তিনিখন বন্দে ভাৰত ট্ৰেইনক সেউজীয়া পতাকা প্ৰদৰ্শন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 31st, 12:16 pm
কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল জী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলট, ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ আন সহযোগীসকল, ৰাজ্যসমূহৰ উপ-মুখ্যমন্ত্ৰীসকল, মন্ত্ৰীগণ, সাংসদগণ... দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অন্যান্য জনপ্ৰতিনিধিসকল... ভদ্ৰমহিলা আৰু সজ্জনসকল,প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ ‘ফ্লেগ অফ’ কৰে
August 31st, 11:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া' আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী উপলব্ধি কৰা অত্যাধুনিক ‘বন্দে ভাৰত এক্সপ্ৰেছ’-য়ে তিনিটা পথত যোগাযোগ উন্নত কৰিব: ‘মিৰাট-লক্ষ্ণৌ’, ‘মাদুৰাই-বেংগালুৰু’, আৰু ‘চেন্নাই-নাগৰকইল’। এই ৰে'লকেইখনে উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকত পথ-যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিব।ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী উপস্থাপনৰ পাঠ
January 28th, 01:00 pm
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়জী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশবৃন্দ, বিদেশৰ আমাৰ অতিথি ন্যায়াধীশসকল, কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নী জেনেৰেল’ ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, ‘উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যন’ৰ সভাপতি ড০ অদিশ আগৰৱালাজী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!উচ্চতম ন্যায়ালয়ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
January 28th, 12:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৮ জানুৱাৰীত দিল্লীস্থ উচ্চতম ন্যায়ালয়ৰ প্ৰেক্ষাগৃহত ‘ভাৰতৰ উচ্চতম ন্যায়ালয়’ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ লগতে তেওঁ এলানি নাগৰিক কেন্দ্ৰিক তথ্য আৰু প্ৰযুক্তিৰ প্ৰচেষ্টাও আৰম্ভ কৰে, যাৰ ভিতৰত আছে ‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’ (ডিজি এছচিআৰ), ‘ডিজিটেল আদালত ২.০’ আৰু উচ্চতম ন্যায়ালয়ৰ এটা নতুন ৱে’বছাইট।‘Modi Ki Guarantee’ vehicle is now reaching all parts of the country: PM Modi
December 16th, 08:08 pm
PM Modi interacted and addressed the beneficiaries of the Viksit Bharat Sankalp Yatra via video conferencing. Addressing the gathering, the Prime Minister expressed gratitude for getting the opportunity to flag off the Viksit Bharat Sankalp Yatra in the five states of Rajasthan, Madhya Pradesh, Chhattisgarh, Telangana and Mizoram, and remarked that the ‘Modi Ki Guarantee’ vehicle is now reaching all parts of the countryবিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 16th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰে মত-বিনিময় কৰি তেওঁলোকক সম্বোধন কৰে। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ ফ্লেগ-অফ কৰে।