ইণ্ডিয়ান স্পেচ এছ'চিয়েশ্যনৰ উদ্বোধন উপলক্ষে প্রধানমন্ত্রীৰ ভাষণ
October 11th, 11:19 am
আপোনালোকৰ পৰিকল্পনা, আপোনালোকৰ ভাবনা আৰু দূৰদৃষ্টিৰ কথা শুনি, আপোনালোকৰ সকলোৰে উৎসাহ আৰু উদ্দীপনা দেখি মোৰ উৎসাহ বাঢ়ি গৈছে।PM launches Indian Space Association
October 11th, 11:18 am
PM Narendra Modi launched Indian Space Association (ISpA). The PM stressed that there has never been such a decisive government in India as it is today. The major reforms that are happening in India today in the Space Sector and Space Tech are an example of this. He congratulated all of those present for the formation of the ISpA.PM Modi's remarks at the plenary session of SCO Summit
September 17th, 12:22 pm
At the plenary session of SCO Summit, PM Modi remarked, The 20th anniversary of the SCO is a suitable occasion to think about the future of the SCO. I believe that the biggest challenges in this area are related to peace, security and trust-deficit and the root cause of these problems is increasing radicalization. Recent developments in Afghanistan have made this challenge more apparent.প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ উত্তৰপ্ৰদেশৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠানত আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 05th, 01:01 pm
আজি আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই মোৰ যথেষ্ট আনন্দ লাগিছে৷ এইবাবেই আনন্দ হৈছে যে দিল্লীৰ পৰা পঠোৱা প্ৰতিটো খাদ্য একো একোজন হিতাধিকাৰীৰ থালি পাইছেগৈ৷ আনন্দ এই বাবেই হৈছে যে পূর্বৰ চৰকাৰৰ সময়ত উত্তৰপ্রদেশত দুখীয়া লোকসকলৰ বাবে আৱণ্টিত শস্য আধাতে লুণ্ঠন হৈছিল আৰু আজি সেই লুণ্ঠনৰ সকলো পথ বন্ধ। উত্তৰপ্রদেশত যিদৰে প্রধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনাক বাস্তবায়িত কৰা হৈছে সেইটোৱে নতুন উত্তৰপ্রদেশৰ পৰিচয়ক আৰু অধিক মজবুত কৰিছে। আজি আপোনালোকৰ সৈতে কথা পাতি মোৰ যথেষ্ট ভাল লাগিছে। যি সাহসৰে, যি বিশ্বাস লৈ আপোনালোকে কৈছে, যি সততা আপোনালোকৰ প্ৰতিটো শব্দত প্রস্ফুটিত হৈছে, তাৰ পৰা মই যথেষ্ট আনন্দিত হৈছো৷ আপোনালোকৰ বাবে কাম কৰাৰ উৎসাহ মোৰ মনত আৰু অধিক বৃদ্ধি পাইছে। আপোনালোকৰ সৈতে যিমানেই কথা নাপাতো লাগিলে, সেয়া যেন কম হ’ব। আহক, এতিয়া আজিৰ কাৰ্যসূচীক লৈ কথা পাতো!উত্তৰ প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
August 05th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে।ই-ৰূপী ডিজিটেল লেনদেন সমাধানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 02nd, 04:52 pm
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমগ্ৰ দেশৰ সকলো ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, ৰাজ্যসমূহৰ মুখ্য সচিব, বিভিন্ন উদ্যোগ সংস্থাৰ সহযোগী সদস্য, ষ্টাৰ্ট আপ, ফিনটেক জগতৰ মোৰ যুৱ সহকৰ্মী, বেংকৰ জ্যেষ্ঠ বিষয়া আৰু মোৰ মৰমৰ ভাই-ভনীসকল,প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিজিটেল পৰিশোধ সমাধান 'ই-ৰূপী'
August 02nd, 04:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ই-ৰূপী' মুকলি কৰে, যিটো সঁচাকৈয়ে ব্যক্তিগত-নিৰ্দিষ্ট আৰু বস্তুনিষ্ঠ-নিৰ্দিষ্ট ডিজিটেল পৰিশোধ সমাধান। ই-ৰূপী প্ৰকৃততে ডিজিটেল পৰিশোধৰ বাবে এক নগদবিহীন আৰু অ-সম্পৰ্ক সঁজুলি।