Text of PM's address at the inauguration and laying of foundation stone of various Railway Projects
January 06th, 01:00 pm
PM Modi inaugurated key railway projects in Jammu, including the new Jammu Railway Division, and launched the Charlapalli Terminal Station in Telangana. He also laid the foundation for the Rayagada Railway Division Building in Odisha. These initiatives aim to modernize railway infrastructure, improve connectivity, create jobs, and promote regional development, with special emphasis on enhancing passenger facilities and boosting economic growth.PM Modi inaugurates and lays foundation stone of various railway projects
January 06th, 12:30 pm
PM Modi inaugurated key railway projects in Jammu, including the new Jammu Railway Division, and launched the Charlapalli Terminal Station in Telangana. He also laid the foundation for the Rayagada Railway Division Building in Odisha. These initiatives aim to modernize railway infrastructure, improve connectivity, create jobs, and promote regional development, with special emphasis on enhancing passenger facilities and boosting economic growth.PM Modi highlights extensive work done in boosting metro connectivity, strengthening urban transport
January 05th, 11:18 am
The Prime Minister, Shri Narendra Modi has highlighted the remarkable progress in expanding Metro connectivity across India and its pivotal role in transforming urban transport and improving the ‘Ease of Living’ for millions of citizens.Delhi's voters have resolved to free the city from 'AAP-da': PM Modi
January 03rd, 01:03 pm
PM Modi inaugurated key development projects in Delhi, including housing for poor families. He emphasized India’s vision for 2025 as a year of growth, entrepreneurship, and women-led development, reaffirming the goal of a pucca house for every citizen.PM Modi inaugurates and lays foundation stone of multiple development projects in Delhi
January 03rd, 12:45 pm
PM Modi inaugurated key development projects in Delhi, including housing for poor families. He emphasized India’s vision for 2025 as a year of growth, entrepreneurship, and women-led development, reaffirming the goal of a pucca house for every citizen.Prime Minister lauds Maharashtra Government's efforts to ensure all-round development in remote and Maoist-affected areas
January 02nd, 10:20 am
The Prime Minister Shri Narendra Modi today lauded Maharashtra Government's efforts to ensure all-round development in remote and Maoist-affected areas.আমাৰ চৰকাৰে জনসাধাৰণৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি নিশ্চিত কৰাৰ লগতে সংযোগৰ শক্তিক অধিক সমৃদ্ধিৰ বাবে লাভৱান কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে: প্ৰধানমন্ত্ৰী
December 09th, 10:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ কয় যে চৰকাৰে জনসাধাৰণৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি সুনিশ্চিত কৰাৰ লগতে সংযোগৰ শক্তিক অধিক সমৃদ্ধিৰ বাবে লাভৱান কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ লগতে কয় যে আগন্তুক নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এনচিআৰ আৰু উত্তৰ প্ৰদেশৰ বাবে সংযোগ আৰু ‘ইজ অৱ লিভিং’ বৃদ্ধি কৰিব।উচ্চতম ন্যায়ালয়ত ‘সংবিধান দিৱস’ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 26th, 08:15 pm
ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাজী, ন্যায়াধীশ বি আৰ গৱাইজী, ন্যায়াধীশ সূৰ্যকান্তজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নি জেনেৰেল’ শ্ৰী ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, উচ্চতম ন্যায়ালয় বাৰ এছোচিয়েশ্যনৰ অধ্যক্ষ শ্ৰী কপিল চিব্বলজী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্ৰাক্তন মুখ্য ন্যায়াধীশসকল, অনুষ্ঠানত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু সজ্জনসকল।উচ্চতম ন্যায়ালয়ত সংবিধান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ
November 26th, 08:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ত সংবিধান দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্নাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ শ্ৰীযুত বি.আৰ. গাৱৈ আৰু ন্যায়াধীশ শ্ৰী সূৰ্য্যকান্ত। লগতে উপস্থিত থাকে আইন আৰু ন্যায় মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ এটৰ্নী জেনেৰেল, আৰু অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল।Maharashtra has witnessed the triumph of development, good governance, and genuine social justice: PM Modi
November 23rd, 10:58 pm
Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.PM Modi addresses passionate BJP Karyakartas at the Party Headquarters
November 23rd, 06:30 pm
Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.আৰম্ভ ৬.০ৰ সময়ত যুৱ চৰকাৰী কৰ্মচাৰীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
October 30th, 09:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ ৬.০ৰ সময়ত যুৱ চৰকাৰী কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰি জন অংশীদাৰী নীতিৰ জৰিয়তে শাসন ব্যৱস্থাৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ শক্তিশালী আৰু তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যৱস্থা আৰু ফলপ্ৰসূ অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে যুৱ চৰকাৰী কৰ্মচাৰীসকলক নাগৰিকসকলৰ বাবে ‘জীৱন সুচল’ কৰি তোলাৰ জৰিয়তে তেওঁলোকৰ উন্নতিৰ দিশত কাম কৰিবলৈও আহ্বান জনায়।এনডিটিভি ৱৰ্ল্ড ছামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 21st, 10:25 am
এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 21st, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।প্ৰধানমন্ত্ৰীয়ে মুম্বাই মেট্ৰ' লাইন ৩ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন জনাইছে
October 05th, 09:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাই মেট্ৰ’ লাইন ৩, ফেজ-১ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে মুম্বাইৰ মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণে মানুহৰ ‘জীৱন সহজ’ কৰি তুলিব।মহাৰাষ্ট্ৰত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 29th, 12:45 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ জী, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত একনাথ শিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীস জী, অজীত পাৱাৰ জী, পুণেৰ সাংসদ আৰু মন্ত্ৰী পৰিষদৰ মোৰ যুৱ সতীৰ্থ ভাই মুৰলিধৰ, কেন্দ্ৰৰ আন মন্ত্ৰীসকল যি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত সংযুক্ত হৈ আছে, মহাৰাষ্ট্ৰৰ সকলো জ্যেষ্ঠ মন্ত্ৰীগণো মোৰ সন্মুখত মই দেখা পাই আছোঁ, সাংসদগণ, বিধায়কগণ, আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত সকলো ভাতৃ আৰু ভগ্নীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
September 29th, 12:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে।তিনিটা PARAM ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ আৰু এটা উচ্চ কাৰ্যক্ষম কম্পিউটিং ব্যৱস্থা দেশলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অনুবাদ
September 26th, 05:15 pm
আজি ভাৰতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতাৰ দিন। আজি ইয়াত বিজ্ঞান, প্ৰযুক্তি, গৱেষণাক অগ্ৰাধিকাৰ দি একবিংশ শতিকাৰ নৱভাৰত কেনেকৈ আগবাঢ়িছে তাক প্ৰদৰ্শন কৰা হৈছে। আমি সম্ভাৱনাৰ এক বিস্তৃত পৰিৱেশত নতুন সুযোগৰ সৃষ্টি কৰিছো। আমাৰ প্ৰতিভাৱান বিজ্ঞানী আৰু অভিযন্তাসকলে তিনিটা PARAM Rudra ছুপাৰ কম্পিউটাৰ প্ৰস্তুত কৰিছে, যিবোৰ এতিয়া দিল্লী, পুনে, আৰু কলকাতাত স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও আমি দুটা হাই-পাৰফৰ্মেন্স কম্পিউটিং চিষ্টেম অৰ্ক আৰু আৰুণিক উদ্বোধন কৰিছো। এই শুভ মুহুৰ্ত তথা গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাৰ বৈজ্ঞানিক সমাজ, অভিযন্তা, আৰু সমূহ দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তিনি পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
September 26th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰায় ১৩০ কোটি টকা মূল্যৰ তিনি পৰম ৰুদ্ৰ ছুপাৰকম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (NSM)ৰ অধীনত থলুৱাভাৱে বিকশিত কৰা এই ছুপাৰ কম্পিউটাৰ কেইটা পুনে, দিল্লী আৰু কলকাতাস্থিত অগ্ৰণী বৈজ্ঞানিক গৱেষণা সুবিধাত নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বতৰ আৰু জলবায়ু গৱেষণাৰ বাবে প্ৰস্তুত হাই-পাৰ্ফৰ্মেন্স কম্পিউটিং (HPC) ব্যৱস্থাও উদ্বোধন কৰে।ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফৰামত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 31st, 10:39 pm
ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামৰ এই অনুষ্ঠানলৈ আহি বহু পুৰণি মুখ দেখিবলৈ পোৱাটো মোৰ বাবে এক আনন্দৰ কথা। মই নিশ্চিত যে ইয়াত ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ সন্দৰ্ভত উৎকৃষ্ট আলোচনা হ’ব। আৰু এই আলোচনা এনে সময়ত হৈছে, যিসময়ত সমগ্ৰ বিশ্বই ভাৰতক লৈ আত্মবিশ্বাসেৰে ভৰপূৰ হৈ আছে।