২৪.০৯.২০২৩ত ‘মন কী বাত’ৰ ১০৫সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 24th, 11:30 am
'মন কী বাত'ৰ আন এটা খণ্ডত দেশৰ সফলতা, দেশবাসীৰ সফলতা, তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱনশৈলী আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ সুযোগ পালোঁ। শেহতীয়াকৈ মই পোৱা চিঠি আৰু বাৰ্তা বেছিভাগেই দুটা কথাৰ ওপৰত কেন্দ্ৰীভূত। প্ৰথমটো হৈছে চন্দ্ৰযান-৩ৰ সফল অৱতৰণ আৰু দ্বিতীয়টো হ’ল দিল্লীত জি-২০ৰ সফল আয়োজন। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা, সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা সকলো বয়সৰ মানুহৰ পৰা অগণন চিঠি পাইছিলোঁ। চন্দ্ৰযান-৩ৰ লেণ্ডাৰখন যেতিয়া চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল তেতিয়া লাখ লাখ লোকে বিভিন্ন মাধ্যমৰ জৰিয়তে এই অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈছিল। ইছৰোৰ ইউটিউব লাইভ চেনেলত আশী লক্ষাধিক লোকে এই অনুষ্ঠানটো চাইছিল– যিটো এক অভিলেখ। ইয়াৰ পৰাই বুজা যায় যে চন্দ্ৰযান-৩ৰ সৈতে লাখ লাখ ভাৰতীয়ৰ কিমান গভীৰ সম্পৰ্ক আছে। চন্দ্ৰযানৰ এই সফলতাক লৈ বৰ্তমান দেশত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু ইয়াৰ নাম– ‘চন্দ্ৰযান-৩ মহাকুইজ’। মাইগভ পৰ্টেলত চলি থকা এই প্ৰতিযোগিতাত এতিয়ালৈকে পোন্ধৰ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। মাইগভ আৰম্ভ হোৱাৰ পিছত যিকোনো কুইজৰ বাবে এইটোৱেই সৰ্বাধিক অংশগ্ৰহণ। মই এইটোও ক'ম যে যদি আপুনি এতিয়াও অংশগ্ৰহণ কৰা নাই তেন্তে পলম নকৰিব আৰু ছদিন বাকী আছে। এই কুইজত নিশ্চিতভাৱে অংশগ্ৰহণ কৰক।India is keen to strengthen its partnership with Russia on Arctic issues: PM Modi
September 07th, 02:14 pm
PM Modi addressed the plenary session of Eastern Economic Forum 2022 via video message. The PM said that India is keen to strengthen its partnership with Russia on Arctic region. There is huge scope for cooperation in the field of energy. He said that from the very beginning of the Ukraine conflict, India has emphasized the need to adopt the path of diplomacy and dialogue.The friendship between India and Russia has stood the test of time: PM Modi
September 03rd, 10:33 am
PM Narendra Modi delivered a video-address during the plenary session of the 6th Eastern Economic Forum. The PM stressed on the importance of greater economic and commercial engagement between the two sides in line with the ‘Special and Privileged Strategic Partnership’.ভ্লাদিভষ্টকত অনুষ্ঠিত ষষ্ঠ পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম ২০২১-ত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল-সম্বোধন
September 03rd, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ছেপ্টেম্বৰ ২০২১ তাৰিখে ভ্লাদিভষ্টকত অনুষ্ঠিত ষষ্ঠ পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ৰ পূৰ্ণাংগ অধিৱেশনত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, ২০১৯ত পঞ্চম পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ৰ বৈঠকত প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী মোদীয়ে অংশ গ্ৰহণ কৰিছিল।পঞ্চম ‘ইষ্টাৰ্ণ ইকনমিক ফোৰাম’ৰ সম্পূৰ্ণ অধিৱেশনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ (৫ছেপ্টেম্বৰ,২০১৯)
September 05th, 01:33 pm
বন্ধুসকল, ‘ফাৰ ইষ্ট’ৰ সৈতে ভাৰতৰ সম্পৰ্ক কেৱল আজিৰ নহয়, এই সম্পৰ্ক পুৰাতন। ব্লাডিভষ্টকত কন্চুলেট কাৰ্যালয় স্থাপন কৰা প্ৰথমখন দেশ আছিল ভাৰত। সেই সময়ত, আনকি তাৰো আগতেও ৰাছীয়া আৰু ভাৰতৰ মাজত গভীৰ সম্পৰ্ক বিৰাজ কৰি আছিল। ছোভিয়েট ৰাছীয়াৰ কালত যেতিয়া বিদেশী নাগৰিকৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰা হৈছিল, তেতিয়াও কিন্তু ব্লাডিভষ্টকৰ দুৱাৰ ভাৰতীয় নাগৰিকৰ বাবে মুকলি ৰখা হৈছিল। এই ব্লাডিভষ্টকৰ জৰিয়তেই বহু সংখ্যক প্ৰতিৰক্ষা আৰু বিকাশমূলক সামগ্ৰী ভাৰতলৈ বুলি প্ৰেৰিত হৈছিল। আজিৰ তাৰিখত আমাৰ এই সম্পৰ্কৰ ব়ৃক্ষজোপাৰ শিপা আৰু গভীৰলৈ ৰপ্ত হৈছে। দুয়োখন দেশৰ জনসাধাৰণৰ উন্নয়নৰ ক্ষেত্ৰত এই সম্পৰ্ক সুদৃঢ় ভেটী হিচাপে পৰিগণিত হৈছে। ভাৰতে এই অঞ্চলত বিশেষকৈ শক্তি খণ্ডৰ লগতে প্ৰাকৃতিক সম্পদ যেনে, হীৰা উদ্যোগত বিশেষ বিনিয়োগ কৰিছে। অঞ্চলটোত ভাৰতীয় বিনিয়োগৰ সাফল্যৰ উল্ল্যেখযোগ্য নিদৰ্শন হ’ল ‘শাখালিন তৈলক্ষেত্ৰ’।India - Russia Joint Statement during visit of Prime Minister to Vladivostok
September 04th, 02:45 pm
PM Modi's interview to TASS, Russian News Agency
September 04th, 10:30 am
In an interview to TASS, Prime Minister Narendra Modi said his meeting with Russian President Vladimir Putin on the sidelines of the Eastern Economic Forum in Russia’s Far Eastern city of Vlapostok will give a new impetus to bilateral ties. I am confident that this visit will give a new vector, new energy and a new impetus to the relations between our countries, PM Modi said in the interview.PM Modi arrives in Vladivostok, Russia
September 04th, 05:15 am
PM Modi arrived in Vlapostok, Russia. During his visit, the PM will participate on the Eastern Economic Forum and also hold the India-Russia Annual Summit with President Putin.ইষ্টাৰ্ন ইক’নমিক ফ’ৰামৰ বাবে ৰাছিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
September 03rd, 11:35 am
মই অহা ০৪-০৫ ছেপ্তেম্বৰত ৰাছিয়াৰ ভ্লাডিভোষ্ট’ক ভ্ৰমণ কৰিম৷ ৰাছিয়াৰ সুদূৰ পূ্ৰ্ব অঞ্চললৈ মোৰ ভ্ৰমণ হ’ব ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ ৰূপত৷ এই ভ্ৰমণে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি মই আশাবাদী৷