ৰাজ্যসভাৰ সাংসদ শ্ৰী শাৰদ পাৱাৰৰ সৈতে এটা কৃষক গোটে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
December 18th, 02:13 pm
ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শাৰদ পাৱাৰৰ সৈতে এটা কৃষক গোটে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।Maharashtra has witnessed the triumph of development, good governance, and genuine social justice: PM Modi
November 23rd, 10:58 pm
Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.PM Modi addresses passionate BJP Karyakartas at the Party Headquarters
November 23rd, 06:30 pm
Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.মহাৰাষ্ট্ৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 09th, 01:09 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি.পি. ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থসকল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীসকল, শ্ৰী দেৱেন্দ্ৰ ফাদনৱীজ জী, শ্ৰী অজিত পাৱাৰ জী, আন সকলো বিশিষ্ট ব্যক্তি আৰু মহাৰাষ্ট্ৰৰ মোৰ মৰমৰ ভাই-ভনীসকল...প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
October 09th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প উদ্বোধন কৰে। আজিৰ প্ৰকল্পসমূহৰ ভিতৰত আছে ‘ড০ বাবাচাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নাগপুৰ’ৰ উন্নীতকৰণ প্ৰকল্প আৰু ‘শিৰডী বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন’ৰ আধাৰশিলা স্থাপন। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ ১০ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্যাৰম্ভৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে মুম্বাইৰ ‘ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান’ (আইআইএছ) আৰু মহাৰাষ্ট্ৰৰ ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ (ভিএছকে) উদ্বোধন কৰে।স্বনিৰ্ভৰশীলতাৰ বাবে খাদ্য সুৰক্ষা আহৰণ কৰিব পৰাকৈ বহনক্ষম কৃষি আৰু কৃষোন্নতি যোজনা (কে ওৱাই)ক উত্সাহিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (পিএম-আৰকেভিওৱাই)লৈ অনুমোদন জনাইছে কেবিনেটে
October 03rd, 09:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত চলি থকা সকলো ‘কেন্দ্ৰীয় পৃষ্ঠপোষকতাযুক্ত আঁচনি’ (চিএছএছ)ক দুখন ‘আম্ব্ৰেলা’ আঁচনি, যেনে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’ (পিএম-আৰকেভিওৱাই)শীৰ্ষক এক ‘কেফেটেৰিয়া’ আঁচনি,আৰু ‘কৃষোন্নতি যোজনা’ (কে ওৱাই)ত যৌক্তিককৰণৰ বাবে কৃষি আৰু কৃষক কল্যাণ বিভাগ (ডিএ এণ্ড এফডব্লিউ)য়ে আগবঢ়োৱা প্ৰস্তাৱলৈ অনুমোদন জনায়। ‘পিএম-আৰকেভিওৱাই’-য়ে বহনক্ষম কৃষিক উত্সাহিত কৰিব, আনহাতে ‘কে ওৱাই’য়ে ‘খাদ্য সুৰক্ষা’ আৰু ‘কৃষিৰ স্বনিৰ্ভৰশীলতা’ নিশ্চিত কৰিব। সকলো উপাদানে বিভিন্ন উপাদানৰ দক্ষ আৰু কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰিবলৈ প্ৰযুক্তিৰ সুবিধা ল'ব।কেবিনেটে ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈকে ৰাষ্ট্ৰীয় খাদ্য তেল অভিযান– তৈলবীজৰ (এনএমইঅ’-তৈলবীজ)ত অনুমোদন জনায়
October 03rd, 09:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় খাদ্য তেল – তৈলবীজ (NMEO-Oilseeds)ক অনুমোদন জনাইছে, যি ঘৰুৱা তৈলবীজ উৎপাদনক প্ৰসাৰিত কৰিব আৰু খাদ্য তেলত আত্মনিৰ্ভৰশীলতা (আত্মনিৰ্ভৰ ভাৰত) অৰ্জন কৰাৰ লক্ষ্যৰে এক ঐতিহাসিক পদক্ষেপ। এই অভিযান ১০,১০৩ কোটি টকাৰ আৰ্থিক ব্যয়ৰে ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈ সাত বছৰৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:45 am
মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন
September 20th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ' (RE-INVEST) উদ্বোধন কৰে
September 16th, 11:30 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰস্থিত মহাত্মা মন্দিৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ’ (RE-INVEST) উদ্বোধন কৰে। ৩-দিনীয়া এই সন্মিলনত ভাৰতৰ ২০০ জিৱাটৰো অধিক সংস্থাপিত অ-জীৱাশ্ম ইন্ধন ক্ষমতাৰ উল্লেখযোগ্য কৃতিত্বৰ গুৰুত্বপূৰ্ণ অৱদানকাৰীসকলক সন্মান জনোৱা হয়। শ্ৰী মোদীয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী, ষ্টাৰ্ট-আপ আৰু উদ্যোগৰ প্ৰধান প্লেয়াৰসমূহৰ অত্যাধুনিক উদ্ভাৱনৰাজিক থূপাই প্ৰদৰ্শন কৰা প্ৰদৰ্শনীখনো প্ৰত্যক্ষ কৰে।PM Modi inaugurates 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat
September 16th, 11:11 am
Prime Minister Narendra Modi inaugurated the 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat. The summit celebrates India's achievement of over 200 GW of non-fossil fuel capacity. The PM said that India's persity, scale, capacity, potential and performance are all unique and pave the way for Indian solutions for global applications.PM Modi says all efforts will be made and decisions taken for the welfare of farmers
September 14th, 08:32 pm
The Prime Minister, Shri Narendra Modi emphasised the government’s commitment to boost farmers' income and rural jobs for the welfare of farmers.Cabinet approves the Digital Agriculture Mission today with an outlay of Rs. 2817 Crore, including the central share of Rs. 1940 Crore
September 02nd, 06:30 pm
The Union Cabinet Committee chaired by the Prime Minister Shri Narendra Modi approved the Digital Agriculture Mission today with an outlay of Rs. 2817 Crore, including the central share of Rs. 1940 Crore.Cabinet accords approval for progressive expansion of Central Sector Scheme of 'Agriculture Infrastructure Fund'
August 28th, 05:32 pm
The Union Cabinet of India has approved the expansion of the Agriculture Infrastructure Fund (AIF), enhancing its scope to include more projects like community farming assets and integrated processing. This expansion aims to boost agricultural productivity, sustainability, and income by supporting viable farming projects and integrating renewable energy initiatives like PM-KUSUM.কৃষকসকলৰ কল্যানৰ প্ৰতি আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী
August 12th, 11:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে তেওঁ চৰকাৰ কৃষকসকলৰ কল্যানৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ।Cabinet approves the Clean Plant Programme under Mission for Integrated Development of Horticulture
August 09th, 10:17 pm
The Union Cabinet, chaired by the Prime Minister Shri Narendra Modi, today approved the Clean Plant Programme (CPP) proposed by the Ministry of Agriculture and Farmers Welfare.আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 03rd, 09:35 am
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, আন্তৰ্জাতিক কৃষি অৰ্থনীতি পৰিষদৰ অধ্যক্ষ ড° মতীন কাইম, নিটি আয়োগৰ সদস্য শ্ৰী ৰমেশ জী, ভাৰত আৰু অন্যান্য দেশৰ কৃষি বিজ্ঞানী, গৱেষক, কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ সতীৰ্থসকল , বিশেষজ্ঞ আৰু অংশীদাৰসকল, ভদ্ৰমহিলাসকল,PM inaugurates the 32nd International Conference of Agricultural Economists
August 03rd, 09:30 am
Prime Minister Narendra Modi inaugurated the 32nd International Conference of Agricultural Economists, emphasizing the need for global cooperation in agriculture and the importance of sustainable farming practices. The PM also highlighted India's efforts in digital agriculture, water conservation, and soil health management.সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 22nd, 10:30 am
আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ৷ এই পবিত্ৰ দিনটোত এক গুৰুত্বপূৰ্ণ অধিৱেশন আৰম্ভ হৈছে আৰু শাওনৰ এই প্ৰথম সোমবাৰ উপলক্ষে দেশবাসীক বহুত বহুত শুভকামনা জনাইছোঁ৷সংসদৰ অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 22nd, 10:15 am
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে কয় যে ৬০ বছৰৰ ব্যৱধানত একেৰাহে তৃতীয় বাৰৰ বাবে এখন চৰকাৰ ক্ষমতালৈ আহিছে। তৃতীয় কাৰ্যকালৰ চৰকাৰে বাজেট স্থাপন কৰাটো দেশৰ এক গৌৰৱময় অনুষ্ঠান হিচাপে প্ৰত্যক্ষ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটখন অমৃত কালৰ এক মাইলৰ খুঁটি বাজেট আৰু চৰকাৰে এসময়ত দিয়া গেৰাণ্টিসমূহ বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয়, ‘এই বাজেটে বৰ্তমান চৰকাৰৰ আগন্তুক পাঁচ বছৰৰ দিশ নিৰ্ধাৰণ কৰিব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোনৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব।