কেন্দ্ৰীয় কেবিনেটে দুবছৰৰ ভিতৰত ১০,৯০০ কোটি টকা ব্যয়ৰে পিএম ইলেক্ট্ৰিক ড্ৰাইভ ৰিভল্যুচন ইন ইনোভেটিভ ভেহিকেল এনহান্সমেণ্ট (পিএম ই-ড্ৰাইভ) আঁচনিৰ অনুমোদন দিয়ে
September 11th, 08:59 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে দেশত বৈদ্যুতিক যান-বাহনক উদ্গনি দিয়াৰ উদ্দেশ্যে ‘পিএম ইলেক্ট্ৰিক ড্ৰাইভ ৰিভল্যুচন ইন ইনোভেটিভ ভেহিকেল এনহান্সমেণ্ট (পিএম ই-ড্ৰাইভ) আঁচনি’ ৰূপায়ণৰ বাবে গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ (এমএইচআই)ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।প্ৰধানমন্ত্ৰীয়ে অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠকত পৌৰহিত্য কৰে
September 10th, 04:43 pm
আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত তেখেতৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বাতাবৰণ সম্পৰ্কে আলোচনা তথা গৱেষণা আৰু উন্নয়ন কাৰ্য্যক্ৰমৰ পুনৰ নিৰ্মাণত গুৰুত্ব আৰোপ কৰা হয়।ভাৰত-পোলেণ্ড কৌশলগত অংশীদাৰিত্ব কাৰ্যকৰী কৰণৰ বাবে কাৰ্য পৰিকল্পনা (২০২৪-২০২৮)
August 22nd, 08:22 pm
২০২৪ চনৰ ২২ আগষ্টত ৱাৰ্ছত অনুষ্ঠিত আলোচনাৰ সময়ত ভাৰত আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা সহমতৰ ভিত্তিত আৰু কৌশলগত অংশীদাৰিত্ব স্থাপনৰ পিছৰে পৰা দ্বিপাক্ষিক সহযোগিতাৰ গতিশীলতাক স্বীকাৰ কৰি, দুয়োপক্ষই পাঁচ বছৰীয়া কাৰ্য পৰিকল্পনা প্ৰণয়ন কৰিবলৈ আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই কাৰ্য পৰিকল্পনাই ২০২৪-২০২৮ৰ সময়ছোৱাত তলত উল্লেখ কৰা ক্ষেত্ৰসমূহত অগ্ৰাধিকাৰ ভিত্তিত দ্বিপাক্ষিক সহযোগিতাৰ পথ প্ৰদৰ্শন কৰিব:India- Poland Joint Statement “Establishment of Strategic Partnership”
August 22nd, 08:21 pm
At the invitation of PM Donald Tusk of Poland, PM Narendra Modi paid an official visit to Poland from August 21-22, 2024. The historic visit, came as both nations celebrate the 70th anniversary of their diplomatic relations. Recognizing their long-standing ties, reaffirming the deep-rooted bonds of friendship between their countries and peoples, and commitment to realizing the full potential of their ties, the two leaders decided to elevate India-Poland bilateral relations to the level of a Strategic Partnership.”পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিজ্ঞপ্তি
August 22nd, 03:00 pm
মোহনীয়া ৱাৰশ্ব চহৰত উষ্ম আদৰণি, নিখুঁত আতিথ্য আৰু বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰী টাস্কলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি বহুদিন ধৰি ভাৰতৰ এগৰাকী পৰম বন্ধু হৈ আহিছে। ভাৰত আৰু পোলেণ্ডৰ মাজৰ বন্ধুত্ব সুদৃঢ়কৰণত আপুনি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।Today's 21st century India is moving ahead on the path of development, proud of its old values and heritage : PM Modi in Poland
August 21st, 11:45 pm
Prime Minister Narendra Modi addressed the Indian Diaspora in Warsaw, Poland. The PM expressed that India's current global strategy emphasizes building strong international relationships and fostering peace. India’s approach has shifted to actively engaging with each nation. The focus is on enhancing global cooperation and leveraging India’s historical values of unity and compassion.পোলেণ্ডত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
August 21st, 11:30 pm
প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰীক পৰম উচ্ছ্বাসেৰে উষ্ণ আদৰণি জনায়। এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ পোলেণ্ড ভ্ৰমণ সুদীৰ্ঘ ৪৫ বছৰৰ পিছত হৈছে আৰু তেওঁ ভাৰত-পোলেণ্ড সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি আন্দ্ৰজেজ ডুডা আৰু প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁ কয় যে ‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে ভাৰত আৰু পোলেণ্ডৰ সৈতে ইয়াৰ অংশীদাৰী মূল্যবোধে দুয়োখন দেশক ঘনিষ্ঠ কৰি আহিছে।There's no semblance of good governance under TMC's rule in Bengal: PM Modi in Jadavpur
May 28th, 02:39 pm
Prime Minister Narendra Modi, in grand Jadavpur rally, vowed to combat corruption in Bengal and propel its culture and economy to new heights. Addressing the huge gathering, PM Modi said, “Today, India is on the path to becoming developed. The strongest pillar of this development is eastern India. In the last 10 years, the expenses made by the BJP Government in eastern India was never made in 60-70 years.PM Modi ignites massive Barasat & Jadavpur rallies, West Bengal
May 28th, 02:30 pm
Prime Minister Narendra Modi, in grand Barasat and Jadavpur rallies, vowed to combat corruption in Bengal and propel its culture and economy to new heights. Addressing the huge gathering, PM Modi said, “Today, India is on the path to becoming developed. The strongest pillar of this development is eastern India. In the last 10 years, the expenses made by the BJP Government in eastern India was never made in 60-70 years.তামিলনাডুৰ মাদুৰাইত অটোমোটিভ এমএছএমইৰ বাবে ডিজিটেল মবিলিটি ইনিচিয়েটিভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 27th, 06:30 pm
প্ৰথমে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো, কাৰণ আজি মোৰ অহাত কিছু পলম হৈছিল আৰু আপোনালোকে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। ৰাতিপুৱা সময়মতে দিল্লীৰ পৰা ওলাই আহিলোঁ, কিন্তু একাধিক অনুষ্ঠান কৰি প্ৰতিটোৰ বাবে ৫-১০ মিনিট বেছি সময় লাগে আৰু ফলত অন্তিমটো অনুষ্ঠানত ৰৈ থকাগৰাকীয়ে কষ্ট পায়। গতিকে এতিয়াও আপোনালোক সকলোৰে ওচৰত পলম হোৱাৰ বাবে ক্ষমা বিচাৰিছো।তামিলনাডুৰ মাদুৰাইত 'স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে
February 27th, 06:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ‘ক্ৰিয়েটিং দা ফিউশ্যাৰ – ডিজিটেল মবিলিটী ফৰ অটোমোটিভ এমএছএমই এণ্ট্ৰপ্ৰেনিউৰ্ছ'' (স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা')শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু যান-বাহন উদ্যোগ খণ্ডত কাম কৰা হাজাৰ হাজাৰ ‘ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ’ (এমএছএমই)ৰ উদ্যোগীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘গান্ধীগ্ৰাম প্ৰশিক্ষিত মহিলা উদ্যোগী’ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।The next 25 years are crucial to transform India into a 'Viksit Bharat': PM Modi
January 25th, 12:00 pm
PM Modi addressed the people of India at Nav Matdata Sammelan. He said, “The age between 18 to 25 shapes the life of a youth as they witness dynamic changes in their lives”. He added that along with these changes they also become a part of various responsibilities and during this Amrit Kaal, strengthening the democratic process of India is also the responsibility of India’s youth. He said, “The next 25 years are crucial for both India and its youth. It is the responsibility of the youth to transform India into a Viksit Bharat by 2047.”PM Modi’s address at the Nav Matdata Sammelan
January 25th, 11:23 am
PM Modi addressed the people of India at Nav Matdata Sammelan. He said, “The age between 18 to 25 shapes the life of a youth as they witness dynamic changes in their lives”. He added that along with these changes they also become a part of various responsibilities and during this Amrit Kaal, strengthening the democratic process of India is also the responsibility of India’s youth. He said, “The next 25 years are crucial for both India and its youth. It is the responsibility of the youth to transform India into a Viksit Bharat by 2047.”Prime Minister Narendra Modi to visit Gujarat
January 07th, 03:11 pm
Prime Minister Narendra Modi will visit Gujarat from 8-10 January 2024. On 9th January, the Prime Minister will arrive at Mahatma Mandir in Gandhinagar, where he will hold bilateral meetings with World Leaders, followed by a meeting with CEOs of top global corporations. Later during the day, he will inaugurate the Vibrant Gujarat Global Trade Show