ক্ৰয়েচিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

ক্ৰয়েচিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

June 18th, 09:56 pm

ঐতিহাসিক আৰু সুন্দৰ চহৰ জাগ্ৰেবত মোক যি উষ্ম, উৎসাহ আৰু মৰমেৰে আদৰণি জনাইছে, তাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ক্ৰ’ৱেচিয়া চৰকাৰক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ ব্রিফিঙত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতিৰ অসমীয়া অনুবাদ

চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ ব্রিফিঙত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতিৰ অসমীয়া অনুবাদ

June 16th, 01:45 pm

আৰম্ভণিতেই মাননীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কালি চাইপ্ৰাছত ভৰি দিয়াৰ পৰাই ৰাষ্ট্ৰপতি আৰু এই দেশৰ জনসাধাৰণে প্ৰদৰ্শন কৰা মৰমে মোৰ হৃদয় স্পৰ্শ কৰিছে।

১৫ জুনৰ পৰা ১৯ জুনলৈ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

১৫ জুনৰ পৰা ১৯ জুনলৈ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

June 14th, 11:58 am

প্ৰধানমন্ত্ৰী মোদীয়ে ১৫-১৬ জুনত চাইপ্ৰাছ, ১৬-১৭ জুনত জি-৭ সন্মিলনৰ বাবে কানাডা আৰু ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছৰ সৈতে আলোচনাত মিলিত হ’ব আৰু লিমাছলত ব্যৱসায়িক নেতাসকলক সম্বোধন কৰিব৷ পিছত কানাডাত জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ দেশৰ নেতাৰ সৈতে মত বিনিময় কৰিব। ক্ৰ’ৱেচিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী প্লেনকোভিচৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব।

পৰ্তুগালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

November 19th, 06:08 am

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্তুগীজৰ প্ৰধানমন্ত্ৰী মহামহিম লুইছ মণ্টেনেগ্ৰোক সাক্ষাৎ কৰে। এইখন আছিল দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ চনৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী মণ্টেনেগ্ৰোৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনাই ভাৰত আৰু পৰ্তুগালৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক গভীৰ আৰু সুদৃঢ় কৰাৰ বাবে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মণ্টেনেগ্ৰোৱে প্ৰধানমন্ত্ৰী মোদীক তৃতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জনায়।

ভাৰত-পোলেণ্ড কৌশলগত অংশীদাৰিত্ব কাৰ্যকৰী কৰণৰ বাবে কাৰ্য পৰিকল্পনা (২০২৪-২০২৮)

August 22nd, 08:22 pm

২০২৪ চনৰ ২২ আগষ্টত ৱাৰ্ছত অনুষ্ঠিত আলোচনাৰ সময়ত ভাৰত আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা সহমতৰ ভিত্তিত আৰু কৌশলগত অংশীদাৰিত্ব স্থাপনৰ পিছৰে পৰা দ্বিপাক্ষিক সহযোগিতাৰ গতিশীলতাক স্বীকাৰ কৰি, দুয়োপক্ষই পাঁচ বছৰীয়া কাৰ্য পৰিকল্পনা প্ৰণয়ন কৰিবলৈ আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই কাৰ্য পৰিকল্পনাই ২০২৪-২০২৮ৰ সময়ছোৱাত তলত উল্লেখ কৰা ক্ষেত্ৰসমূহত অগ্ৰাধিকাৰ ভিত্তিত দ্বিপাক্ষিক সহযোগিতাৰ পথ প্ৰদৰ্শন কৰিব:

India- Poland Joint Statement “Establishment of Strategic Partnership”

August 22nd, 08:21 pm

At the invitation of PM Donald Tusk of Poland, PM Narendra Modi paid an official visit to Poland from August 21-22, 2024. The historic visit, came as both nations celebrate the 70th anniversary of their diplomatic relations. Recognizing their long-standing ties, reaffirming the deep-rooted bonds of friendship between their countries and peoples, and commitment to realizing the full potential of their ties, the two leaders decided to elevate India-Poland bilateral relations to the level of a Strategic Partnership.”

পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিজ্ঞপ্তি

August 22nd, 03:00 pm

মোহনীয়া ৱাৰশ্ব চহৰত উষ্ম আদৰণি, নিখুঁত আতিথ্য আৰু বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰী টাস্কলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি বহুদিন ধৰি ভাৰতৰ এগৰাকী পৰম বন্ধু হৈ আহিছে। ভাৰত আৰু পোলেণ্ডৰ মাজৰ বন্ধুত্ব সুদৃঢ়কৰণত আপুনি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰীক আদৰণি প্ৰধানমন্ত্ৰীৰ

December 17th, 08:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী ফ্লৰেন্স পাৰ্লীক সাক্ষাৎ কৰে।

ইউৰোপিয়ান সাংসদৰ সজাঁতী দলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

October 28th, 02:30 pm

ইউৰোপিয়ান সাংসদৰ এটা সঁজাতী দলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীৰ লোককল্যাণ মাৰ্গৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। ইউৰোপিয়ান সাংসদৰ দলটোৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰাৰম্ভিকতেই ভাৰত ভ্ৰমণ কৰি সংসদীয় ব্যৱস্থাৰ গুৰুত্বক এক সুন্দৰ সম্পৰ্কৰ মাজেৰে বান্ধি ৰাখিব খোজা প্ৰয়াসক প্ৰধানমন্ত্ৰীয়ে প্ৰসংশা কৰে।

Nari Shakti is breaking the barriers of society: PM during Mann Ki Baat

January 28th, 11:45 am

In the New Year's first 'Mann Ki Baat', Prime Minister Narendra Modi spoke about women empowerment, Swachhata, Jan Aushadhi Kendras and Padma Awards at length. The PM also remembered Mahatma Gandhi and said that he believed in only the mantra of peace and non-violence. The PM said that if we followed the path shown by him, it would be a fitting tribute to the Mahatma.

List of Agreements signed during 14th India-EU Summit in New Delhi

October 06th, 02:58 pm



Press statement by PM during India-EU Summit

October 06th, 02:45 pm

PM Narendra Modi met Mr. Donald Tusk, President of European Council and Mr. Jean-Claude Juncker, President, European Commission today and reviewed bilateral and strategic partnership. During the joint press statements, PM Modi expressed India's will to further enhance ties with the European Union at global level.

Prime Minister Modi meets Donald Tusk and Jean-Claude Juncker

November 15th, 11:57 pm