‘২০৪৭ চনৰ ভিতৰত জল দৃষ্টিভংগী’য়ে অহা বছৰ অমৃত যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাত্ৰা সংযোজন কৰিব৷ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল সংৰক্ষণৰ বিষয়বস্তুৰ ওপৰত ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰথম সৰ্বভাৰতীয় বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
January 05th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল সংৰক্ষণ সন্দৰ্ভত ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰথমসৰ্বভাৰতীয় বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে 'ৱাটাৰ ভিজন@২০৪৭' আৰু মঞ্চৰ লক্ষ্য হৈছে বহনক্ষম উন্নয়ন আৰু মানৱ উন্নয়নৰ বাবে জলসম্পদ ব্যৱহাৰৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্য নীতি নিৰ্ধাৰণকাৰীসকলক একত্ৰিত কৰা।India is a rapidly developing economy and continuously strengthening its ecology: PM Modi
September 23rd, 04:26 pm
PM Modi inaugurated National Conference of Environment Ministers in Ekta Nagar, Gujarat via video conferencing. He said that the role of the Environment Ministry was more as a promoter of the environment rather than as a regulator. He urged the states to own the measures like vehicle scrapping policy and ethanol blending.PM inaugurates the National Conference of Environment Ministers of all States in Ekta Nagar, Gujarat
September 23rd, 09:59 am
PM Modi inaugurated National Conference of Environment Ministers in Ekta Nagar, Gujarat via video conferencing. He said that the role of the Environment Ministry was more as a promoter of the environment rather than as a regulator. He urged the states to own the measures like vehicle scrapping policy and ethanol blending.When you do natural farming, you serve Mother Earth: PM Modi to farmers
July 10th, 03:14 pm
PM Modi addressed a Natural Farming Conclave in Surat via video conferencing. The PM emphasized, “At the basis of our life, our health, our society is our agriculture system. India has been an agriculture based country by nature and culture. Therefore, as our farmer progresses, as our agriculture progresses and prospers, so will our country progress.”PM addresses Natural Farming Conclave
July 10th, 11:30 am
PM Modi addressed a Natural Farming Conclave in Surat via video conferencing. The PM emphasized, “At the basis of our life, our health, our society is our agriculture system. India has been an agriculture based country by nature and culture. Therefore, as our farmer progresses, as our agriculture progresses and prospers, so will our country progress.”প্রধানমন্ত্রীয়ে ১০ জুলাইত নেচাৰেল ফাৰ্মিং কনক্লেভত ভাষণ দিব
July 09th, 10:47 am
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ জুলাই, ২০২২ত দিনৰ ১১:০০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত এখন নেচাৰেল ফাৰ্মিং কনক্লেভত ভাষণ দিব।In the last eight years, government has worked on complete transformation of rail connectivity: PM
June 20th, 02:46 pm
The Prime Minister, Shri Narendra Modi inaugurated and laid the foundation stone of multiple rail and road infrastructure projects worth over Rs 27000 crore in Bengaluru today. Earlier, the Prime Minister inaugurated the Centre for Brain Research and laid the foundation Stone for Bagchi Parthasarathy Multispeciality Hospital at IISc Bengaluru.PM inaugurates and lays the foundation stone of multiple rail and road infrastructure projects worth over Rs 27000 crore in Bengaluru
June 20th, 02:45 pm
The Prime Minister, Shri Narendra Modi inaugurated and laid the foundation stone of multiple rail and road infrastructure projects worth over Rs 27000 crore in Bengaluru today. Earlier, the Prime Minister inaugurated the Centre for Brain Research and laid the foundation Stone for Bagchi Parthasarathy Multispeciality Hospital at IISc Bengaluru.ছিমলাত গৰিব কল্যান সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 31st, 11:01 am
হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত ৰাজেন্দ্ৰ জী, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰীযুত জয় ৰাম ঠাকুৰ জী, ৰাজ্যিক বিজেপিৰ সভাপতি, মোৰ পুৰণি সহকৰ্মী শ্ৰীযুত সুৰেশ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, সাংসদ, বিধায়ক, হিমাচলৰ সকলো জনপ্ৰতিনিধি৷ আজিও মোৰ জীৱনৰ এটা বিশেষ দিন আৰু সেই বিশেষ দিনটোত যদি মই এই দেৱভূমিক প্ৰণাম কৰাৰ সুযোগ পাওঁ তেন্তে ইয়াতকৈ ভাল জীৱন কি হ’ব পাৰে। ইমান বিশাল হাৰত মোক আশীৰ্বাদ দিবলৈ অহাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।