৩০.১০.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯৪ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, আমি এইমাত্ৰ পবিত্ৰ ছট পূজা, ভগৱান সূৰ্যৰ উপাসনাৰ বিষয়ে কথা পাতিলো। গতিকে আজি সূৰ্যৰ উপাসনা কৰাৰ লগতে তেওঁৰ আশীৰ্ব্বাদৰ বিষয়েও কিয়নো আলোচনা নকৰো! সূৰ্য ঈশ্বৰৰ এই আশীৰ্বাদ হৈছে - 'সৌৰ শক্তি'। সৌৰ শক্তি আজি এনে এক বিষয়, য'ত সমগ্ৰ বিশ্বই ইয়াৰ ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখিছে আৰু ভাৰতৰ বাবে, সূৰ্য ঈশ্বৰক কেৱল শতিকা ধৰি উপাসনা কৰাই নহয় ই আমাৰ জীৱন শৈলীৰ কেন্দ্ৰবিন্দুও হৈ আহিছে। আজি ভাৰতে নিজৰ পৰম্পৰাগত অভিজ্ঞতাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰি আছে, সেয়েহে আজি আমি সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত এখন হৈ পৰিছো। সৌৰ শক্তিয়ে আমাৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন কেনেদৰে সলনি কৰি আছে সেয়াও অধ্যয়নৰ বিষয়।Clear power dues: PM Modi urges states
July 30th, 12:31 pm
PM Modi participated in the Grand Finale marking the culmination of ‘Ujjwal Bharat Ujjwal Bhavishya – Power @2047’. He launched the Revamped Distribution Sector Scheme as well as launched various green energy projects of NTPC. Four different directions were worked together to improve the power system - Generation, Transmission, Distribution and Connection, the PM added.PM launches Power Sector’s Revamped Distribution Sector Scheme
July 30th, 12:30 pm
PM Modi participated in the Grand Finale marking the culmination of ‘Ujjwal Bharat Ujjwal Bhavishya – Power @2047’. He launched the Revamped Distribution Sector Scheme as well as launched various green energy projects of NTPC. Four different directions were worked together to improve the power system - Generation, Transmission, Distribution and Connection, the PM added.২৩ নৱেম্বৰত সাংসদসকলৰ বাবে বহুমহলীয়া ফ্লেট উদ্বোধন কৰিব প্রধানমন্ত্রীয়
November 21st, 04:28 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৩ নৱেম্বৰৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সাংসদসকলৰ বাবে নিৰ্মিত বহুমহলীয়া ফ্লেট উদ্বোধন কৰিব। লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা এই অনুষ্ঠানত উপস্থিত থাকিব।ইণ্ডিয়া এনাৰ্জী ফ’ৰাম উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুদিত পা
October 26th, 05:22 pm
এইবছৰৰ বিষয়টো অত্যন্ত প্ৰাসঙ্গিক – “পৰিৱৰ্তনশীল বিশ্বত ভাৰতৰ ইন্ধনৰ ভৱিষ্যৎ”। আমি আপোনালোকক নিশ্চিতকৈ ক’ব পাৰো যে ভাৰত, শক্তিৰে ভৰপুৰ! ভাৰতৰ ইন্ধন বা শক্তিখণ্ডৰ ভৱিষ্যৎ উজ্জ্বল আৰু সুৰক্ষিত। এই কথা মোৰ মনলৈ আহিছে আৰু সেই কথা আপোনালোকৰ সমূখত ব্যাখ্যা কৰিছো।চতুর্থ ইণ্ডিয়া এনার্জি ফ’ৰামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষ
October 26th, 05:19 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে চতুর্থ ইণ্ডিয়া এনার্জি ফ’ৰাম চেৰাউইকত উদ্বোধনী ভাষণ আগবঢ়ায়৷ চলিত বৰ্ষৰ এই ফ’ৰামৰ বিষয় “পৰিৱর্তনশীল বিশ্বত ভাৰতত ইন্ধনৰ ভৱিষ্যৎ।”‘আদিত্য বিৰলা গোষ্ঠী’ৰ সোণালী জয়ন্তী সমাৰোহত প্ৰধানমন্তীৰ বক্তব্য
November 03rd, 11:08 am
আদিত্য বিৰলা গোষ্ঠীৰ সুবৰ্ণ জয়ন্তী অৰ্থাত সোণালী জয়ন্তী উদযাপন কৰাৰ উদ্দেশ্যে আমি আহি সুবৰ্ণ ভূমি থাইলেণ্ডত উপস্থিত হৈছোহি। এয়া সঁচাকৈয়ে এক বিশেষ উপলক্ষ। আজিৰ এই বিশেষ মুহূৰ্তটোত মই আজি আদিত্য বিৰলা গোষ্ঠীৰ সকলো সদস্যকে অন্তৰৰ পৰা অভিনন্দন জনাইছো। থাইলেণ্ডত এই গোষ্ঠীোৱে বৰ সুন্দৰকৈ কাম কৰি আছে বুলি এইমাত্ৰ শ্ৰীযুত কুমাৰমংগলম বিৰলা ভাষণত শুনিাবলৈ পালো। বাণিজ্য জগতৰ অগ্ৰণী গোষ্ঠীটোৱে পৰিচালনা কৰাবাণিজ্যিক পৰিগঠনিয়ে সামগ্ৰীক ভাৱে এইখন দেশক বাৰুকৈয়ে উপকৃত কৰি আহিছে।Salient Points of PM’s Address at the Golden Jubilee Celebrations of Aditya Birla Group in Thailand
November 03rd, 10:32 am
We have gathered here to celebrate the Suvarna Jayanti or Golden Jubilee of the Aditya Birla Group in Suvarna Bhumi , ThailandPM Modi attends Aditya Birla Group's Golden Jubilee celebrations in Bangkok
November 03rd, 07:51 am
Prime Minister Shri Narendra Modi attended the celebrations marking 50 years of operation of Aditya Birla Group in Thailand today. Chairman of the Aditya Birla Group, Shri Kumar Mangalam Birla, expressed his gratitude to the Prime Minister for joining the Group’s Golden Jubilee Celebrations in Thailand.PM highlights 5 Big Trends for Global Business at Future Investment Initiative Forum in Riyadh!
October 29th, 07:21 pm
PM Modi delivered the keynote address at the Future Investment Initiative Forum in Riyadh, Saudi Arabia. The PM highlighted five major trends as the keys to future prosperity: the impact of technology, the importance of infrastructure, the revolution in human resources, care for the environment and business-friendly governance.অতি দৰিদ্ৰ লোকসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ মর্যাদাপূৰ্ণ জীৱনযাপন সুনিশ্চিত কৰাই মোৰ লক্ষ্যঃ প্ৰধানমন্ত্রী
October 29th, 07:20 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱ সাম্ৰাজ্যৰ ৰিয়াধত ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভ ফ’ৰাম(এফআইআই)ত মূল ভাষণ আগবঢ়ায়৷India's energy future has four pillars - Energy access, energy efficiency, energy sustainability & energy security: PM
April 11th, 10:50 am
Prime Minister Shri Narendra Modi has inaugurated 16th International Energy Forum (IEF16), the largest gathering of ministers from energy consuming, producing and transit countries, in New Delhi today.We want to move ahead from consumer protection towards best consumer practices & consumer prosperity: PM
October 26th, 10:43 am
Addressing the International Conference on Consumer Protection, PM Narendra Modi today said, “In our vision for a new India, we want to move ahead from only consumer protection towards best consumer practices and consumer prosperity. The focus is on consumer empowerment and ensuring consumer faces no difficulties.”Knowledge must come from all sides; we must keep our mind open to best practices across the world: PM at Akhil Bharatiya Prachaarya Sammelan
February 12th, 04:38 pm
PM addresses Akhil Bharatiya Prachaarya Sammelan
February 12th, 04:37 pm
Two Groups of Secretaries presents ideas and suggestions to PM
January 15th, 09:48 pm
First Group of Secretaries presents ideas and suggestions to PM
January 12th, 08:36 pm