ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত ঘোষণা - জি-২০ ট্ৰ’ইকা (ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা)ৰ দ্বাৰা যুটীয়া বিজ্ঞপ্তি, কেইবাখনো জি-২০ দেশ, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ দ্বাৰা সমৰ্থিত

November 20th, 07:52 am

শতিকা সলনি হোৱাৰে পৰা ন্যূনতম ৩ শতাংশ গোলকীয় বিকাশৰ ধাৰাৰ গড় মহামাৰীৰ আৰম্ভণি পৰ্যন্ত প্ৰায় ৪ শতাংশ আছিল। একে সময়তে প্ৰযুক্তিৰ গতি তীব্ৰগতিত চলি আছে আৰু যদি সমানভাৱে প্ৰয়োগ কৰা হয় ই আমাক বিকাশ বৃদ্ধি, বৈষম্য হ্ৰাস কৰা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) প্ৰাপ্ত কৰাৰ ব্যৱধান দূৰ কৰাৰ দিশত এক বৃহৎ পদক্ষেপ লোৱাৰ ঐতিহাসিক সুযোগ প্ৰদান কৰে।

সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী

June 30th, 11:00 am

ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত যোগ অনুশীলনকাৰীসকলক প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

June 21st, 12:58 pm

আজি ইয়াত যি দৃশ্য প্ৰত্যক্ষ কৰিছোঁ, সেয়া সমগ্ৰ বিশ্ববাসীৰ বাবেই স্মৰণীয়। আজি বৰষুণ নিদিয়া হ’লে হয়তো বৰষুণৰ পিছৰ এই দৃশ্যই সকলোৰে ইমান দৃষ্টি আকৰ্ষণ নকৰিলেহেঁতেন আৰু শ্ৰীনগৰত বৰষুণ হ’লে ঠাণ্ডাও বাঢ়ি যায়। চুৱেটাৰ এটাও পিন্ধিবলগীয়া হৈছে। ইয়াৰে লোক হোৱাৰ বাবে এনে ঠাণ্ডাৰে আপোনালোক অভ্যস্ত, এনে পৰিস্থিতিত আপোনাসৱে কোনো সমস্যা অনুভৱ নকৰে। আজি বৰষুণৰ বাবে কাৰ্য্যসূচী অলপ পলম হ’ল, আমি দুই-তিনি ভাগত ভাগ কৰিব লগীয়া হ’ল। তাৰ পিছতো বিশ্ব সমাজ জ্ঞাত হৈছে যে নিজৰ আৰু সমাজৰ বাবে যোগৰ গুৰুত্ব কিমান, যোগ কেনেকৈ জীৱনৰ স্বাভাৱিক প্ৰৱণতাত পৰিণত হ’ব পাৰে। দাঁত মজাটো যেনেকৈ এটি নিয়মীয়া কাম, চুলি ফণিওৱাটো যেনেকৈ এক নৈমিত্তিক কাৰ্য্য, তেনেদৰেই যোগাসন আৰম্ভ কৰা মাত্ৰেকে ই এক স্বাভাৱিক কামত পৰিণত হয় আৰু ই প্ৰতি মুহূৰ্ততে আমাৰ উপকাৰ সাধে।

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ডাল লেকত ২০২৪ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ যোগ অনুশীলনকাৰীসকলক সম্বোধন

June 21st, 11:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ডাল লেকত শ্ৰীনগৰৰ নাগৰিকসকলক সম্বোধন কৰে।

ইজিপ্তৰ ছোৱালীৰ দেশপ্ৰেমমূলক গীত পৰিবেশনৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

January 29th, 05:02 pm

ইজিপ্ত ছোৱালী কৰিমানে ভাৰতৰ ৭৫ তম গণৰাজ্য দিৱস উদযাপনৰ সময়ত পৰিৱেশন কৰা দেশপ্ৰেমমূলক গীত দেশ ৰংগীলাৰ পৰিবেশনৰ শলাগ লয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লগতে কণ্ঠশিল্পীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

ইজিপ্টৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম আব্দেলফাটাহ এলছিছিক অভিনন্দন জনায়

December 18th, 10:28 pm

উষ্ম অভিনন্দন, মহামহিম আব্দেলফাটাহ এলছিছি, ৰাষ্ট্ৰপতি নিৰ্বাচনত আপোনাৰ জয়ৰ বাবে। ভাৰত-ইজিপ্ট ৰণনীতিগত বন্ধুত্ব অধিক গভীৰ কৰিবলৈ আপোনাৰ সৈতে কাম কৰিবৰ বাবে অপেক্ষাৰত।

Prime Minister Narendra Modi speaks with the President of Egypt

October 28th, 08:16 pm

Prime Minister Shri Narendra Modi had a telephone conversation today with the President of Egypt, H.E. Mr. Abdel Fattah El-Sisi.

ব্ৰিকছ সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য

August 24th, 01:32 pm

প্ৰথমতে, এই ব্ৰিকছ সন্মিলনৰ সফল আয়োজনৰ বাবে মই ৰাষ্ট্ৰপতি, মোৰ বন্ধু ৰামাফোচাজীক অভিনন্দন জনাইছো।

I guarantee that the strictest possible action will be taken against the corrupt: PM Modi

June 27th, 12:04 pm

PM Modi flagged off five Vande Bharat Trains that will connect the six states of India including Madhya Pradesh, Goa, Karnataka, Jharkhand, Maharashtra and Bihar. After this, he addressed a public meeting on ‘Mera Booth Sabse Majboot’ in Bhopal. PM Modi acknowledged the role of the state of Madhya Pradesh in making the BJP the biggest political party in the world.

PM Modi addresses Party Karyakartas during ‘Mera Booth Sabse Majboot’ in Bhopal, Madhya Pradesh

June 27th, 11:30 am

PM Modi flagged off five Vande Bharat Trains that will connect the six states of India including Madhya Pradesh, Goa, Karnataka, Jharkhand, Maharashtra and Bihar. After this, he addressed a public meeting on ‘Mera Booth Sabse Majboot’ in Bhopal. PM Modi acknowledged the role of the state of Madhya Pradesh in making the BJP the biggest political party in the world.

ইজিপ্তৰ ৰাষ্ট্রপতিৰ সৈতে প্রধানমন্ত্রীৰ বৈঠক

June 25th, 08:33 pm

ইজিপ্তৰ ৰাষ্ট্রপতি আব্দেল ফতেহ আল-চিচিয়ে আল-ইত্তিহাদিয়া প্রাসাদত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক আদৰণি জনায়।

অৰ্ডাৰ অৱ দ্য নাইলৰে বিভূষিত প্ৰধানমন্ত্ৰী

June 25th, 08:29 pm

২০২৩ৰ ২৫ জুনত কায়ৰোৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত আৰৱ ৰিপাব্লিক অৱ ইজিপ্তৰ ৰাষ্ট্ৰপতি মহামহিম আব্দেল ফাত্তাহ আল-চিচিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ইজিপ্তৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘অৰ্ডাৰ অৱ দ্য নাইল’ প্ৰদান কৰে।

হেলিঅ’প’লিচ যুদ্ধ স্মাৰক দৰ্শন প্ৰধানমন্ত্ৰীৰ

June 25th, 04:06 pm

প্ৰধানমন্ত্ৰীয়ে প্ৰথম বিশ্ব যুদ্ধৰ সময়ত ইজিপ্ত আৰু এডেনত শ্বহীদ হোৱা ৪৩০০কৈ অধিক সৈনিকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

হাছান আল্লাম হ’ল্ডিং কোম্পানীৰ চিইঅ’ হাছান আল্লামৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

June 25th, 05:22 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ২৪ জুনত কায়ৰোত মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা অঞ্চলত কাম কৰা ইজিপ্তৰ অন্যতম বৃহৎ কোম্পানী হাছান আল্লাম হ’ল্ডিং কোম্পানীৰ মুখ্য কাৰ্য্যবাহী বিষয়া হাছান আল্লামৰে মিলিত হয়।

ইজিপ্তৰ বিশিষ্ট ‘যোগ প্ৰশিক্ষক’ শ্ৰীমতী ৰীম জাবাক আৰু শ্ৰীমতী নাডা আদেলৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

June 25th, 05:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৪ জুনত কায়ৰোত দুগৰাকী বিশিষ্ট যুৱ ‘যোগ প্ৰশিক্ষক’ শ্ৰীমতী ৰীম জাবাক আৰু শ্ৰীমতী নাডা আদেলক সাক্ষাৎ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে মিছৰৰ প্ৰসিদ্ধ লেখক তথা পেট্ৰোলিয়াম ৰণনীতিবিদ শ্ৰী তাৰেক হেগ্গীক সাক্ষাৎ কৰে

June 25th, 05:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুন, ২০২৩ত কাইৰোত মিছৰৰ প্ৰসিদ্ধ লেখক তথা পেট্ৰোলিয়াম ৰণনীতিবিদ শ্ৰী তাৰেক হেগ্গীক সাক্ষাৎ কৰে।

ইজিপ্তৰ গ্ৰেণ্ড মুফতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

June 25th, 05:18 am

গ্ৰেণ্ড মুফতিয়ে শেহতীয়াকৈ ভাৰত ভ্ৰমণৰ কথা আন্তৰিকতাৰে স্মৰণ কৰে, আৰু ভাৰত আৰু ইজিপ্তৰ মাজত থকা শক্তিশালী সাংস্কৃতিক তথা জনসাধাৰণৰ সম্পৰ্কক আলোকপাত কৰে। গ্ৰেণ্ড মুফতিয়ে সৰ্বাংগীনতা আৰু বহুত্ববাদৰ পোষকতাত প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ শলাগ লয়।

Prime Minister Modi arrives in Cairo, Egypt

June 24th, 06:30 pm

Prime Minister Narendra Modi arrived in Cairo, Egypt a short while ago. In a special gesture he was received by the Prime Minister of Egypt at the airport. PM Modi was given a ceremonial welcome upon arrival.

আমেৰিকা আৰু ইজিপ্ট ভ্ৰমণৰ প্রাক্কালত প্রধানমন্ত্রীৰ বিবৃতি

June 20th, 07:00 am

নিউইয়র্ক ভ্ৰমণেৰে মোৰ যাত্রা আৰম্ভ হ'ব। তাত ৰাষ্ট্রসংঘৰ সদৰ কার্যালয়ত ৰাষ্ট্রসংঘৰ নেতৃবৃন্দ আৰু বিভিন্ন দেশৰ সদস্যসকলৰ সৈতে মই ২১ জুনত আন্তর্জাতিক যোগ দিৱস উদযাপন কৰিম। এই বিশেষ উদযাপনৰ বাবে মই অপেক্ষা কৰি আছোঁ, য'ত ২০১৪ চনৰ ডিচেম্বৰত আন্তর্জাতিক যোগ দিৱস পালনৰ বাবে ভাৰতৰ প্রস্তাৱক সমর্থন জনোৱা হৈছিল।

গণতন্ত্ৰ দিৱসত উপস্থিত থকাৰ বাবে ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

January 26th, 04:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ গণৰাজ্য দিৱসত উপস্থিত থাকি শোভা বৰ্ধন কৰাৰ বাবে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিক ধন্যবাদ জ্ঞাপন কৰে।উল্লেখ্য যে ৰাষ্ট্ৰপতি চিচিক এইবাৰ ভাৰতৰ ৭৪তম গণতন্ত্ৰ দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল।