‘অভিযন্তা দিৱস’ উপলক্ষে ছাৰ এম বিশ্বেশ্বৰায়াক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 15th, 08:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অভিযন্তা দিৱস’ উপলক্ষে ছাৰ এম বিশ্বেশ্বৰায়াৰ অৱদানসমূহৰ কথা স্মৰণ কৰে। তেওঁ অনুষ্ঠানটোত সকলো অভিযন্তালৈকে শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছাৰ এম বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ

September 15th, 09:56 am

শ্ৰীমোদীয়ে এই উপলক্ষে সকলো পৰিশ্ৰমী অভিযন্তালৈও শুভেচ্ছা জ্ঞাপন কৰিছে।

গুজৰাটৰ গান্ধীনগৰত অখিল ভাৰতীয় শিক্ষা সংঘৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

May 12th, 10:31 am

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহকৰ্মী আৰু গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক সন্থাৰ সকলো সদস্য, দেশৰ প্ৰতিটো কোণৰ শিক্ষক, মহিলা আৰু ভদ্ৰলোকসকল। আপোনালোক সকলোকে মই নমস্কাৰ জনাইছো।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ গান্ধীনগৰত অখিল ভাৰতীয় শিক্ষা সংঘ অধিৱেশনত অংশগ্ৰহণ কৰে

May 12th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অখিল ভাৰতীয় শিক্ষা সংঘ অধিৱেশনত অংশগ্ৰহণ কৰে, যি হৈছে সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক ফেডাৰেচনৰ ২৯ সংখ্যক দ্বিবাৰ্ষিক সন্মিলন। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰ পৰিদৰ্শনো কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে শিক্ষকসকল শিক্ষাৰ ৰূপান্তৰৰ মূলতে আছে’।

অভিযন্তা দিৱস উপলক্ষে অভিযন্তাসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

September 15th, 09:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱসত অভিযন্তাসকলক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে অভিযন্তা দিৱসত ছাৰ এম বিশ্বেশ্বৰায়াৰ অভূতপূৰ্ব অৱদানকো স্মৰণ কৰিছে।

Focus on modernisation of infrastructure is driven by increasing ease of living for the people: PM

June 19th, 10:31 am

PM Modi dedicated to the nation the main tunnel and five underpasses of Pragati Maidan Integrated Transit Corridor Project. The PM called the project a big gift from the central government to the people of Delhi. He recalled the enormity of the challenge in completing the project due to the traffic congestion and the pandemic.

PM dedicates Pragati Maidan Integrated Transit Corridor project

June 19th, 10:30 am

PM Modi dedicated to the nation the main tunnel and five underpasses of Pragati Maidan Integrated Transit Corridor Project. The PM called the project a big gift from the central government to the people of Delhi. He recalled the enormity of the challenge in completing the project due to the traffic congestion and the pandemic.

India is the mother of democracy: PM Modi

September 15th, 06:32 pm

Vice President and Rajya Sabha Chairman, Shri M. Venkaiah Naidu, Prime Minister Shri Narendra Modi and Lok Sabha Speaker Shri Om Birla jointly launched Sansad TV. The Prime Minister termed the launch of Sansad TV a new chapter in the story of Indian democracy.

উপ- ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভা অধ্যক্ষই যুটীয়াভাৱে সংসদ টিভিৰ শুভাৰম্ভ কৰে

September 15th, 06:24 pm

উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সভাপতি শ্ৰী ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিড়লাই আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস উপলক্ষে যুটীয়াভাৱে সংসদ টিভিৰ শুভাৰম্ভ কৰে।

অভিযন্তা দিৱস উপলক্ষে অভিযন্তাসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

September 15th, 10:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে অভিযন্তাসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জনাইছে৷ তেওঁ লগতে জন্মবাৰ্ষিকী উপলক্ষে শ্ৰী এম বিশ্বেশ্বৰায়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁ খ্যাতিৰ স্মৰণ কৰে৷

অভিযন্তা দিৱসত অভিযন্তাসকলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী

September 15th, 07:36 pm

অভিযন্তা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অভিযন্তাসকলক শুভেচ্ছা জ্ঞাপন কৰে। অভিযন্তা দিৱসত সকলো অভিযন্তালৈ শুভেচ্ছা। ‘ছাৰ এম. বিশ্বেশ্বৰায়াৰ জন্ম জয়ন্তীত আমি তেওঁক স্মৰণ কৰিছোঁ। ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ অভিযন্তাসকলৰ অৱদানৰ বাবে ভাৰত গৌৰাৱান্বিত’ , প্ৰধানমন্ত্ৰীয়ে কয়।

বিহাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ

September 15th, 12:01 pm

আজি যি চাৰিটা যোজনাৰ উদঘাটন হৈছে তাত পাটনা চহৰৰ বেওৰ আৰু কৰম-লিচকত নৰ্দমা ব্যৱস্থাপনা প্লাণ্টৰ উপৰিও অমৃত যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানীৰ সৈতে জড়িত প্ৰকল্পও আছে৷ ইয়াৰোপৰি মুংগেৰ আৰু জমালপুৰত পানীৰ অভাৱ হ্ৰাস কৰিবলৈ জলাপুৰ্তি পৰিযোজনা আৰু মুজফৰপুৰত নমামি গংগেৰ অধীনত নদীৰ তীৰ উন্নয়ন আঁচনিৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে৷ নগৰৰ দৰিদ্ৰ, নগৰত বাস কৰা মধ্যবিত্ত লোকসকলক জীৱন সহজ কৰি তুলিবলৈ এই নতুন সুবিধাসমূহৰ বাবে আপোনালোকক অভিনন্দন জনাইছো৷

‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ ভিন্ন প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়

September 15th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। আজি উদ্বোধন কৰা চাৰিটা আঁচনিৰ ভিতৰত আছে বেউৰ আৰু পাটনা মহানগৰৰ কৰম-লীচকত মলজল প্ৰণালী প্লান্ট তথা ‘আমৰুট’ যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানী-সম্পৰ্কীয় প্ৰকল্প। ইয়োৰোপৰি, মাংগাৰ আৰু জামালপুৰত পানী যোগান প্ৰকল্প আৰু মুজাফ্ফৰপুৰত নমামী গংগাৰ অধীনত ৰিভাৰ ফ্ৰন্ট উন্নয়নৰ আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়।

Social Media Corner 15 September 2017

September 15th, 07:40 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

PM salutes engineers on Engineers' Day; pays tributes to Bharat Ratna, M. Visvesvaraya, on his birth anniversary

September 15th, 11:27 am

I salute all engineers on Engineers’ Day and appreciate their paramount role in the development of our nation. Tributes to Bharat Ratna M. Visvesvaraya on his birth anniversary. An exemplary engineer himself, he is a source of immense inspiration. -PM Narendra Modi

Social Media Corner 15th September

September 15th, 08:38 pm

Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

PM extends his wishes on Engineers Day

September 15th, 04:20 pm

Prime Minister Narendra Modi has extended his best wishes on Engineers Day. He also remembered Bharat Ratna M. Visvesvaraya on whose Birth Anniversary Engineers Day is observed in India. He also said M. Visvesvaraya is remembered and respected as a pioneering engineer.

PM greets engineers on Engineers' Day; pays tributes to Bharat Ratna, Shri M. Visvesvaraya, on his birth anniversary

September 15th, 04:32 pm