
প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন দেশত নিজৰ নাম উজলাইছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 24th, 11:30 am
মন কী বাতৰ ১১৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এনচিচি দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এন চি চি কেডেটৰ ভূমিকাক আলোকপাত কৰে। তেওঁ উন্নত ভাৰতৰ বাবে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাৰ বিষয়ে কয়। তেওঁ যুৱক-যুৱতীসকলে জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল প্লেটফৰ্ম চলোৱাত সহায় কৰা আৰু এক পেড় মা কে নাম অভিযানৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে।
৩০.০৪.২০২৩ তাৰিখে ‘মন কী বাত’ৰ ১০০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
April 30th, 11:31 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আজি হ’ল 'মন কী বাত'ৰ শততম খণ্ড। মই আপোনালোক সকলোৰে পৰা হাজাৰ হাজাৰ চিঠি পাইছো, লাখ লাখ বাৰ্তা... আৰু মই যিমান সম্ভৱ সিমানবোৰ চিঠি পঢ়িবলৈ চেষ্টা কৰিছো, সেইবোৰ চাইছো আৰু বাৰ্তাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিছো। বহুবাৰ আপোনালোকৰ চিঠিবোৰ পঢ়ি থাকোঁতে, মই আৱেগিক হৈ পৰিছিলো,মন আৱেগেৰে ভৰি পৰিছিল আৰু তাৰ পিছত নিজকে চম্ভালি লৈছিলো। আপোনালোকে মোক 'মন কী বাত'ৰ ১০০তম খণ্ডৰ বাবে অভিনন্দন জনাইছে, কিন্তু মই মোৰ হৃদয়ৰ পৰা কওঁ,... দৰাচলতে, আপোনালোক সকলোৱে, 'মন কী বাত'ৰ শ্ৰোতাসকল, আমাৰ দেশবাসীসকল অভিনন্দনৰ যোগ্য। 'মন কী বাত' হৈছে কোটি কোটি ভাৰতীয়ৰ 'মন কী বাত', এয়া তেওঁলোকৰ অনুভূতিৰ অভিব্যক্তি।
Social Media Corner 24th August
August 24th, 07:42 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM's closing remarks at Forum for India Pacific Island Countries (FIPIC) Summit, Jaipur
August 21st, 08:46 pm