ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ইণ্ডিয়াজ টেকেডঃ চিপছ ফৰ বিকশিত ভাৰত'ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 13th, 11:30 am

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী অশ্বিনী বৈষ্ণৱজী, ৰাজীৱ চন্দ্ৰশেখৰজীৰ লগতে অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী, টাটা গ্ৰুপৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰণ, চিজি পাৱাৰৰ অধ্যক্ষ ভেল্লায়ান চুব্বেয়াজী আৰু কেন্দ্ৰ, ৰাজ্য আৰু উদ্যোগৰ সৈতে জড়িত আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোক!

‘ইণ্ডিয়াজ টেকেড: চিপছ ফৰ বিকশিত ভাৰত’ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

March 13th, 11:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ‘ইণ্ডিয়া’জ টেকেড: চিপছ ফৰ বিকশিত ভাৰত’ কাৰ্যসূচীত ভাষণ আগবঢ়োৱাৰ লগতে প্ৰায় ১.২৫ লাখ কোটি টকাৰ তিনিটা অৰ্ধপৰিবাহী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আজি উদ্বোধন কৰা সুবিধাসমূহ হ’ল-গুজৰাটৰ ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল (ডিএছআইআৰ)ত অৰ্ধপৰিবাহী নিৰ্মাণৰ সুবিধা, অসমৰ মৰিগাঁৱত আউটচ’ৰ্চড অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ (অ’এছএটি)ৰ সুবিধা আৰু গুজৰাটৰ সানন্দত আউটচ’ৰ্চড অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ (অ’এছএটি)ৰ সুবিধা আদি।

ধাৰৱাড়ৰ ‘ইলেক্ট্ৰনিক মেনুফেকচাৰিং ক্লাষ্টাৰ’-য়ে ধাৰৱাড় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ লোকসকলক যথেষ্ট উপকৃত কৰিব: প্ৰধানমন্ত্ৰী

March 25th, 11:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ধাৰৱাড়ৰ ‘ইলেক্ট্ৰনিক মেনুফেকচাৰিং ক্লাষ্টাৰ’-য়ে ধাৰৱাড় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ লোকসকলক যথেষ্ট উপকৃত কৰিব। ই উৎপাদন আৰু উদ্ভাৱনৰ জগতখনত কৰ্ণাটকৰ উপস্থিতিক প্ৰসাৰিত কৰিব বুলিও শ্ৰী মোদীয়ে লগতে কয়।

'সেউজ বিকাশ' সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 23rd, 10:22 am

২০১৪ ৰপৰা ভাৰতৰ প্ৰতিখন বাজেটতে এটা নিৰ্দিষ্ট ধৰণ আছে। তেতিয়াৰেপৰা আমাৰ চৰকাৰৰ প্ৰতিখন বাজেটে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলাকৰণৰ লগতে নতুন যুগৰ সংস্কাৰ সাধনক উদ্দীপনা যোগাই আহিছে। সেউজ বিকাশ আৰু শক্তি পৰিৱৰ্তনৰ বাবে ভাৰতৰ কৌশলৰ তিনিটা মূল স্তম্ভ আছে। প্ৰথমতে, নবীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি; দ্বিতীয়তে, আমাৰ অৰ্থনীতিত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস আৰু তৃতীয়তে, দেশৰ ভিতৰত গেছ ভিত্তিক অৰ্থনীতিৰ দিশত ক্ষীপ্ৰতাৰে আগবঢ়া। এই কৌশলৰ অংশ হিচাপে পৰৱৰ্তী বাজেটসমূহত একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে, সেয়া ইথানল মিশ্ৰণেই হওঁক, পিএম-কুসুম আঁচনিয়েই হওঁক, সৌৰ উৎপাদনৰ বাবে ইনচেনটিভেই হওঁক, ছাদৰ ওপৰত সৌৰ আঁচনিয়েই হওঁক, কয়লা গেছীকৰণেই হওঁক বা বেটাৰী সংৰক্ষণেই হওঁক। এইবাৰৰ বাজেটতো উদ্যোগটোৰ বাবে সেউজ ক্ৰেডিট আছে আৰু কৃষকসকলৰ বাবে পিএম প্ৰণাম আঁচনিও আছে। গাঁওসমূহৰ বাবে গোবৰ ধন যোজনা আৰু চহৰ অঞ্চলৰ বাবে বাহন স্ক্ৰেপিং নীতি আছে। সেউজ হাইড্ৰজেনত গুৰুত্ব প্ৰদানৰ লগতে জলাশয় সংৰক্ষণৰ ওপৰতো সমানেই গুৰুত্ব আৰোপ কৰা হৈছে। সেউজ বিকাশ সন্দৰ্ভত এইবাৰৰ বাজেটত গ্ৰহণ কৰা ব্যৱস্থাৰাজি দৰাচলতে আমাৰ নৱ-প্ৰজন্মৰ এটি উজ্জ্বল ভৱিষ্যতৰ আধাৰশিলা।

বাজেটৰ পিছত অনুষ্ঠিত ৱে’বিনাৰত ‘সেউজ বিকাশ’ সন্দৰ্ভত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 23rd, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাজেটৰ পিছত অনুষ্ঠিত ৱে’বিনাৰত 'সেউজ বিকাশ' সন্দৰ্ভত ভাষণ প্ৰদান কৰে। ‘কেন্দ্ৰীয় বাজেট ২০২৩’-ত ঘোষণা কৰা পদক্ষেপসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ‘বাজেটৰ পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিতব্য’ ১২খনীয়া ৱে’বিনাৰ-শৃংখলাৰ এয়া হৈছে প্ৰথমখন বৈঠক।

The whole world is looking at India’s youth with hope: PM Modi

July 29th, 12:42 pm

PM Modi addressed the 42nd Convocation of Anna University in Chennai. The Prime Minister remarked, “The whole world is looking at India’s youth with hope. Because you are the growth engines of the country and India is the world’s growth engine.”

PM addresses 42nd Convocation of Anna University, Chennai

July 29th, 09:48 am

PM Modi addressed the 42nd Convocation of Anna University in Chennai. The Prime Minister remarked, “The whole world is looking at India’s youth with hope. Because you are the growth engines of the country and India is the world’s growth engine.”

গুজৰাটৰ গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পাঠ

July 04th, 10:57 pm

আজিৰ অনুষ্ঠানটোৱে একবিংশ শতিকাত ভাৰত ক্ৰমান্বয়ে আধুনিক হৈ পৰাৰ আভাস কঢ়িয়াই আনিছে। সমগ্ৰ বিশ্বৰ সন্মুখত ডিজিটেল ইণ্ডিয়া অভিযানৰ ৰূপত সমগ্ৰ মানৱতাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কিমান বৈপ্লৱিক, তাৰ উদাহৰণ ভাৰতে দাঙি ধৰিছে।

প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে

July 04th, 04:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰত 'নৱ ভাৰত প্ৰযুক্তি অনুপ্ৰেৰণা' বিষয়বস্তুৰে ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে। অনুষ্ঠানটোত তেওঁ প্ৰযুক্তিৰ প্ৰসাৰ বৃদ্ধি, জীৱন ধাৰণৰ সহজতা নিশ্চিত কৰাৰ বাবে সেৱা প্ৰদানক সুশৃংখল কৰাৰ লক্ষ্যৰে কেইবাটাও ডিজিটেল পদক্ষেপআৰম্ভ কৰে। তেওঁ চিপ টু ষ্টাৰ্টআপ (চিআইটিইউএছ) কাৰ্যসূচীৰ অধীনত সহযোগিতা কৰা ৩০ টা প্ৰতিষ্ঠানৰ প্ৰথম গোটটোঘোষণা কৰে।

সমগ্ৰ দেশতে ডিজিটেল ইণ্ডিয়াৰ বিভিন্ন পদক্ষেপৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

June 15th, 10:56 am

বিগত কিছুদিনৰ পৰা চৰকাৰৰ বিভিন্ন যোজনা হিতাধিকাৰীসকলৰ সৈতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিবলৈ, কথা পাতিবলৈ, তেওঁলোকৰ কথা শুনিবলৈ মোৰ সৌভাগ্য হৈছে আৰু মই এয়া ক’ব পাৰোঁ যে ই এক অতুলনীয় অনুভৱ৷ আৰু মই সদায়েই এই কাৰ্যৰ প্ৰতি আগ্ৰহী যে ফাইলৰ বাহিৰেও জীৱন এটা থাকে৷ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেয়া প্ৰত্যক্ষভাৱে জনসাধাৰণৰ পৰা শুনাৰ পিছত, তেওঁলোকৰ অভিজ্ঞতাসমূহ জনাৰ পিছত মনত সন্তোষ প্ৰাপ্ত হয়৷ কাম কৰাৰ শক্তি প্ৰাপ্ত হয়৷ আজি ডিজিটেল ইণ্ডিয়াৰ কিছুমান যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছোঁ৷

The movement towards more digital payments is linked to eliminating middlemen: PM Modi

June 15th, 10:56 am

Interacting with the befuddled of various Digital India efforts, PM Modi remarked that the motive of the initiative was to further the reach of technology, especially in rural areas.

Pradhan Mantri Awas Yojana is a way to help the poor realise their dreams: PM Modi in Chhattisgarh

February 21st, 10:51 am



PM in Naya Raipur

February 21st, 10:50 am