উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 10th, 11:01 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী ড. আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য জী আৰু ব্ৰজেশ পাঠক জী, কেন্দ্ৰীয় কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী তথা লক্ষ্ণৌৰ প্ৰতিনিধি শ্ৰী ৰাজনাথ সিং জী, বিভিন্ন দেশৰ সন্মানীয় ব্যক্তিসকল, উত্তৰ প্ৰদেশৰ সকলো মন্ত্ৰী আৰু উদ্যোগটোৰ সন্মানীয় সদস্যসকল, গ্ল'বেল ইনভেষ্টাৰ ফ্ৰেটাৰ্নিটি, নীতি নিৰ্ধাৰক, কৰ্প’ৰেট নেতাসকল, লগতে গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটত অংশগ্ৰহণ কৰা সকলো সুধীবৃন্দ!প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ উদ্বোধন কৰে
February 10th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰছ ছামিট ২০২৩ উদ্বোধন কৰে। তেওঁ গ্লোবেল ট্ৰেড শ্ব'ৰ উদ্বোধন কৰে আৰু কাৰ্যসূচীটোৰ সময়ত ইনভেষ্ট ইউপি ২.০ মুকলি কৰে। উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য বিনিয়োগ সন্মিলন যিয়ে সমগ্ৰ বিশ্বৰ নীতি নিৰ্মাতা, উদ্যোগৰ নেতা, শিক্ষাবিদ, থিংক টেংক আৰু নেতাসকলক একত্ৰিত কৰি সামূহিকভাৱে ব্যৱসায়ৰ সুযোগ অন্বেষণ কৰিব আৰু অংশীদাৰীত্ব গঢ়ি তুলিব। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীখনো পৰিদৰ্শন কৰে।উত্তৰপ্রদেশৰ মীৰাটত মেজৰ ধ্যানচাঁদ ক্রীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
January 02nd, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 02nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া অনুবাদ
January 01st, 12:31 pm
উপস্থিত সকলো গণ্যমান্য ব্যক্তিক, প্ৰথমতে, মই মাতা বৈষ্ণো দেৱী চৌহদত সংঘটিত শোকাৱহ ঘটনাটোৰ প্ৰতি শোক প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে, যিসকল পদদলিত আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। মই উপ ৰাজ্যপাল মনোজ সিনহাজীৰ সৈতেও কথা পাতিছো। সাহায্যৰ কাম হাতত লোৱা হৈছে আৰু আহতসকলৰ চিকিৎসা কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী-কিষাণৰ দশম কিস্তি মুকলি কৰে
January 01st, 12:30 pm
তৃণমূল পৰ্যায়ৰ কৃষকসকলক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰতিশ্ৰুতি আৰু সংকল্পৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰে। ১০ কোটিৰো অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ ২০,০০০ কোটি টকা।জাতিৰ উদ্দেশ্যে প্রধানমন্ত্রীৰ ভাষণ
November 19th, 09:10 am
আজি দেৱ দীপাৱলিৰ পৱিত্র উৎসৱ। সেয়ে আজি গুৰুনানক দেৱজীৰ পৱিত্র পূণ্য প্রকাশ পৰব। মই সমগ্ৰ পৃথিৱীত সিঁচৰতি হৈ থকা সমস্ত দেশবাসীক এই পৱিত্র উৎসৱৰ আন্তৰিক শুভকামনা জনাইছো। এইটোও অত্যন্ত সুখকৰ যে দেৰ বছৰ বন্ধ থকাৰ পিছত কর্তাৰপুৰ চাহিব কৰিডৰ আকৌ মুকলি হৈছে।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক সম্বোধন কৰে
November 19th, 09:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত দেশক সম্বোধন কৰে।প্রধানমন্ত্রীয়ে ৰাইপুৰ, ছত্তিশগড়ত ৩৫বিধ বিশেষ গুণসম্পন্ন শস্য দেশৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া ভাষণৰ পাঠ
September 28th, 11:01 am
নমস্কাৰ জী! কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিংহ তোমৰ জী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেশ বঘেল জী, মন্ত্ৰীসভাৰ মোৰ অন্য সহযোগী শ্ৰী পুৰুষোত্তম ৰূপালা জী, শ্ৰী কৈলাশ চৌধৰী জী, ভগ্নী শোভা জী, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমণ সিংহ জী, বিৰোধী নেতা শ্ৰী ধৰ্ম লাল কৌশিক জী, কৃষি শিক্ষাৰে জড়িত সকলো ভিচি, ডাইৰেক্টৰছ, বৈজ্ঞানিক বন্ধু আৰু মোৰ মৰমৰ কৃষক ভাই আৰু ভনীসকল!দেশবাসীৰ নামত ৩৫প্ৰজাতিৰ বিশেষ গুনসম্পন্ন শস্য উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 28th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আজি বিশেষ গুনসম্পন্ন ৩৫বিধ শস্য দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৰায়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনির্মিত ভৱন দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কৃষি বিশ্ববিদ্যালয়সমূহ সেউজ চৌহদ বঁটাও বিতৰণ কৰে। ভিডিঅ’ কনফাৰেন্সযোগে তেওঁ কৃষকসকলৰ সৈতে ্ত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ লগতে ভাষণো আগবঢ়ায়৷পিএম কিষাণ সন্মান নিধিৰ অধীনত বিত্তীয় সুবিধাৰ কিস্তি প্ৰদান অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
August 09th, 12:31 pm
বিগত কেইবাদিনৰ পৰা চৰকাৰৰ পৃথক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে আলোচনা কৰি আহিছো৷ চৰকাৰে যি আঁচনি প্ৰস্তুত কৰিছে, তাৰ লাভালাভ জনসাধাৰণক কিদৰে প্ৰদান কৰিব পৰা যায়, সেয়া ভালদৰে জানিব বিচাৰিছো, যাতে জনসাধাৰণে প্ৰত্যক্ষভাৱে এই লাভ পাবলৈ সক্ষম হয়৷ এই কাৰ্যসূচীত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ মোৰ সতীৰ্থ সহযোগীবৃন্দ, দেশৰ বিভিন্ন ৰাজ্যৰ উপস্থিত মুখ্যমন্ত্ৰীসকল, উপ-ৰাজ্যপাল আৰু উপ-মুখ্যমন্ত্ৰীসকল, দেশৰ বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু দেশৰ বিভিন্ন ঠাইৰ ভাই-ভনীসকল,‘পিএম কিষাণ’-ৰ নৱম কিস্তিৰ ধন মোকলাই দিলে প্ৰধানমন্ত্ৰীয়ে; ১৯,৫০০কোটিৰো অধিক ধন প্ৰত্যক্ষ ভাবে প্ৰেৰণ কৰিলে ৯.৭৫কোটি হিতাধিকাৰী কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ
August 09th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’(পিএম-কিষাণ)ৰ অধীনত আদায় দিব লগা বিত্তীয় সহযোগিতাৰ পৰৱৰ্তি কিস্তিৰ ধন মোকলাই দিয়ে। এই কাৰ্যক্ৰমতে প্ৰধানমন্ত্ৰীয়ে একাংশ হিতাধিকাৰী খেতিয়কৰ সৈতেও বাৰ্তালাপ কৰে। ইয়াৰ জৰিয়তে ৯.৭৫কোটি হিতাধিকাৰী কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ ১৯,৫০০কোটিৰো অধিক ধন প্ৰত্যক্ষ ভাবে প্ৰেৰণ কৰাটো সম্ভৱ হয়। এয়া ‘পিএম কিষাণ’-ৰ জৰিয়তে খেতিয়কসকললৈ প্ৰদান কৰা নৱমটো কিস্তিৰ ধন।Development of Jammu and Kashmir is one of the biggest priorities of our Government: PM
December 26th, 12:01 pm
PM Modi launched Ayushman Bharat PM-JAY SEHAT to extend coverage to all residents of Jammu & Kashmir. The PM congratulated the people of Jammu and Kashmir for strengthening democracy. He said the election of the District Development Council has written a new chapter. He complimented the people for reaching the voting booth despite the cold and corona.PM Modi launches SEHAT healthcare scheme for Jammu and Kashmir
December 26th, 11:59 am
PM Modi launched Ayushman Bharat PM-JAY SEHAT to extend coverage to all residents of Jammu & Kashmir. The PM congratulated the people of Jammu and Kashmir for strengthening democracy. He said the election of the District Development Council has written a new chapter. He complimented the people for reaching the voting booth despite the cold and corona.Time has come for Brand India to establish itself in the agricultural markets of the world: PM Modi
December 25th, 12:58 pm
PM Narendra Modi released the next instalment of financial benefit under PM-KISAN Samman Nidhi through video conference. He added ever since this scheme started, more than 1 lakh 10 thousand crore rupees have reached the account of farmers.PM releases next instalment of financial benefit under PM Kisan Samman Nidhi
December 25th, 12:54 pm
PM Narendra Modi released the next instalment of financial benefit under PM-KISAN Samman Nidhi through video conference. He added ever since this scheme started, more than 1 lakh 10 thousand crore rupees have reached the account of farmers.Influence of Guru Nanak Dev Ji is distinctly visible all over the world: PM Modi during Mann Ki Baat
November 29th, 11:00 am
During Mann Ki Baat, PM Modi spoke on a wide range of subjects. He mentioned how in the last few years, India has successfully brought back many stolen idols and artifacts from several nations. PM Modi remembered Guru Nanak Dev Ji and said His influence is distinctly visible across the globe. He paid rich tributes to Sri Aurobindo and spoke at length about his Swadeshi philosophy. PM Modi highlighted the recent agricultural reforms and added how they have helped open new doors of possibilities for farmers.Ideology should never be put before national interest: PM Modi
November 12th, 06:31 pm
PM Narendra Modi unveiled a statue of Swami Vivekananda in JNU Campus, New Delhi through video conferencing. Addressing the programme, the Prime Minister said it is natural to be proud of one’s ideology but on the subjects of national interest, our ideology should be seen standing with the nation not against it.PM unveils statue of Swami Vivekananda at JNU Campus
November 12th, 06:30 pm
PM Narendra Modi unveiled a statue of Swami Vivekananda in JNU Campus, New Delhi through video conferencing. Addressing the programme, the Prime Minister said it is natural to be proud of one’s ideology but on the subjects of national interest, our ideology should be seen standing with the nation not against it.Once farmers of India become strong & their incomes increase, the mission against malnutrition will also garner strength: PM Modi
October 16th, 11:01 am
PM Modi released a commemorative coin of Rs 75 denomination, as a testament to India’s long-standing relationship with FAO. The PM also dedicated to the nation 17 newly developed biofortified varieties of 8 crops. PM Modi spoke at length about India’s commitment to ensuring Food Security Act translated into practice during coronavirus, emphasised the importance of MSP and government purchase for ensuring food security.