উত্তৰপ্রদেশৰ মীৰাটত মেজৰ ধ্যানচাঁদ ক্রীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

January 02nd, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।

উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

January 02nd, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।

Vision of Jal Jeevan Mission is not just to make water accessible to the people, this is also a big movement of decentralization: PM

October 02nd, 02:57 pm

Prime Minister Shri Narendra Modi interacted with Gram Panchayats and Pani Samitis / Village Water and Sanitation Committees (VWSC) on Jal Jeevan Mission. The Prime Minister said the vision of Jal Jeevan Mission is not just to make water accessible to the people. This is also a big movement of Decentralization. “This is a village-driven- women-driven Movement. Its main base is a mass movement and public participation,” he said.

‘জল জীৱন মিছন’ সন্দৰ্ভত গাঁও পঞ্চায়ত আৰু ‘পানী সমিতি’ৰ বিষয়ববীয়াৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

October 02nd, 01:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জল জীৱন মিছন’ সন্দৰ্ভত গাঁও পঞ্চায়ত আৰু ‘পানী সমিতি’/‘গাঁও পানী আৰু অনাময় সমিতি’(ভিডব্লিউএছচি)ৰ বিষয়ববীয়াসকলৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়। এই অনুষ্ঠানতে তেওঁ ‘জল জীৱন মিছন’ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে আঁচনিখনৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু দায়বদ্ধতা সৃষ্টিৰ লক্ষ্যৰে যুগোতোৱা এটা ‘এপ্’ আনুষ্ঠানিক ভাবে মুকলি কৰে। তেওঁ ‘ৰাষ্ট্ৰীয় জল জীৱন কোষ’ শীৰ্ষক এটি নিধিও আনুষ্ঠানিক ভাবে মুকলি কৰে। দেশৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়াল, প্ৰতিখন বিদ্যালয়, অংগণৱাড়ী কেন্দ্ৰ, আশ্ৰমশালা, আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানলৈ নল-সংযোগী পানীৰ যোগানৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব খোজা দেশ বা বিদেশৰ কোনো ব্যক্তি, প্ৰতিষ্ঠান, নিগম আৰু পৰোপকাৰীয়ে দিব খোজা অৰিহণা এই কোষলৈ প্ৰেৰণ কৰিব পাৰিব। অনুষ্ঠানত গাঁও পঞ্চায়ত আৰু পানী সমিতিসমূহৰ বিষয়ববীয়াসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱট, শ্ৰী প্ৰহ্লাদ সিং পেটেল, শ্ৰী বিশ্বেশ্বৰ টুডু, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকল উপস্থিত থাকে।

দেশৰ পৰিৱৰ্তনৰ বাবে এক সামগ্ৰিক শিক্ষা ব্যৱস্থা অতি গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী

September 07th, 05:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ পৰিৱৰ্তনৰ বাবে এক সামগ্ৰিক শিক্ষা ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ। MyGogIndia-ৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ৭ বছৰত শিক্ষাৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ এক সুন্দৰ আভাস ইয়াত প্ৰদান কৰা হৈছে।

PM salutes the teaching community, on Teachers' Day; pays tributes to Former President Dr. Sarvepalli Radhakrishnan, on his birth anniversary

September 05th, 11:14 am

The Prime Minister, Shri Narendra Modi has saluted the teaching community, on Teachers' Day. Prime Minister has also paid tributes to Former President Dr. Sarvepalli Radhakrishnan, on his birth anniversary.

Teach to Transform, Educate to Empower, Learn to Lead: PM Modi during Mann Ki Baat

August 27th, 11:36 am

PM Modi during ‘Mann Ki Baat’ spoke about recent incidents of violence and repeated that such acts were not acceptable. He added that India was the land of ‘Ahimsa Paramo Dharma.’ Shri Modi spoke about India’s rich cultural persity and festivals. He urged people to make festivals a symbol of Swacchhata. He also touched upon the vital role that teachers play to transform the society, youth and sports.