মধ্যপ্ৰদেশৰ ৰেৱাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত পাঠ

April 24th, 11:46 am

এই ঐতিহাসিক ভূমি ৰেৱাৰ পৰা মা বিন্ধ্যবাছিনীক মই প্ৰণাম জনাইছো। এই মাটি সাহসীৰ, দেশৰ বাবে প্ৰাণ আহুতি দিয়া সকলৰ। অগণন বাৰ ৰেৱালৈ আহিছো, আপোনালোকৰ মাজলৈ আহিছো। আৰু আপোনাৰ প্ৰচুৰ মৰম আৰু চেনেহ সদায় পাই আহিছো। আজিও আপোনালোক সকলোৱে ইমান বৃহৎ পৰিমাণে আমাক আশীৰ্বাদ দিবলৈ আহিছে। আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোক সকলোলৈ, দেশৰ ২.৫ লাখৰো অধিক পঞ্চায়তলৈ, ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকৰ লগতে ৩০ লাখৰো অধিক পঞ্চায়ত প্ৰতিনিধিও আমাৰ সৈতে ভাৰ্চুৱেলভাৱে সংযুক্ত হৈ আছে। এয়া নিশ্চয় ভাৰতৰ গণতন্ত্ৰৰ এক অতি শক্তিশালী ছবি। আমি সকলো ৰাইজৰ প্ৰতিনিধি। আমি সকলোৱে এই দেশৰ প্ৰতি, এই গণতন্ত্ৰৰ প্ৰতি উৎসৰ্গিত। কামৰ পৰিসৰ বেলেগ হ’ব পাৰে, কিন্তু লক্ষ্য একেই - জাতিৰ প্ৰতি জনসেৱা। মই সুখী যে আমাৰ পঞ্চায়তসমূহে কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য দৰিদ্ৰসকলৰ জীৱন সহজ কৰি তোলাৰ বাবে কৰা সকলো আঁচনি ৰূপায়ণ কৰি আছে।

মধ্যপ্ৰদেশৰ ৰেৱাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

April 24th, 11:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ৰেৱাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে ভাষণ আগবঢ়ায়৷ এই উপলক্ষে তেওঁ প্ৰায় ১৭,০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা৷

২৪ আৰু ২৫ এপ্ৰিলত মধ্যপ্ৰদেশ, কেৰালা, দাদকা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 21st, 03:02 pm

২৪ এপ্ৰিলৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ ৰেৱাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব, য’ত তেওঁ প্ৰায় ১৭,০০০ কোটি টকা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।

১৫ আগষ্ট, ২০২০ত ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

August 15th, 02:49 pm

স্বাধীনতাৰ এই পবিত্ৰ উৎসৱত সকলো দেশবাসীক অভিনন্দন আৰু বহুত বহুত শুভকামনা জনাইছো৷ আজি আমি যি স্বাধীন ভাৰতত উশাহ-নিশাহ লৈছো, ইয়াৰ অন্তৰালত ভাৰত মাতাৰ লাখ লাখ সন্তানৰ ত্যাগ, তেওঁলোকৰ বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰি তোলাৰ প্ৰতি তেওঁলোকৰ সমর্পন, আজি এই সকলো আমাৰ স্বাধীনতা সংগ্রামী, স্বাধীনতা বীৰ-বীৰাংগনা, বীৰ শ্বহীদক প্ৰণাম জনোৱাৰে এই অনুষ্ঠান৷

৭৪ তম স্বাধীনতা দিৱসত লাল কিল্লাৰ প্ৰাচীৰৰপৰা ৰাষ্ট্ৰবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 15th, 02:38 pm

মোৰ প্ৰিয় দেশৰ নাগৰিক, এই শুভ অনুষ্ঠানত, আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

India celebrates 74th Independence Day

August 15th, 07:11 am

Prime Minister Narendra Modi addressed the nation on the occasion of 74th Independence Day. PM Modi said that 130 crore countrymen should pledge to become self-reliant. He said that it is not just a word but a mantra for 130 crore Indians. “Like every young adult in an Indian family is asked to be self-dependent, India as nation has embarked on the journey to be Aatmanirbhar”, said the PM.

PM Modi launches e-GramSwaraj portal and mobile app on Panchayati Raj Divas

April 24th, 11:07 pm

Interacting with the Sarpanchs from across the country via video conferencing, PM Narendra Modi launched the e-GramSwaraj portal and mobile app.

To become self-reliant and self-sufficient is the biggest lesson learnt from Corona pandemic: PM

April 24th, 11:05 am

PM Modi interacted with village sarpanchs across the country via video conferencing on the occasion of the National Panchayati Raj Divas. He said the biggest lesson learnt from Coronavirus pandemic is that we have to become self-reliant. He added that the villages have given the mantra of - 'Do gaj doori' to define social distancing in simpler terms amid the battle against COVID-19 virus.

PM Modi interacts with Sarpanchs from across India via video conferencing on Panchayati Raj Divas

April 24th, 11:04 am

PM Modi interacted with village sarpanchs across the country via video conferencing on the occasion of the National Panchayati Raj Divas. He said the biggest lesson learnt from Coronavirus pandemic is that we have to become self-reliant. He added that the villages have given the mantra of - 'Do gaj doori' to define social distancing in simpler terms amid the battle against COVID-19 virus.