'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱে আমাৰ জাতিটোক শক্তিশালী কৰে: 'মন কি বাত'ত প্ৰধানমন্ত্ৰী মোদী

March 26th, 11:00 am

মোৰ মৰমৰ দেশবাসীসকল, মন কী বাতত, আমি হাজাৰ হাজাৰ লোকৰ কথা উল্লেখ কৰিছো যিসকলে আনৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছে। বহুতো লোক আছে যিয়ে তেওঁলোকৰ সম্পূৰ্ণ পেঞ্চন কন্যাৰ শিক্ষাৰ বাবে ব্যয় কৰিছে... কিছুমানে তেওঁলোকৰ গোটেই জীৱনৰ উপাৰ্জন পৰিৱেশ আৰু জীৱৰ বাবে উৎসৰ্গা কৰিছে। আমাৰ দেশত, নিস্বাৰ্থ দান, পৰমাৰ্থক ইমান উচ্চ স্থান দিয়া হৈছে যে মানুহে আনৰ সুখৰ বাবে তেওঁলোকৰ সকলো দান কৰিবলৈ কুণ্ঠাবোধ নকৰে। সেয়েহে সৰুৰে পৰা আমাক শিৱি আৰু দাধিচীৰ কাহিনী বৰ্ণনা কৰা হয়, যিয়ে তেওঁলোকৰ নশ্বৰ দেহ দান কৰিছিল।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 05th, 11:05 am

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনেৰ এজন কৃষকৰ সৈতে মত-বিনিময় কৰে য’ত তেওঁ জৈৱিক কৃষি কাৰ্য্য আৰু কৃষিত জৈৱিক ইন্ধন ব্যৱহাৰৰ অভিজ্ঞতা জনায়।

বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

June 05th, 11:04 am