নতুন দিল্লীত ‘কৰ্তব্য পথ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
September 08th, 10:41 pm
আজিৰ এই ঐতিহাসিক কাৰ্যক্ৰমৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি আছে, সকলো দেশবাসীয়েই এই মুহূৰ্তত এই কাৰ্যক্ৰমেৰে জড়িত হৈছে। মই এই মুহূৰ্তটোৰ সাক্ষী হোৱা সকলো দেশবাসীক আন্তৰিকতাৰে স্বাগত জনাইছো, অভিনন্দন জনাইছো। এই ঐতিহাসিক ক্ষণত মোৰ সৈতে মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী হৰদীপ পুৰী জী, শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুনৰাম মেঘৱাল জী, শ্ৰীমতী মীনাক্ষী লেখী জী, শ্ৰী কৌশল কিশোৰ জী, আজি মোৰ সৈতে মঞ্চত উপস্থিত আছে। দেশৰ অনেক গণ্যমান্য ব্যক্তিসকলো আজি ইয়াত উপস্থিত আছে।PM inaugurates 'Kartavya Path' and unveils the statue of Netaji Subhas Chandra Bose at India Gate
September 08th, 07:00 pm
PM Modi inaugurated Kartavya Path and unveiled the statue of Netaji Subhas Chandra Bose. Kingsway i.e. Rajpath, the symbol of colonialism, has become a matter of history from today and has been erased forever. Today a new history has been created in the form of Kartavya Path, he said.সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ শ্ৰম মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় শ্ৰম সন্মিলনত ভিডিঅ' কনফাৰেঞ্চিঙৰ মাধ্যমত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
August 25th, 04:31 pm
চণ্ডীগড়ৰ এডমিনিষ্ট্ৰেটৰ শ্ৰীমান বনৱাৰী লাল পুৰোহিত জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ভূপেন্দ্ৰ যাদব জী, শ্ৰী ৰামেশ্বৰ তেলী জী, সকলো ৰাজ্যৰ আদৰণীয় শ্ৰম মন্ত্ৰীগণ, শ্ৰম সচিবগণ, অন্য মহানুভৱ, দেৱীসকল আৰু সজ্জনসকল, সৰ্ব প্ৰথমে মই ভগৱান তিৰুপতি বালাজীৰ চৰণত প্ৰণিপাত কৰিছো। যি পৱিত্ৰ স্থানত এতিয়া আপোনালোক উপস্থিত আছে, সেয়া ভাৰতৰ শ্ৰম আৰু সামৰ্থ্যৰ সাক্ষী হৈ আছে। মোৰ বিশ্বাস আছে, এই কনফাৰেঞ্চৰ পৰা ওলোৱা চিন্তাই দেশৰ শ্ৰম-সামৰ্থ্যক শক্তিশালী কৰিব। মই আপোনালোক সকলোকে আৰু বিশেষকৈ শ্ৰম মন্ত্ৰালয়ক এই আয়োজনৰ বাবে অভিনন্দন জনাইছো।PM Modi addresses National Labour Conference of Labour Ministers of all States and UTs
August 25th, 04:09 pm
PM Modi addressed the National Conference of Labour Ministers of all States and Union Territories via video conferencing. He reiterated the various efforts by the Government like Pradhan Mantri Shram-Yogi Maandhan Yojana, Pradhan Mantri Suraksha Bima Yojana, Pradhan Mantri Jeevan Jyoti Bima Yojana that have given a security cover to the workers.