‘টীকা উৎসৱ’ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তাৰ অসমীয়া অনুবা

April 11th, 09:22 am

আজি ১১ এপ্ৰিল অৰ্থাৎ জ্যোতিবা ফুলেৰ জয়ন্তীৰ সৈতে আমি দেশবাসীয়ে ‘টীকা উৎসৱ’ৰ শুভাৰম্ভ কৰিছো৷ এই ‘টীকা উৎসৱ’ ১৪ এপ্ৰিল অৰ্থাৎ বাবা চাহেব আম্বেদকাৰ জয়ন্তীলৈ চলিব৷

'টিকা উৎসৱ' হৈছে কৰোনাৰ বিৰুদ্ধে দ্বিতীয় বৃহৎ যুঁজখনৰ আৰম্ভণি: প্ৰধানমন্ত্ৰী

April 11th, 09:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'টিকা উৎসৱ' বা টিকাকৰণ উৎসৱক কৰোনাৰ বিৰুদ্ধে দ্বিতীয় বৃহৎ যুঁজ বুলি অভিহিত কৰাৰ লগতে ব্যক্তিগত পৰিচ্ছন্নতাৰ লগতে সামাজিক পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। এই উৎসৱ আজি মহাত্মা জ্যোতিবা ফুলেৰ জন্ম জয়ন্তীত আৰম্ভ হৈছে আৰু অহা ১৪ এপ্ৰিলত বাবাচাহেব আম্বেদকাৰৰ জন্ম জয়ন্তীলৈকে এয়া চলি থাকিব।