
জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা বিশ্ববাসীৰ
April 24th, 03:29 pm
২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ নেতাসকল ঐক্যবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰতিশ্ৰুতি দিয়ে যে “ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক পৃথিৱীৰ পৰাই নিৰ্মূল কৰিব।”
প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণ: কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু এআই সহযোগিতাত অগ্ৰণী ভূমিকা পালন
February 13th, 03:06 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া ফ্ৰান্স আৰু আমেৰিকাৰ কূটনৈতিক ভ্ৰমণে ভাৰতৰ বিশ্ব মিত্ৰতা শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে, য’ত কৃত্ৰিম বুদ্ধিমত্তা (এআই), অৰ্থনৈতিক সংস্কাৰ আৰু ঐতিহাসিক সম্পৰ্কক সন্মান জনোৱাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। এই বিস্তৃত ভ্ৰমণে দায়িত্বশীল এআই বিকাশ, অৰ্থনৈতিক সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে।
PM Modi and President of France jointly inaugurate the Consulate General of India in Marseille
February 12th, 05:29 pm
PM Modi and President Emmanuel Macron inaugurated the Consulate General of India in Marseille. The new Consulate will boost economic, cultural, and people-to-people connections across four French regions. PM Modi deeply appreciated President Macron’s special gesture, as both leaders received a warm welcome from the Indian diaspora.ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি মাজাৰ্গেছৰ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন
February 12th, 04:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আজি পুৱা মাৰ্চেইলৰ মাজাৰগুৱেছ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰুৱা ভাৰতীয় জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই শ্বহীদসকলৰ বলিদানক সন্মান জনাই মাল্যাৰ্পণ কৰে।প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰে
February 12th, 03:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কালি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিমানেৰে পেৰিছৰ পৰা মাৰ্চেইললৈ বিমান যাত্ৰা কৰে। এই বিমান যাত্ৰাই দুয়োজন নেতাৰ ব্যক্তিগত সম্পৰ্কক প্ৰতিফলিত কৰে। তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক তথা মূল বিশ্বজনীন আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত সবিস্তাৰে আলোচনা কৰে। মাৰ্চেইল পোৱাৰ পিছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। যোৱা ২৫ বছৰত বহুমুখী সম্পৰ্কলৈ ক্ৰমাগতভাৱে বিকশিত হোৱা ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰতি নেতাদ্বয়ে নিজৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 12th, 03:22 pm
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰে। ২০২৫ চনৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত ফ্ৰান্স আৰু ভাৰতে ব্লেচলি পাৰ্ক (২০২৩ চনৰ নৱেম্বৰ) আৰু ছিউল (২০২৪ চনৰ মে’) সন্মিলনৰ সময়ত লাভ কৰা গুৰুত্বপূৰ্ণ কৃতিত্বক গঢ়ি তুলিবলৈ কৃত্ৰিম বুদ্ধিমত্তা কাৰ্য সন্মিলনৰ সহ-অধ্যক্ষতা হিচাপে কাম কৰে। এই সন্মিলনত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নেতা, ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ মুৰব্বী, শিক্ষাবিদ, বেচৰকাৰী সংস্থা, শিল্পী আৰু নাগৰিক সমাজৰ সদস্যসকল উপস্থিত থাকে। তেওঁলোকে বিশ্বজুৰি এআই খণ্ডই যাতে জনস্বাৰ্থত লাভজনক সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত ফলাফল লাভ কৰে তাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত এআই কাৰ্য সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনায়। পৰৱৰ্তী এআই সন্মিলন আয়োজন কৰাৰ বাবে ফ্ৰান্সে ভাৰতক অভিনন্দন জনায়।The foundation of India - France friendship is based on the spirit of deep trust, innovation, & public welfare: PM at India-France CEO Forum, Paris
February 12th, 12:45 am
Giving a boost to business ties between India and France, PM Modi and President Macron attended the CEO Forum in Paris. The PM highlighted India's rise as a global economic powerhouse fueled by stability, reforms and innovation.চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 12th, 12:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ইমানুৱেল মেক্ৰ’ৱে আজি পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত যুটীয়াভাৱে ভাষণ দিয়ে। এই মঞ্চই প্ৰতিৰক্ষা, এৰ’স্পেচ, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, আন্তঃগাঁথনি, উন্নত উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জীৱন-বিজ্ঞান, সুস্থতা আৰু জীৱনশৈলী আৰু খাদ্য তথা আতিথ্যৰ দৰে খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়ো পক্ষৰে বিভিন্ন গোটৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক একত্ৰিত কৰে।পেৰিছৰ এ আই একচন ছামিটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ সামৰণি ভাষণ
February 11th, 05:35 pm
আজিৰ আলোচনাত সকলো অংশীদাৰৰ মাজত এক সমন্বিত দৃষ্টিভংগী আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰা হৈছে।India is building its own Large Language Model considering our diversity: PM Modi at AI Action Summit
February 11th, 03:15 pm
In his address during the AI Action Summit in Paris, PM Modi highlighted AI’s potential and the need for global governance to ensure ethical, inclusive, and responsible use. He stressed reducing biases, AI-driven innovation in health, education, and sustainability, and the importance of skilling for future jobs. PM Modi also showcased India’s leadership in AI adoption, digital infrastructure, and its commitment to a people-centric AI future.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত অনুষ্ঠিত হোৱা এআই একচন শীৰ্ষ সন্মিলনৰ সহ-অধ্যক্ষতা কৰে
February 11th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ সৈতে এআই একচন শীৰ্ষ সন্মিলনৰ সহ-অধ্যক্ষতা কৰে। সপ্তাহজোৰা এই শীৰ্ষ সন্মিলনখনৰ আৰম্ভ ৬-৭ ফেব্ৰুৱাৰীত বিজ্ঞান দিৱসৰ জৰিয়তে হয়, ইয়াৰ পিছত ৮-৯ ফেব্ৰুৱাৰীত সাংস্কৃতিক সপ্তাহান্ত অনুষ্ঠিত হয়। বিশ্বৰ ৰাজনীতিবিদ, নীতি নিৰ্ধাৰক আৰু উদ্যোগ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰা উচ্চ পৰ্যায়ৰ খণ্ডৰে সন্মিলনৰ সামৰণি পৰে।ফ্ৰান্সৰ পেৰিছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
February 10th, 10:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পূৰ্বে পেৰিছত উপস্থিত হয়। তেওঁৰ আগমনৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে এআই কাৰ্য সন্মিলন আৰু আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
February 10th, 12:00 pm
ৰাষ্ট্ৰপতি মেক্ৰ’ৰ আমন্ত্ৰণত মই ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰিম। পেৰিছত মই বিশ্বৰ নেতা আৰু বিশ্ব প্ৰযুক্তি খণ্ডৰ চিইঅ’সকলৰ সমাৱেশ এআই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰিবলৈ আগ্ৰহী, য’ত আমি উদ্ভাৱন আৰু বৃহত্তৰ জনসাধাৰণৰ মংগলৰ বাবে এআই প্ৰযুক্তিৰ সহযোগিতামূলক দৃষ্টিভংগীৰ ওপৰত সৰ্বাংগীন, সুৰক্ষিত আৰু বিশ্বাসযোগ্যভাৱে মতামত বিনিময় কৰিম।ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
January 27th, 11:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ‘মহামহিম’ ইমানুৱেল মেক্ৰন আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ‘মহামহিম’ মিচেল মাৰ্টিনক ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।Deeply saddened by the devastation caused by Cyclone Chido in Mayotte, France: Prime Minister
December 17th, 05:19 pm
Expressing grief over the devastation caused by Cyclone Chido in Mayotte, France, the Prime Minister Shri Narendra Modi today remarked that India stood in solidarity with France and is ready to extend all possible assistance. He expressed confidence that under President Emmanuel Macron’s leadership, France will overcome this tragedy with resilience and resolve.ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 19th, 05:26 am
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰে। জানুৱাৰীত উদযাপন কৰা গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতি মেক্ৰনে কৰা ভাৰত ভ্ৰমণত আৰু জুনত ইটালীত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনৰ আঁৰত তেওঁলোকৰ বৈঠকৰ পিছত এই বছৰত দুয়োগৰাকী নেতাৰ এইখন তৃতীয়খন বৈঠক আছিল।৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 09:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলে প্ৰদান কৰা শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷জি-৭ সন্মিলনৰ আঁৰত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 03:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ লয়। ইয়াত ৰাষ্ট্ৰপতি মেক্ৰনে প্ৰধানমন্ত্ৰী মোদীক একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্য্যভাৰ গ্ৰহণৰ বাবে উষ্ম শুভেচ্ছা জনায় আৰু ইয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।ঐতিহাসিক নিৰ্বাচনত পুনৰ নিৰ্বাচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন ৰাষ্ট্ৰপতি মেক্ৰ’ৰ
June 06th, 03:02 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ এটা ফোন কল লাভ কৰেCongress considers their family bigger than the nation: PM Modi in Kotputli
April 02nd, 03:33 pm
Launching the BJP-led NDA's campaign in Rajasthan’s Kotputli for the Lok Sabha polls, Prime Minister Narendra Modi reminisced about how he highlighted the magnificence of Jaipur a few days ago during the visit of the President of France. The PM said, “The first electoral rally of my Rajasthan campaign began in Dhundhar in 2019. Now, in 2024, the electoral campaign begins again from the same region. You have also made your decision – ‘Phir Ek Baar, Modi Sarkar’.”