Voting for Congress means putting Haryana's stability and development at risk: PM Modi in Sonipat
September 25th, 12:48 pm
Initiating his speech at the Sonipat mega rally, PM Modi said, “As election day approaches, the Congress party is visibly weakening, struggling to maintain momentum, in stark contrast, the BJP is gaining widespread support throughout Haryana.” “The growing enthusiasm for the BJP is evident, with the people rallying behind the slogan – Phir Ek Baar, BJP Sarkar,” he further added.PM Modi addresses a massive gathering in Sonipat, Haryana
September 25th, 12:00 pm
Initiating his speech at the Sonipat mega rally, PM Modi said, “As election day approaches, the Congress party is visibly weakening, struggling to maintain momentum, in stark contrast, the BJP is gaining widespread support throughout Haryana.” “The growing enthusiasm for the BJP is evident, with the people rallying behind the slogan – Phir Ek Baar, BJP Sarkar,” he further added.হাৰিয়ানাৰ ৰেৱাৰীত উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 16th, 01:50 pm
বীৰৰ জন্মভূমি ৰেৱাৰীৰ পৰা সমগ্ৰ হাৰিয়ানালৈ ৰাম-ৰাম! যেতিয়াই মই ৰেৱাৰীলৈ আহো, বহুতো পুৰণি স্মৃতিয়ে মনত ভূমুকি মাৰেহি। ৰেৱাৰীৰ সৈতে মোৰ সম্পৰ্ক নিতান্তই পৃথক। মই জানো ৰেৱাৰীৰ মানুহে মোদীক বাৰুকৈয়ে ভাল পায়। আৰু অলপ আগতে মাত্ৰ মোৰ বন্ধু ৰাও ইন্দ্ৰজিৎ জীয়ে কোৱাৰ দৰে, মুখ্যমন্ত্ৰী মনোহৰ লালজীয়ে কোৱাৰ দৰে ২০১৩ চনত যেতিয়া ‘ভাৰতীয় জনতা পাৰ্টী’য়ে মোক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল, মোৰ প্ৰথম কাৰ্যসূচী ৰেৱাৰীত অনুষ্ঠিত হৈছিল আৰু সেই সময়ত ৰেৱাৰীয়ে ‘২৭২’ অতিক্ৰম কৰাৰ আশীৰ্বাদ দিছিল। আৰু আপোনালোকৰ সেই আশীৰ্বাদ বাস্তৱ হৈছিল। এতিয়াও মানুহে কৈছে যে মই আকৌ এবাৰ ৰেৱাৰীলৈ আহিছোঁ, গতিকে আপোনালোকৰ আশীৰ্বাদ হৈছে, এইবাৰ ৪০০ পাৰ, এন ডি এ চৰকাৰ ৪০০ পাৰ, অৰ্থাত এনডিএই ৪০০ অতিক্ৰম কৰি চৰকাৰ গঠন কৰিব।হাৰিয়ানাৰ ৰেৱাৰীত ৯,৭৫০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
February 16th, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ৰেৱাৰীত ৯৭৫০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে নগৰপৰিবহন, স্বাস্থ্য, ৰে’ল আৰু পৰ্যটন সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ খণ্ডলৈ সেৱা আগবঢ়াব। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে অনুষ্ঠিত কৰা প্ৰদৰ্শনীসমূহো পদব্ৰজে পৰিদৰ্শন কৰে।During Congress rule, nothing was done to empower Panchayati Raj institutions: PM Modi
August 07th, 10:37 pm
Today, PM Modi addressed the Kshetriya Panchayati Raj Parishad in Haryana via video conferencing. Addressing the gathering, the PM said, “Today, the country is moving forward with full enthusiasm to fulfill the resolutions of Amrit Kaal and to build a developed India. The PM said, District Panchayats hold tremendous potential to drive significant transformations in various sectors. In this context, your role as representatives of the BJP becomes exceptionally vital.PM Modi addresses at Kshetriya Panchayati Raj Parishad in Haryana
August 07th, 10:30 am
Today, PM Modi addressed the Kshetriya Panchayati Raj Parishad in Haryana via video conferencing. Addressing the gathering, the PM said, “Today, the country is moving forward with full enthusiasm to fulfill the resolutions of Amrit Kaal and to build a developed India. The PM said, District Panchayats hold tremendous potential to drive significant transformations in various sectors. In this context, your role as representatives of the BJP becomes exceptionally vital.India did not face vaccine hesitancy as seen in other countries because of the message from spiritual leaders: PM
August 24th, 11:01 am
PM Modi inaugurated state-of-the-art Amrita Hospital at Faridabad. He said that the hospital is a blend of modernity and spirituality and will become a medium of accessible and affordable treatment for needy patients.প্ৰধানমন্ত্ৰীয়ে ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতাল উদ্বোধন কৰে
August 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতালৰ উদ্বোধন কৰে। এই উপলক্ষে হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল, উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰ, শ্ৰী মাতা অমৃতানন্দময়ীও উপস্থিত আছিল।২৪ আগষ্টত হাৰিয়াণা আৰু পাঞ্জাৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
August 22nd, 01:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ আগষ্ট, ২০২২ত হাৰিয়াণা আৰু পাঞ্জাৱ ভ্ৰমণ কৰিব। সেইদিনা প্ৰধানমন্ত্ৰীয়ে দুখন চিকিত্সা প্ৰতিষ্ঠানৰ দ্বাৰ উন্মোচন কৰাৰ লগতে প্ৰতিষ্ঠান দুখন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। সেই দিনা দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীয়ে হাৰিয়াণাৰ ফৰিদাবাদত ‘অমৃতা হাস্পটাল’ৰ শুভ উদ্বোধন ঘোষণা কৰিব। তাৰ পিচতে তেওঁ চণ্ডীগড়ৰ ‘চাহিবজাদা অজিত্ সিং নগৰ’(মোহালী)লৈ যাব আৰু দুপৰীয়া প্ৰায় ২.১৫ বজাত মুল্লানপুৰত স্থাপন কৰা ‘হোমি ভাবা কেন্সাৰ হাস্পটাল তথা গৱেষণা প্ৰতিষ্ঠান’খন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।For us, infrastructure is not about 'Rajniti', it is a part of 'Rashtra Niti': PM Modi
November 25th, 01:06 pm
Prime Minister Narendra Modi laid the foundation Stone of Noida International Airport, Uttar Pradesh. He said, The new India of the 21st century is building one of the best modern infrastructure today. Better roads, better rail network, better airports are not just infrastructure projects but they transform the entire region, transforming people's lives completely.PM Modi lays the foundation Stone of Noida International Airport, Uttar Pradesh
November 25th, 01:01 pm
Prime Minister Narendra Modi laid the foundation Stone of Noida International Airport, Uttar Pradesh. He said, The new India of the 21st century is building one of the best modern infrastructure today. Better roads, better rail network, better airports are not just infrastructure projects but they transform the entire region, transforming people's lives completely.PM to lay the foundation stone of Noida International Airport on November 25
November 23rd, 09:29 am
Uttar Pradesh is poised to become the only state in India to have five international airports, as Prime Minister Shri Narendra Modi will lay the foundation stone of the Noida International Airport (NIA) in Jewar, Gautam Buddha Nagar, Uttar Pradesh on 25 November, 2021 at 1 PM.PM attends Rail Vikas Shivir, addresses Railway Officers
November 20th, 02:00 pm
The Prime Minister, Shri Narendra Modi, today attended the Rail Vikas Shivir in Surajkund. He was given thematic presentations on various aspects of the Railways, and later addressed the Railway Officers. Today was the third and concluding day of the Rail Vikas Shivir.Armed Forces Veterans greet PM for OROP
September 06th, 04:51 pm
Text of PM's address at the inauguration ceremony of Badarpur-Faridabad extension of Delhi Metro
September 06th, 04:43 pm
PM inaugurates Badarpur-Faridabad Metro Line
September 06th, 02:30 pm