For us, MSME means- Maximum Support to Micro Small and Medium Enterprises: PM Modi
June 30th, 10:31 am
PM Modi participated in the ‘Udyami Bharat’ programme. To strengthen the MSME sector, in the last eight years, the Prime Minister said, the government has increased the budget allocation by more than 650%. “For us, MSME means - Maximum Support to Micro Small and Medium Enterprises”, the Prime Minister stressed.PM participates in ‘Udyami Bharat’ programme
June 30th, 10:30 am
PM Modi participated in the ‘Udyami Bharat’ programme. To strengthen the MSME sector, in the last eight years, the Prime Minister said, the government has increased the budget allocation by more than 650%. “For us, MSME means - Maximum Support to Micro Small and Medium Enterprises”, the Prime Minister stressed.Start-ups are reflecting the spirit of New India: PM Modi during Mann Ki Baat
May 29th, 11:30 am
During Mann Ki Baat, Prime Minister Narendra Modi expressed his joy over India creating 100 unicorns. PM Modi said that start-ups were reflecting the spirit of New India and he applauded the mentors who had dedicated themselves to promote start-ups. PM Modi also shared thoughts on Yoga Day, his recent Japan visit and cleanliness.ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দুটা নতুন গ্ৰাহক কেন্দ্ৰিক তৎপৰতাৰ শুভাৰাম্ভণিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 12th, 11:01 am
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’(আৰবিআই)-য়ে গ্ৰহণ কৰিব খোজা উপভোক্তা-কেন্দ্ৰিক দুটা উদ্ভাৱনশীল পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আজি শুভাৰম্ভ কৰা পদক্ষেপ দুটা হৈছে- ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’ আৰু ‘ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনি’। অনুষ্ঠানত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসো উপস্থিত থাকে।‘আৰবিআই’-ৰ দুটা গ্ৰাহককেন্দ্ৰিক উদ্ভাৱনশীল পদক্ষেপৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 12th, 11:00 am
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’(আৰবিআই)-য়ে গ্ৰহণ কৰিব খোজা উপভোক্তা-কেন্দ্ৰিক দুটা উদ্ভাৱনশীল পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আজি শুভাৰম্ভ কৰা পদক্ষেপ দুটা হৈছে- ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’ আৰু ‘ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনি’। অনুষ্ঠানত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসো উপস্থিত থাকে।Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷কেৰালাত ভাৰতৰ প্রথমটো পূৰ্ণাংগ আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেলৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
February 14th, 04:40 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচিত বহু প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে। এই কাৰ্যসূচীত কেৰালাৰ ৰাজ্যপাল, কেৰালাৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দবিয়া, শ্ৰী ভি. মুৰুলীধৰণ উপস্থিত থাকে।কেৰালাৰ কোচিত বহু প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
February 14th, 04:39 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচিত বহু প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে। এই কাৰ্যসূচীত কেৰালাৰ ৰাজ্যপাল, কেৰালাৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দবিয়া, শ্ৰী ভি. মুৰুলীধৰণ উপস্থিত থাকে।Global investment sentiment has shifted from ‘Why India’ to 'Why not India': PM Modi
December 19th, 10:27 am
PM Modi delivered the keynote address at ASSOCHAM Foundation Week 2020, today via video conferencing. Addressing the gathering the PM commended the business community for their contribution to nation-building. He said now the industry has complete freedom to touch the sky and urged them to take full advantage of it.PM Modi's keynote address at ASSOCHAM Foundation Week
December 19th, 10:26 am
PM Modi delivered the keynote address at ASSOCHAM Foundation Week 2020, today via video conferencing. Addressing the gathering the PM commended the business community for their contribution to nation-building. He said now the industry has complete freedom to touch the sky and urged them to take full advantage of it.There is no reason for mistrust in the recent agricultural reforms: PM Modi
December 18th, 02:10 pm
PM Narendra Modi addressed a Kisan Sammelan in Madhya Pradesh through video conferencing. PM Modi accused the opposition parties of misleading the farmers and using them as a vote bank and political tool. He also reiterated that the system of MSP will remain unaffected by the new agricultural laws.PM Modi addresses Kisan Sammelan in Madhya Pradesh
December 18th, 02:00 pm
PM Narendra Modi addressed a Kisan Sammelan in Madhya Pradesh through video conferencing. PM Modi accused the opposition parties of misleading the farmers and using them as a vote bank and political tool. He also reiterated that the system of MSP will remain unaffected by the new agricultural laws.ঝাৰখণ্ডৰ ৰাঁচীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনি মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 12th, 12:20 pm
নতুন চৰকাৰ গঠন হোৱাৰ পিছত যিসমূহ ৰাজ্যলৈ মই প্ৰথমে যোৱাৰ সুবিধা লাভ কৰিছো তাৰে ভিতৰত ঝাৰখণ্ডও অন্যতম৷ এই প্ৰভাত ময়দান, প্ৰভাত তাৰা ময়দান, ৰাতিপুৱাৰ সময় আৰু আমি সকলোৱে ইয়াত যোগাভ্যাস কৰি আছিলো আৰু বৃষ্টিয়েও আমাক আশীৰ্বাদ দি আছিল৷ আজি পুনৰবাৰ ইয়ালৈ আহি মোৰ পুৰণি স্মৃতি জাগি উঠিছে৷ এই ময়দানৰ পৰাই যোৱা ছেপ্টেম্বৰত আয়ুষ্মান ভাৰত যোজনাৰ সূচনা হৈছিল৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা মুকলি কৰে
September 12th, 12:11 pm
কৃষকৰ জীৱন সুৰক্ষিত কৰাৰ আন এক গুৰুত্বপূৰ্ণ প্ৰয়াসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা মুকলি কৰে৷BJP in Haryana is focused on development and ensuring a transparent governance system: PM Modi
May 08th, 11:32 am
At a rally in Haryana’s Kurukshetra, PM Modi said, “The BJP government in Haryana has been continuously carrying out development and providing a clean and transparent government for every community in the state.” He added how in the last five years, the government had worked extensively on stepping up national security.No country can emerge as a superpower in the absence of a strong national security policy: PM Modi
May 08th, 11:31 am
At a rally in Fatehabad, Haryana, PM Modi said, “No country can emerge as a superpower in the absence of a strong national security policy. We have spent the last five years in infusing vigour and strength in our armed forces and developing a coherent policy on national security that ensures greater security for all Indians while allowing no tolerance for terrorists and their sympathizers.”PM Modi addressed public meetings in Haryana
May 08th, 11:30 am
Prime Minister Narendra Modi addressed two large public meetings in Fatehabad and Kurukshetra in Haryana today. Addressing the jam-packed rallies, PM Modi lashed out the national security policy of the Congress party saying it was too soft on addressing national security issues thereby ‘betraying’ the soldiers of India.ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
June 06th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰে মত-বিনিময় কৰে৷ চৰকাৰী আঁচনিৰ বিভিন্ন উপভোক্তাৰ সৈতে এয়া হ’ল প্ৰধানমন্ত্ৰীৰ ক্ৰমাগত চতুৰ্থটো মত-বিনিময় অনুষ্ঠান৷