‘প্ৰধানমন্ত্ৰী মত্স্য সম্পদা যোজনা’ৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ
September 10th, 12:01 pm
দেশৰ বাবে, বিহাৰৰ বাবে, গাঁৱৰ জীৱনক স্বাচ্ছন্দ্যপূৰ্ণ কৰাৰ বাবে আৰু ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে, মত্স্য উত্পাদন, দুগ্ধ উত্পাদন, পশুপালন, আৰু কৃষক্ষেত্ৰ উন্নয়ণৰ বাবে পঢ়া-শুনা আৰু গৱেষণাৰে জড়িত বিভিন্ন বিষয়ৰ বাবে বহু কোটি টকাৰ পুঁজি নিয়োজিত হ’ব লগা যোজনাৰ আধাৰশিলা আৰু লোকাৰ্পণ কৰা হ’ল। এই কাৰ্যকৰ্মৰ বাবে মই বিহাৰৰ ভাতৃ-ভগ্নীসকলক অভিনন্দন জ্ঞাপন কৰিছো।পিএম মৎস্য সম্পদ যোজনা, ই-গোপালা এপ আৰু বিহাৰৰ বহু ব্যৱস্থাৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 10th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পিএম মৎস্য সম্পদ যোজনা, ই-গোপালা এপ আৰু বিহাৰৰ মীন উৎপাদন, দুগ্ধ, পশু পালন আৰু কৃষিৰ অধ্যয়ন আৰু গৱেষণা সম্পৰ্কীয় বহু ব্যৱস্থাৰ শুভাৰম্ভ কৰে।১০ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজন
September 09th, 01:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা চমুকৈ PMMSY মুকলি কৰিব ডিজিটেল মাধ্যমেৰে। প্ৰধানমন্ত্ৰীয়ে একেটা দিনতে কৃষকসকলৰ প্ৰত্যক্ষ ব্যৱহাৰৰ বাবে এক তথ্য পোৰ্টেল তথা সৰ্বাঙ্গীন ‘ব্ৰীড’ উন্নয়নৰ বজাৰ ক্ষেত্ৰ ‘ই-গোপাল’ এপ্পো মুকলি কৰিব। উক্ত অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ মৎস্য আৰু পশুপালন খণ্ডৰ সৈতে জড়িত একাধিক যোজনাও মুকলি কৰিব।