প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া অনুবাদ
January 01st, 12:31 pm
উপস্থিত সকলো গণ্যমান্য ব্যক্তিক, প্ৰথমতে, মই মাতা বৈষ্ণো দেৱী চৌহদত সংঘটিত শোকাৱহ ঘটনাটোৰ প্ৰতি শোক প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে, যিসকল পদদলিত আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। মই উপ ৰাজ্যপাল মনোজ সিনহাজীৰ সৈতেও কথা পাতিছো। সাহায্যৰ কাম হাতত লোৱা হৈছে আৰু আহতসকলৰ চিকিৎসা কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী-কিষাণৰ দশম কিস্তি মুকলি কৰে
January 01st, 12:30 pm
তৃণমূল পৰ্যায়ৰ কৃষকসকলক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰতিশ্ৰুতি আৰু সংকল্পৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰে। ১০ কোটিৰো অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ ২০,০০০ কোটি টকা।‘ইন-ফিনিটী ফ’ৰাম’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 03rd, 11:23 am
‘ইন-ফিনিটী ফ’ৰাম’ৰ উদ্বোধন কৰিবলৈ পাই, আপোনালোক সকলোকে ইয়ালৈ আদৰণি জনাবলৈ পাই মোৰ আনন্দ লাগিছে। ভাৰতত যে ‘ফিন-টেক’ৰ অপাৰ সম্ভাৱনা আছে ‘ইন-ফিনিটী ফ’ৰাম’য়ে সেই কথাকে প্ৰতীয়মান কৰে। ইয়ে এই কথাকো প্ৰতীয়মান কৰে যে সমগ্ৰ পৃথিৱীখনৰে কল্যাণ সাধনৰ ক্ষেত্ৰত ভাৰতৰ ‘ফিন-টেক’ৰ অপাৰ ক্ষমতা আছে।প্ৰধানমন্ত্ৰীয়ে ফিনটেকৰ ওপৰত এক চিন্তাশীল নেতৃত্ব মঞ্চ ইনফিনিটি ফ'ৰাম উদ্বোধন কৰে
December 03rd, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ফিনটেকৰ ওপৰত এক চিন্তাশীল নেতৃত্ব মঞ্চ ইনফিনিটি ফ'ৰাম উদ্বোধন কৰে।When India grows, the world grows, when India reforms, the world transforms: PM Modi
September 25th, 06:31 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.PM Modi's address to the United Nations General Assembly
September 25th, 06:30 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷PM’s speech at 'Aatmanirbhar Narishakti se Samvad' programme
August 12th, 12:32 pm
Prime Minister Shri Narendra Modi participated in ‘Atmanirbhar Narishakti se Samvad’ and interacted with women Self Help Group (SHG) members/community resource persons promoted under the Deendayal Antyodaya Yojana-National Rural Livelihoods Mission (DAY-NRLM) today via video conferencing. During the event, a compendium of success stories of women SHG members from all across the country, along with a handbook on universalization of farm livelihoods was released by the Prime Minister.PM interacts with women Self Help Groups in ‘Atmanirbhar Narishakti se Samvad’
August 12th, 12:30 pm
Prime Minister Shri Narendra Modi participated in ‘Atmanirbhar Narishakti se Samvad’ and interacted with women Self Help Group (SHG) members/community resource persons promoted under the Deendayal Antyodaya Yojana-National Rural Livelihoods Mission (DAY-NRLM) today via video conferencing. During the event, a compendium of success stories of women SHG members from all across the country, along with a handbook on universalization of farm livelihoods was released by the Prime Minister.For our government reforms are a matter of conviction not compulsion: PM Modi
August 11th, 06:52 pm
PM Modi addressed the Confederation of Indian Industry Annual Meeting 2021. PM Modi asked the Industry to take full advantage of the atmosphere of trust for India’s development and capabilities. Making a note of the changes in the approach of the current government and change in the ways of working of the current setup, the PM stressed that the new India of today is ready to march with the new world.PM addresses the Confederation of Indian Industry (CII) Annual Meeting 2021
August 11th, 04:30 pm
PM Modi addressed the Confederation of Indian Industry Annual Meeting 2021. PM Modi asked the Industry to take full advantage of the atmosphere of trust for India’s development and capabilities. Making a note of the changes in the approach of the current government and change in the ways of working of the current setup, the PM stressed that the new India of today is ready to march with the new world.২আগষ্টত ‘ডিজিটেল পৰিশোধ সমাধান’ ‘ই-ৰুপি’-ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 31st, 08:24 pm
অহা ২আগষ্ট ২০২১ৰ বিয়লি ৪.৩০বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যস্থাৰে এক ব্যক্তি আৰু উদ্দেশ্যবিশিষ্ট ‘ডিজিটেল পৰিশোধ সমাধান’ ‘ই-ৰুপি’-ৰ শুভাৰম্ভ ঘোষণা কৰিব।