
উত্তৰাখণ্ডৰ হাৰ্চিলত শীতকালীন পৰ্যটন কাৰ্যসূচীক সম্বোধন কৰি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 06th, 02:07 pm
কৰ্মঠ মুখ্যমন্ত্ৰী, মোৰ কনিষ্ঠ ভাই পুষ্কৰ সিং ধামী জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অজয় তামতা জী, ৰাজ্যিক মন্ত্ৰী সতপাল মহাৰাজ জী, মোৰ সতীৰ্থ সংসদ সদস্য তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ ভাট জী, সংসদত মোৰ সহযোগী মালাৰাজ্য লক্ষ্মী জী, বিধায়ক সুৰেশ চৌহান জী, লগতে উপস্থিত সকলো বিশিষ্ট ব্যক্তি, অতিথি আৰু মোৰ ভাই-ভনীসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।।
উত্তৰাখণ্ডৰ হৰচিলত শীতকালীন পৰ্যটন কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 06th, 11:17 am
উত্তৰাখণ্ডৰ হৰচিলত শীতকালীন পৰ্যটন কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰেক আৰু বাইক ৰেলীৰ ফ্লেগ অফ কৰে। লগতে মুখোৱা মা গংগাৰ শীতকালীন প্ৰবাসস্থলত পূজা অৰ্চনা কৰাৰ লগতে দৰ্শন কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ মানা গাঁৱৰ এই শোকাৱহ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে এই সংকটৰ সময়ত দেশৰ জনসাধাৰণে সংহতিৰে থিয় দিছে, যিয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অপৰিসীম শক্তি প্ৰদান কৰিছে।
ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে অহা ১২ জানুৱাৰীত বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ কৰিব
January 10th, 09:21 pm
স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি অহা ১২ জানুৱাৰীৰ পুৱা প্ৰায় ১০ বজাত, নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হ’বলগীয়া বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ সময়ত তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ গৰাকী যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰিব আৰু সমাৱেশত ভাষণো প্ৰদান কৰিব।উৰিষ্যাৰ ভুৱনেশ্বৰত ‘অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 09th, 10:15 am
ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল! ‘ভগৱান জগন্নাথ’ আৰু ‘ভগৱান লিঙ্গৰাজ’ৰ এই পবিত্ৰ ভূমিত মই সমগ্ৰ বিশ্বৰ পৰা অহা মোৰ ভাৰতীয় প্ৰবাসী পৰিয়ালসমূহক আদৰণি জনাইছোঁ। আৰম্ভণিতে গোৱা আদৰণি গীতটো, সমগ্ৰ বিশ্বৰ য'তেই ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব এই আদৰণি গীতটো ভৱিষ্যতে বাৰে বাৰে বজোৱা হ'বই বুলি মই ন-দি ক’ব পাৰো। আপোনালোকক অভিনন্দন। আপোনালোকৰ দলে এগৰাকী প্ৰবাসী ভাৰতীয়ৰ আবেগ সুন্দৰভাৱে প্ৰকাশ কৰিছে, আপোনালোকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে
January 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো প্ৰতিনিধি আৰু প্ৰবাসী লোকসকলক আদৰণি জনাই শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ ভিন্ন অনুষ্ঠানত উদ্বোধনী গীতটো পৰিবেশন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে গ্ৰেমী বঁটা বিজয়ী শিল্পী ৰিকি কেজ আৰু তেওঁৰ টীমটোক প্ৰশংসাৰে কয় যে প্ৰবাসী ভাৰতীয়ৰ আৱেগ আৰু অনুভৱৰ অনুৰণন ঘটা গীতটি আশ্চৰ্য্যকৰ।Prime Minister Narendra Modi to inaugurate Grameen Bharat Mahotsav 2025 in New Delhi
January 03rd, 05:56 pm
Prime Minister Shri Narendra Modi will inaugurate Grameen Bharat Mahotsav 2025 on 4th January, at around 11 AM, at Bharat Mandapam, New Delhi. He will also address the gathering on the occasion.৬ ডিচেম্বৰত অষ্টলক্ষ্মী মহোৎসৱ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
December 05th, 06:28 pm
উত্তৰ-পূৱ ভাৰতৰ সাংস্কৃতিক সজীৱতা প্ৰদৰ্শনৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ ডিচেম্বৰৰ বিয়লি প্ৰায় ৩ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰিব।মুম্বাইত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
August 30th, 12:00 pm
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ ‘গভৰ্ণৰ’ শ্ৰীযুত শক্তিকান্ত দাস জী, ক্ৰিছ গোপালকৃষ্ণন জী, নিয়ন্ত্ৰকসমূহৰ সদস্য, বিত্ত উদ্যোগসমূহৰ নেতা, ‘ফিনটেক’ আৰু ‘ষ্টাৰ্ট-আপ বিশ্ব’ৰ মোৰ সহকৰ্মীসকল, গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’ (জিএফএফ) ২০২৪ ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে
August 30th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইৰ জিঅ' বিশ্ব সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’ (জিএফএফ) ২০২৪ ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীখনো পদব্ৰজে পৰিদৰ্শন কৰে। ‘ভাৰতীয় পৰিশোধ পৰিষদ’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম’ আৰু ‘ফিনটেক কনভাৰ্জেঞ্চ কাউন্সিল’-য়ে যুটীয়াভাৱে ‘জিএফএফ’-ৰ আয়োজন কৰিছে আৰু ইয়াৰ লক্ষ্য হৈছে ‘ফিনটেক জগত’ত ভাৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰদৰ্শন কৰা আৰু খণ্ডটোৰ মুখ্য অংশীদাৰসকলক একত্ৰিত কৰা।প্ৰধানমন্ত্ৰীয়ে ভিডিএনকেএইচৰ ৰোচাটাম পেভিলিয়ন ভ্ৰমণ কৰে
July 09th, 04:18 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে মস্কোৰ অল ৰাছিয়ান এগজিবিচন চেন্টাৰ ভিডিএনকেএইচ ভ্ৰমণ কৰে।নতুন দিল্লীৰ ভাৰত টেক্স ২০২৪ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 26th, 11:10 am
কেবিনেটত থকা মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, দৰ্শনা জাৰ্দোশজী, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ কূটনীতিবিদ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, ফেশ্বন আৰু বস্ত্ৰ জগতৰ সৈতে জড়িত সকলো সহকৰ্মী, যুৱ উদ্যোগী, শিক্ষাৰ্থী, আমাৰ শিপিনী আৰু আমাৰ শিল্পী বন্ধু, মহিলা আৰু ভদ্ৰলোকসকল! ভাৰত মণ্ডপমত চলি থকা ভাৰত টেক্সলৈ আপোনালোক সকলোকে অভিনন্দন! আজিৰ এই অনুষ্ঠানটো নিজেই অতি বিশেষ। বিশেষ এইবাবেই যে ই ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ, ভাৰত মণ্ডপম আৰু যশোভুমিত দুয়োটা একেলগে হৈ আছে। আজি, ৩,০০০ ৰো অধিক প্ৰদৰ্শক... ১০০ খন দেশৰ প্ৰায় ৩,০০০ ক্ৰেতা... ৪০,০০০ৰো অধিক বাণিজ্য দৰ্শনাৰ্থী... একেলগে এই অনুষ্ঠানটোৰ সৈতে জড়িত। এই অনুষ্ঠানটোৱে বস্ত্ৰ পৰিৱেশতন্ত্ৰৰ সকলো অংশীদাৰ আৰু সেই লোকসকলক সমগ্ৰ মূল্য শৃংখলাটোৰ বাবে একত্ৰিত হ'বলৈ এখন মঞ্চ প্ৰদান কৰিছে।নতুন দিল্লীত ভাৰত টেক্স ২০২৪ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 26th, 10:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত টেক্স ২০২৪লৈ সকলোকে আদৰণি জনাই কয় যে আজিৰ এই অনুষ্ঠানটো বিশেষ কাৰণ ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ ক্ৰমে ভাৰত মণ্ডপম আৰু যশোভূমিত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। তেওঁ প্ৰায় ১০০খন দেশৰ ৩০০০ৰো অধিক প্ৰদৰ্শক আৰু ব্যৱসায়ী আৰু প্ৰায় ৪০,০০০ দৰ্শনাৰ্থীৰ সংগঠনক স্বীকাৰ কৰে, কিয়নো ভাৰত টেক্সে তেওঁলোক সকলোকে এক মঞ্চ প্ৰদান কৰিছে৷২ ফেব্ৰুৱাৰীত ভাৰতৰ সৰ্ববৃহৎ আৰু প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া গতিশীলতা প্ৰদৰ্শনী - ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ ২০২৪ত কাৰ্যসূচীত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
February 01st, 03:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সৰ্ববৃহৎ আৰু প্ৰথম গতিশীলতা প্ৰদৰ্শনী-ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ ২০২৪-২ ফেব্ৰুৱাৰী, ২০২৪ত বিয়লি ৪:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত এক কাৰ্যসূচীত ভাষণ আগবঢ়াব।