
Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।
The insights from the QS World Future Skills Index are valuable as we move further on this journey towards prosperity and youth empowerment: PM
January 16th, 06:00 pm
The Prime Minister, Shri Narendra Modi has expressed his happiness as the QS World Future Skills Index ranks India 2nd for Digital Skills, ahead of Canada and Germany. This is heartening to see! Over the last decade, our Government has worked on strengthening our youth by equipping them with skills that enable them to become self-reliant and create wealth, Shri Modi remarked. Prime Minister Shri Modi stated that the insights from the QS World Future Skills Index are valuable as we move further on this journey towards prosperity and youth empowerment.৭৫ খন জিলাত ৭৫ টা ডিজিটেল বেংকিং ইউনিট দেশবাসীলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 16th, 03:31 pm
৭৫ টা ডিজিটেল বেংকিং ইউনিট মুকলি কৰাৰ উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জনাইছো। আজি দেশখনে আকৌ এবাৰ ডিজিটেল ইণ্ডিয়াৰ সম্ভাৱনা প্ৰত্যক্ষ কৰিছে। আজি দেশৰ ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিটৰ জন্ম হৈছে । মই এই অভিযানৰ সৈতে জড়িত সকলোকে, আমাৰ বেংকিং খণ্ডক, আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকক অভিনন্দন জনাইছো।৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিট ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 16th, 10:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিট (ডিবিইউ) ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে।Eight years of BJP dedicated to welfare of poor, social security: PM Modi
May 21st, 02:29 pm
Prime Minister Narendra Modi today addressed the BJP National Office Bearers in Jaipur through video conferencing. PM Modi started his address by recognising the contribution of all members of the BJP, from Founders to Pathfinders and to the Karyakartas in strengthening the party.প্রধানমন্ত্রী মোদীয়ে জয়পুৰত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাক সম্বোধন কৰে
May 20th, 10:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাক সম্বোধন কৰে। প্ৰতিষ্ঠাপকৰ পৰা পথ সন্ধানী আৰু দলক শক্তিশালী কৰা কাৰ্যকৰ্তাসকললৈকে, বিজেপিৰ সকলো সদস্যৰ অৱদানক স্বীকৃতি দি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে।শিক্ষা আৰু দক্ষতাৰ ক্ষেত্রত ২০২২ৰ কেন্দ্রীয় বাজেটৰ ইতিবাচক প্রভাবক লৈ এখন ৱেবিনাৰত প্রধানমন্ত্রীৰ ভাষণ
February 21st, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে শিক্ষা আৰু দক্ষতাৰ ক্ষেত্রত ২০২২ চনৰ কেন্দ্রীয় বাজেটৰ ইতিবাচক প্রভাবক লৈ আয়োজিত এখন ৱেবিনাৰত ভাষণ দিয়ে। এই উপলক্ষে একাধিক কেন্দ্রীয় মন্ত্রী, শিক্ষা, দক্ষতা উন্নয়ন, বিজ্ঞান, প্রযুক্তি তথা গৱেষণা ক্ষেত্রৰ সৈতে যুক্ত সংশ্লিষ্ট সকলো পক্ষই অংশগ্ৰহণ কৰে। বাজেটৰ আগত আৰু পিছত সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলাপ-আলোচনা আৰু পৰামর্শৰ বাবে নতুন যি ৰীতি আৰম্ভ হৈছে, তাৰ অঙ্গ হিচাবেই এই ৱেবিনাৰৰ আয়োজন।বাৰাণসীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
July 15th, 11:01 am
বহু সময়ৰ পিছত আপোনালোক সকলোকে মুখামুখিকৈ লগ পোৱাৰ সুযোগ পাইছো৷ কাশীৰ সকলো লোককে প্ৰণাম! আমাৰ সকলো লোকৰে দুখ পৰিহাৰ কৰা ভোলেনাথ, মাতা অন্নপূৰ্ণাৰ চৰণতো নত শিৰে সেৱা জনাইছো!বাৰাণসীত কেইবাটাও উন্নয়ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
July 15th, 11:00 am
বাৰাণসীত কেইবাটাও উন্নয়ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেখেতে উদ্বোধন কৰা ভিন্ন ৰাজহুৱা প্ৰকল্প আৰু কামৰ ভিতৰত আছেঃ বিএইচইউত এটি ১০০ বিচনাযুক্ত এমচিএইচ উইং, গোদৌলিয়াত মাল্টি-লেভেল পাৰ্কিং, গংগা নদীত পৰ্যটন উন্নয়নৰ অৰ্থে ৰ’-ৰ’ জাহাজ আৰু বাৰাণসী গাজীপুৰ ঘাইপথত তিনি লেনযুক্ত ফ্লাইঅ’ভাৰ ব্ৰীজ। প্ৰকল্পসমূহৰ মূল্য প্ৰায় ৭৪৪ কোটি টকা।প্ৰধানমন্ত্ৰীয়ে ১ জুলাইত 'ডিজিটেল ইণ্ডিয়া'ৰ সুফলভোগীৰ সৈতে বাৰ্তালাপ কৰিব
June 29th, 07:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ জুলাইত দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে 'ডিজিটেল ইণ্ডিয়া'ৰ সুফলভোগীসকলৰ সৈতে বাৰ্তালাপ কৰিব।প্রধানমন্ত্রীয়ে কিউএছ ৱৰ্ল্ড ইউনিভাৰছিটী ৰেংকিং ২০২২ৰ শীৰ্ষ ২০০ৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে আইআইটি বোম্বাই, আইআইটি দিল্লী আৰু আইআইএছচি বেংগালুৰুক অভিনন্দন জনায়
June 09th, 08:33 pm
প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিউএছ ৱৰ্ল্ড ইউনিভাৰছিটী ৰেংকিং ২০২২ৰ শীৰ্ষ ২০০ প্ৰতিষ্ঠানৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে আইআইটি বোম্বাই, আইআইটি দিল্লী আৰু আইআইএছচি বেংগালুৰুক অভিনন্দন জনাইছে।ক’ভিড প্রভাৱিত শিশুসকলক সাহায্য আৰু সবলীকৰণৰ লক্ষ্যৰে পিএম কেয়াৰ্ছ ফৰ চিল্ড্রেন আঁচনিৰ শুভাৰম্ভ
May 29th, 06:03 pm
Prime Minister Modi chaired an important meeting to discuss and deliberate on steps which can be taken to support children who have lost their parents due to COVID-19. All children who have lost both parents or surviving parent or legal guardian/adoptive parents due to COVID-19 will be supported under ‘PM-CARES for Children’ scheme.মান্নাতু পদ্মনাভনৰ পুণ্য তিথিত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
February 25th, 10:57 am
মান্নাতু পদ্মনাভনৰ পুণ্য তিথিত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।শ্বহীদ দিৱসত অসম আন্দোলনৰ শ্বহীদসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধা নিবেদ
December 10th, 07:39 pm
শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিছে।গ্ৰেণ্ড চেলেঞ্জৰ বাৰ্ষিক বৈঠক, ২০২০ত প্ৰধানমন্ত্ৰীৰ মূল ভাষণৰ পূৰ্ণ পা
October 19th, 08:31 pm
মেলিন্দা আৰু বিল গেটছ, মোৰ কেবিনেটৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন, সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকল, বিজ্ঞানী, উদ্ভাৱক, গৱেষক, ছাত্ৰ-ছাত্ৰী, বন্ধুসকল, গ্ৰেণ্ড চেলেঞ্জৰ এই ষষ্ঠদশ বাৰ্ষিক বৈঠকত আপোনালোক সকলোকে দেখি মই আনন্দিত হৈছো।‘গ্ৰেণ্ড চেলেঞ্জেছ বাৰ্ষিক সভা ২০২০’ত মূল ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়
October 19th, 08:30 pm
‘গোলকীয় প্ৰেক্ষাপটক জোকাৰি যোৱা মহামাৰীয়ে আমাক দলগত ভাবে কৰা কামৰ গুৰুত্বক পুনৰাই হৃদয়ংগম কৰালে’ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ‘বেমাৰে কোনো ভৌগলিক সীমাৰেখা চিনি নাপাই, বেমাৰে আনকি মানুহৰ ধৰ্ম-বিশ্বাস, জাত-পাত, লিংগ অথবা বৰ্ণৰ ভেদাভেদকো গণ্য নকৰে’। তেওঁ আৰু কয় ‘ইয়াৰে বহু সংখ্যক সংমণ প্ৰবণ আৰু আন কিছুমান আক’ অসংক্ৰণপ্ৰবণ যিয়ে মানৱ জীৱনক প্ৰভাৱিত কৰে। এক শক্তিশালী আৰু উজ্জীৱিত বৈজ্ঞানিক প্ৰতিষ্ঠানৰে সজ্জিত পৰিমণ্ডল ভাৰতৰ বাবে সম্পদ স্বৰূপ, বিশেষকৈ শেহতীয় কেবাটাও মাহত, ক’ভিড-১৯ৰে অব্যাহত যুঁজখনৰ সময়ত এই কথা পুনৰবাৰ প্ৰতীয়মান হৈছে’ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ‘তেওঁলোকে প্ৰতিৰোধৰে কৰা আসধ্য সাধনৰ জৰিয়তে সামৰ্থ্য বৰ্দ্ধন কাৰত সফল হৈছে’ বুলিও তেওঁ উল্লেখ কৰে।বেংক আৰু নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহৰ অংশীদাৰসকলক সৈতে চিন্তন বৈঠকত যোগদান কৰিব প্ৰধানমন্ত্রীয়ে
July 28th, 05:47 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ সন্ধিয়া বেংক আৰু নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহৰ অংশীদাৰসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব৷ বৈঠকত ভৱিষ্যতৰ কাৰ্যপন্থা নির্ধাৰণৰ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বিষয়ে আলোচনা কৰা হ’ব৷Government committed to ensuring justice for everyone: PM Modi
February 29th, 11:31 am
In the biggest ever “Samajik Adhikarta Shivir”, the Prime Minister Shri Narendra Modi today distributed Assistive Aids and Devices to nearly 27,000 Senior Citizens & Divyangjan at a mega distribution camp at Prayagraj, Uttar Pradesh.PM Modi addresses Samajik Adhikarita Shivir in Prayagraj, Uttar Pradesh
February 29th, 11:30 am
In the biggest ever “Samajik Adhikarta Shivir”, the Prime Minister Shri Narendra Modi today distributed Assistive Aids and Devices to nearly 27,000 Senior Citizens & Divyangjan at a mega distribution camp at Prayagraj, Uttar Pradesh.