ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত ১২,৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
October 28th, 12:47 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম-জে এ ৱাই)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ হেল্থ কভাৰেজ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় যিয়েই নহওক কিয় হেল্থ কভাৰেজ প্ৰদান কৰাত সহায়ক হ’ব।কৰ্কট ৰোগ নিৰাময়ৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৱলীৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
September 01st, 08:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্কট ৰোগ নিৰাময়ৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে৷জয়পুৰ ‘চিপেট : পেট্ৰোকেমিকেলছ প্ৰযুক্তি প্ৰতিষ্ঠান’ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 30th, 11:01 am
কিছুবছৰ আগলৈকে দেশৰ চিকিত্সা ব্যৱস্থাৰ অৱস্থা কি আছিল আমি সকলোৱে দেখিছো। ২০০১চন, আজি মই, ২০বছৰৰ আগতে যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছিলো, চিকিত্সাৰ স্থিতি তাতো বহুত প্ৰত্যাহ্বানপূৰ্ণই আছিল। সেয়া লাগিলে চিকিত্সা আন্তঃগাঁথনিয়েই হওক, চিকিত্সা বিজ্ঞানৰ শিক্ষাই হওক, অথবা চিকিত্সা প্ৰদানৰ ব্যৱস্থাপনাই হওক, সকলো ক্ষেত্ৰতে দ্ৰুত গতিৰে কাম কৰাৰ প্ৰয়োজন আছিল। আমি সেই প্ৰত্যাহ্বান স্বীকাৰ কৰি লৈছিলো আৰু সকলোৱে মিলি পৰিস্থিতি সলোৱাৰ প্ৰয়াস কৰিছিলো। গুজৰাটত সেই সময়ত ‘মুখ্যমন্ত্ৰী অমৃতম যোজনা’ৰ অধীনত দুখীয়া পৰিয়ালক ২লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ কৰা হৈছিল। গৰ্ভৱতী মহিলাক হাস্পটালত প্ৰসৱ কৰোৱাৰ বাবে ‘চিৰঞ্জীৱি যোজনা’ৰ অধীনত উত্সাহিত কৰাৰ দিহা কৰা হৈছিল, যাৰ ফলত মাতৃ আৰু সন্তান উভয়ৰে জীৱন বচোৱাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিব পৰা গৈছিল। চিকিত্সাবিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰতো যোৱা দুটা দশকৰ অশেষ প্ৰয়াসৰ সুবাদত গুজৰাটে চিকিত্সা মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা প্ৰায় ৬গুণে বৃদ্ধি কৰিবলৈ সক্ষম হ’ল।জয়পুৰত চিপেটঃ ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জিৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
September 30th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে জয়পুৰত চিপেট : ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জি উদ্বোধন কৰে৷ তেওঁ ৰাজস্থানৰ বাঁশৱাড়া, ছিৰোহি, হনুমানগড় আৰু দৌছা জিলাত ৪খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷ প্রধানমন্ত্রীয়ে ৰাজস্থানৰ এই ৪খন চিকিৎসা মহাবিদ্যালয় আৰু চিপেট প্রতিষ্ঠানৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনায়৷ তেওঁ কয় যে ২০১৪ চনৰ পাছত ৰাজস্থানৰ বাবে ২৩খন চিকিৎসা মহাবিদ্যালয় অনুমোদন দিছে কেন্দ্রীয় চৰকাৰে আৰু ৭খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে আৰম্ভ কৰা হৈছে।তামিলনাডুৰ মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
January 27th, 11:55 am
দেশবাসীয়ে কালি ব্যাপক উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰিলে৷ আজি মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপনে চৰকাৰৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ নীতিক প্ৰতিফলিত কৰিছে৷মাডুৰাইত এইমছ মুকলি, দেশৰ প্ৰতিটো প্ৰান্তলৈ এইমছৰ সেৱা লৈ যোৱা হ’বঃ প্ৰধানমন্ত্ৰী
January 27th, 11:54 am
মাডুৰাই আৰু তামিলনাডুৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ স্বাস্থ্যসেৱা ব্যৱস্থালৈ বৃহৎ উদগণি কঢ়িয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে৷আগ্ৰাত উন্নত আৰু নিশ্চিত খোৱা পানী যোগানৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি গংগাজল প্ৰকল্
January 09th, 02:21 pm
আগ্ৰাৰ বিকাশ আৰু পৰ্যটন আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগ্ৰা চহৰ তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক সামৰি ২৯০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্প মুকলি কৰিছে৷10% reservation for the general category poor is a step in the right direction: PM Modi in Agra
January 09th, 02:21 pm
In Agra today, PM Modi launched civic projects worth Rs 2,980 crore. He launched the Gangajal project to provide better and more assured water supply and also laid the foundation stone for an Integrated Command and Control Centre for the Agra Smart City project.PM Modi addresses a public meeting in Khurda, Odisha
December 24th, 02:36 pm
Prime Minister Shri Narendra Modi addressed a public meeting in Khurda, Odisha. Addressing a rally, PM Modi said that the BJP government’s motto in Odisha is to ensure all round development of the state.ভূৱনেশ্বৰত আইআইটি মুকলি, আইআইএছইআৰ তথা উৰিষ্যাত অন্যান্য উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
December 24th, 01:40 pm
উৰিষ্যাৰ বিকাশৰ বাবে সমৰ্পিত ভাৱেৰে কাম কৰাৰ আমাৰ সংকল্পই আজি আন এক মাত্ৰা স্পৰ্শ কৰিলে৷ কিছু সময় পূৰ্বে ১৪ হাজাৰ কোটিতকৈও অধিক টকাৰ ব্যয়েৰে অনেকে প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা জনতালৈ উচৰ্গা কৰা হৈছে৷ এই প্ৰকল্পসমূহত উচ্চ শিক্ষা, স্বাস্থ্য, গেছ, পথ আৰু সাংস্কৃতিক গুৰুত্বৰ অনেক পৰিযোজনা অন্তৰ্ভুক্ত কৰা হৈছে৷ এই সকলো প্ৰকল্পই উৰিষ্যাৰ বিকাশ তথা ইয়াৰ জনতাৰ জীৱনক সৰল আৰু সুগম কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ বিকাশৰ এই সকলো প্ৰকল্পৰ বাবে আপোনালোক সকলোকে, উৰিষ্যাৰ প্ৰত্যেকজন ব্যক্তিকে অভিনন্দন জনাইছোঁ৷পাইকা বিদ্রোহৰ স্মাৰক ডাকটিকট আৰু মুদ্ৰা মুকলি প্ৰধানমন্ত্রীৰ; দেশবাসীৰ নামত উচৰ্গা কৰিলে ভূৱনেশ্বৰ আইআইটিৰ চৌহদ
December 24th, 01:40 pm
এই উপলক্ষে আইআইটি ভূৱনেশ্বৰ চৌহদত তেওঁ আজি পাইকা বিদ্রোহৰ স্মৃতি এটি স্মাৰক ডাকটিকট মুকলি কৰে৷ ওড়িশাত ১৮১৭ চনত ব্রিটিছ শাসনৰ বিৰোধিতাৰে পাইকা বিদ্রোহ হৈছিল।PM to visit Odisha on 24th December, 2018
December 23rd, 01:53 pm
The Prime Minister, Shri Narendra Modi, will visit Odisha on 24th December, 2018.ৰাঁচীত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত- পিএমজেএৱাই মুকলি
September 23rd, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীত স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত– প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা মুকলি কৰে৷ঝাৰখণ্ডৰ ৰাঁচীত আয়ুষ্মান ভাৰত-পিএমজেএৱাই মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 23rd, 01:30 pm
ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহোদয়া, ৰাজ্যৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ৰঘুবৰ দাস, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান জগত প্ৰসাদ নড্ডা মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষগৰ মোৰ সহযোগী আৰু এই ভূমিৰ সন্তান শ্ৰীমান সুদৰ্শন ভগত মহোদয়, কেন্দ্ৰত মোৰ সহযোগী জয়ন্ত সিনহা মহোদয়, নিটি আয়োগৰ সদস্য ডাঃ বি কে পাল, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰামচন্দ্ৰ চন্দ্ৰমুখী, সংসদৰ মোৰ সহযোগী শ্ৰীমান ৰামটহল চৌধুৰী মহোদয়, বিধায়ক শ্ৰীমান ৰামকুমাৰ পাহন মহোদয়, ইয়াত উপস্থিত সকলো মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত ঝাৰখণ্ডৰ মোৰ মৰমৰ ভাতৃ–ভগ্নীসকল৷Congress disrespected our brave Jawans, they are insensitive towards farmers: PM Modi
May 03rd, 01:17 pm
Addressing a public meeting at Kalaburagi, Karnataka PM Narendra Modi said that election in the state was going to decide the future of Karnataka. “It is about the safety of women, the wellbeing of farmers. Do not assume this is only about electing MLAs, it is way beyond that”, said the Prime Minister.PM Modi launched various projects at DLW Grounds in Varanasi, Uttar Pradesh
December 22nd, 12:34 pm
PM Narendra Modi laid foundation stone of the ESIC Super Speciality Hospital in Varanasi. He also inaugurated the new Trade Facilitation Centre and Crafts Museum. Speaking at the event, the PM said that land of Kashi is of spiritual importance and has tremendous tourism potential. He also urged that sports must be made an essential part of our lives.