মহাৰাষ্ট্ৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 09th, 01:09 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি.পি. ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থসকল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীসকল, শ্ৰী দেৱেন্দ্ৰ ফাদনৱীজ জী, শ্ৰী অজিত পাৱাৰ জী, আন সকলো বিশিষ্ট ব্যক্তি আৰু মহাৰাষ্ট্ৰৰ মোৰ মৰমৰ ভাই-ভনীসকল...

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

October 09th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প উদ্বোধন কৰে। আজিৰ প্ৰকল্পসমূহৰ ভিতৰত আছে ‘ড০ বাবাচাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নাগপুৰ’ৰ উন্নীতকৰণ প্ৰকল্প আৰু ‘শিৰডী বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন’ৰ আধাৰশিলা স্থাপন। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ ১০ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্যাৰম্ভৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে মুম্বাইৰ ‘ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান’ (আইআইএছ) আৰু মহাৰাষ্ট্ৰৰ ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ (ভিএছকে) উদ্বোধন কৰে।

ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

September 20th, 11:45 am

মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন

September 20th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।

INDI alliance was defeated in first phase of elections, & devastated in second: PM Modi in Beed

May 07th, 03:45 pm

Prime Minister Narendra Modi addressed public meeting in Beed, Maharashtra, rallying support for BJP and NDA ahead of the upcoming elections. Addressing the gathering, PM Modi emphasized the significant contributions of Maharashtra in development, cooperative movements, and the legacy of Balasaheb Vikhe Patil. He fondly remembered Balasaheb Vikhe Patil, acknowledging his role in the progress of the state.

PM Modi addresses public meetings in Ahmednagar & Beed, Maharashtra

May 07th, 03:30 pm

Prime Minister Narendra Modi addressed public meetings in Ahmednagar and Beed, Maharashtra, rallying support for BJP and NDA ahead of the upcoming elections. Addressing the gathering, PM Modi emphasized the significant contributions of Maharashtra in development, cooperative movements, and the legacy of Balasaheb Vikhe Patil. He fondly remembered Balasaheb Vikhe Patil, acknowledging his role in the progress of the state.

The INDI Alliance struggles with a lack of substantial issues: PM Modi in Wardha

April 19th, 06:00 pm

Prime Minister Narendra Modi attended & addressed a public meeting in Wardha, Maharashtra. The PM was enamoured by the audience. The PM too showered his love and admiration on the crowd.

Enthusiasts of Wardha, Maharashtra welcome PM Modi at a public meeting

April 19th, 05:15 pm

Prime Minister Narendra Modi attended & addressed a public meeting in Wardha, Maharashtra. The PM was enamoured by the audience. The PM too showered his love and admiration on the crowd.

সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ কনফাৰেন্সত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

January 27th, 04:00 pm

সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ সন্মিলনৰ বাবে আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। এই সন্মিলনে এইবাৰ বিশেষ তাৎপৰ্য বহন কৰিছে। ৭৫সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতে ইয়াৰ আয়োজন কৰা হৈছে। আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল। আমাৰ দেশৰ সকলো নাগৰিকৰ হৈ মই সংবিধান সভাৰ সমূহ সদস্যলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে অখিল ভাৰতীয় প্ৰিজাইডিং অফিচাৰৰ সন্মিলনত ভাষণ দিয়ে

January 27th, 03:30 pm

প্ৰধানমন্ত্ৰীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱস সমাৰোহৰ পিছত অনুষ্ঠিত হোৱা এই সন্মিলনৰ গুৰুত্বৰ ওপৰত জোৰ দি কয় যে এই সন্মিলনৰ বিশেষ তাৎপৰ্য আছে কিয়নো এয়া আমাৰ সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতেই অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সংবিধান সভাৰ সদস্যসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Maharashtra CM along with his family meets with Prime Minister at his residence

July 22nd, 10:13 pm

Chief Minister of Maharashtra, Eknath Shinde along with his family met with Prime Minister, Shri Narendra Modi at his residence in New Delhi.

মহাৰাষ্ট্ৰ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

November 03rd, 11:37 am

চৰকাৰী বিভাগত সামূহিকভাৱে দেশৰ যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ দিয়াৰ অভিযানত আজি মহাৰাষ্ট্ৰৰ নামো সংযোজন কৰা হৈছে। ধনতেৰাছৰ দিনা কেন্দ্রীয় চৰকাৰে ১০ লাখ চাকৰি প্রদানৰ অভিযান আৰম্ভ কৰিছিল৷ তেতিয়াই মই কৈছিলো যে আগন্তুক দিনত বিভিন্ন ৰাজ্য চৰকাৰেও একেধৰণৰ চাকৰি মেলাৰ আয়োজন কৰিব। এই শৃংখলাত আজি মহাৰাষ্ট্ৰৰ শতাধিক যুৱকক একেলগে নিযুক্তি পত্ৰ দিয়া হৈছে। আজি নিযুক্তি পত্ৰ পোৱা যুৱক-যুৱতীসকলক আন্তৰিক অভিনন্দন জনাইছো।

মহাৰাষ্ট্ৰৰ চাকৰি মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ

November 03rd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাযোগে মহাৰাষ্ট্ৰ চৰকাৰৰ চাকৰি মেলাত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ধনতেৰাছৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি মেলাৰ ধাৰণা আৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ১০ লাখ চাকৰি প্ৰদান কৰাৰ এইটো অভিযানৰ আৰম্ভণি আছিল। তেতিয়াৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুজৰাট আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ চাকৰি মেলাত ভাষণ দি আহিছে। ইমান কম সময়ৰ ভিতৰতে চাকৰি মেলাৰ সংগঠনৰ পৰা এইটো স্পষ্ট যে মহাৰাষ্ট্ৰ চৰকাৰে যুৱসকলক নিযুক্তি প্ৰদানৰ দিশত দৃঢ়তাৰে আগবাঢ়ি ছে। মই সুখী যে মহাৰাষ্ট্ৰত অনাগত সময়ত এনে ধৰণৰ চাকৰি মেলা আৰু সম্প্ৰসাৰিত হ'ব। মহাৰাষ্ট্ৰৰ গৃহ বিভাগ আৰু ৰাজ্যখনৰ গ্ৰামোন্নয়ন বিভাগত হাজাৰ হাজাৰ নিযুক্তি থাকিব।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ

July 09th, 06:54 pm

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিশে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

PM Modi congratulates Shri Eknath Shinde and Shri Devendra Fadnavis

June 30th, 08:40 pm

The Prime Minister, Shri Narendra Modi has congratulated Shri Eknath Shinde on taking oath as Chief Minister of Maharashtra.