নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ
January 27th, 04:30 pm
এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল সন্মান (পিএম বিকাশ)’ বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 11th, 10:36 am
বিগত কিছুদিন ধৰি বাজেটোত্তৰ ৱেবিনাৰৰ এক ধাৰাবাহিকতা অব্যাহত আছে৷ বিগত তিনি বছৰৰ পৰা বাজেটৰ পাছত বাজেটক লৈ অংশীদাৰসকলৰ সৈতে আলোচনা কৰাৰ এক পৰম্পৰা আমি আৰম্ভ কৰিছো৷ যিখন বাজেট দাখিল কৰা হৈছে, সেইখন কিদৰে আমি যিমান পাৰি সোনকালে গুৰুত্ব সহকাৰে কাৰ্যকৰী কৰিম, অংশীদাৰসকলে ইয়াৰ বাবে কি পৰামৰ্শ দিয়ে, সসেই পৰামৰ্শসমূহে চৰকাৰক কিদৰে উপকৃত কৰিব, অৰ্থাৎ এক উত্তম ৰূপত ইয়াৰ মন্থন কৰি থকা হৈছে৷ মই আনন্দিত যে সকলো সংস্থা, ব্যৱসায় আৰু উদ্যোগৰ সৈতে জড়িত হৈ বাজেটৰ সৈতে যিসকলৰ পোনপটীয়া সম্পৰ্ক আছে, সেয়া লাগিলে কৃষকেই হওক, মহিলাই হওক, যুৱক-যুৱতীয়েই হওক, আদিবাসীয়েই হওক, আমাৰ দলিত ভাই-ভনীয়েই হওক, সকলো অংশীদাৰ আৰু হাজাৰ হাজাৰ লোকে সমগ্ৰ দিন বহি, অতি উত্তম সমাধান উলিয়াইছে৷ চৰকাৰৰ বাবে উপযোগী এনে পৰামৰ্শ আহিছে৷ মোৰ বাবে আনন্দৰ কথা এই যে এইবাৰ বাজেটৰ ৱেবিনাৰত বাজেটত এইটো হ’ল, সেইটো নহ’ল, এনে ধৰণৰ আলোচনা হোৱাৰ বিপৰীতে সকলো অংশীদাৰে এই বাজেটক কিদৰে সৰ্বাধিক উপকাৰী ৰূপত গঢ় দিব পাৰি, ইয়াৰ কি পথ থাকিব পাৰে, ইয়াৰ সঠিক চৰ্চা কৰিছে৷এয়া আমাৰ বাবে গণতন্ত্ৰৰ এক নতুন আৰু গুৰুত্বপূৰ্ণ অধ্যায়। সংসদত যিবোৰ আলোচনা হয়, সাংসদসকলে যি আলোচনা কৰে, জনসাধাৰণ আৰু জনাৰ্দনক একে গভীৰ চিন্তাৰে সাক্ষাৎ কৰাটো নিজৰ বাবেই অতি উপযোগী। আজিৰ বাজেটৰ এই ৱেবিনাৰখন ভাৰতৰ কোটি কোটি জনতাৰ দক্ষতা আৰু প্ৰতিভাৰ প্ৰতি উৎসৰ্গিত। বিগত বছৰবোৰত স্কিল ইণ্ডিয়া মিছনৰ জৰিয়তে, দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে আমি কোটি কোটি যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে তেওঁলোকক নতুনকৈ কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ কাম কৰি আহিছো। দক্ষতাৰ দৰে ক্ষেত্ৰখনত আমি যিমানেই নিৰ্দিষ্ট হ’ম, সিমানেই লক্ষ্য নিৰ্ধাৰণ কৰা পন্থাৰ ফলাফল ভাল হ’ব।প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল সন্মান’ সন্দৰ্ভত পোষ্ট-বাজেটৰ ৱেবিনাৰত ভাষণ প্ৰদান কৰে
March 11th, 10:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল সন্মান' শীৰ্ষক পোষ্ট-বাজেটৰ এক ৱেবিনাৰত ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২ টা বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ শৃংখলাৰ ই হৈছে অন্তিমটো শৃংখলা।কেন্দ্ৰীয় কেবিনেটে ৰূপে ডেবিট কাৰ্ড আৰু কম মূল্যৰ ভীম-ইউপিআই লেনদেনৰ প্ৰচাৰৰ বাবে ইনচেণ্টিভ আঁচনিত অনুমোদন জনাইছে
January 11th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা এবছৰৰ বাবে ৰূপে ডেবিট কাৰ্ড আৰু কম মূল্যৰ ভীম-ইউপিআই লেনদেনৰ (ব্যৱসায়ীৰ পৰা ব্যক্তি) প্ৰচাৰৰ বাবে প্ৰেৰণামূলক আঁচনিত অনুমোদন জনাইছে।সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ শ্ৰম মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় শ্ৰম সন্মিলনত ভিডিঅ' কনফাৰেঞ্চিঙৰ মাধ্যমত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
August 25th, 04:31 pm
চণ্ডীগড়ৰ এডমিনিষ্ট্ৰেটৰ শ্ৰীমান বনৱাৰী লাল পুৰোহিত জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ভূপেন্দ্ৰ যাদব জী, শ্ৰী ৰামেশ্বৰ তেলী জী, সকলো ৰাজ্যৰ আদৰণীয় শ্ৰম মন্ত্ৰীগণ, শ্ৰম সচিবগণ, অন্য মহানুভৱ, দেৱীসকল আৰু সজ্জনসকল, সৰ্ব প্ৰথমে মই ভগৱান তিৰুপতি বালাজীৰ চৰণত প্ৰণিপাত কৰিছো। যি পৱিত্ৰ স্থানত এতিয়া আপোনালোক উপস্থিত আছে, সেয়া ভাৰতৰ শ্ৰম আৰু সামৰ্থ্যৰ সাক্ষী হৈ আছে। মোৰ বিশ্বাস আছে, এই কনফাৰেঞ্চৰ পৰা ওলোৱা চিন্তাই দেশৰ শ্ৰম-সামৰ্থ্যক শক্তিশালী কৰিব। মই আপোনালোক সকলোকে আৰু বিশেষকৈ শ্ৰম মন্ত্ৰালয়ক এই আয়োজনৰ বাবে অভিনন্দন জনাইছো।PM Modi addresses National Labour Conference of Labour Ministers of all States and UTs
August 25th, 04:09 pm
PM Modi addressed the National Conference of Labour Ministers of all States and Union Territories via video conferencing. He reiterated the various efforts by the Government like Pradhan Mantri Shram-Yogi Maandhan Yojana, Pradhan Mantri Suraksha Bima Yojana, Pradhan Mantri Jeevan Jyoti Bima Yojana that have given a security cover to the workers.গুজৰাটৰ গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পাঠ
July 04th, 10:57 pm
আজিৰ অনুষ্ঠানটোৱে একবিংশ শতিকাত ভাৰত ক্ৰমান্বয়ে আধুনিক হৈ পৰাৰ আভাস কঢ়িয়াই আনিছে। সমগ্ৰ বিশ্বৰ সন্মুখত ডিজিটেল ইণ্ডিয়া অভিযানৰ ৰূপত সমগ্ৰ মানৱতাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কিমান বৈপ্লৱিক, তাৰ উদাহৰণ ভাৰতে দাঙি ধৰিছে।প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে
July 04th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰত 'নৱ ভাৰত প্ৰযুক্তি অনুপ্ৰেৰণা' বিষয়বস্তুৰে ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে। অনুষ্ঠানটোত তেওঁ প্ৰযুক্তিৰ প্ৰসাৰ বৃদ্ধি, জীৱন ধাৰণৰ সহজতা নিশ্চিত কৰাৰ বাবে সেৱা প্ৰদানক সুশৃংখল কৰাৰ লক্ষ্যৰে কেইবাটাও ডিজিটেল পদক্ষেপআৰম্ভ কৰে। তেওঁ চিপ টু ষ্টাৰ্টআপ (চিআইটিইউএছ) কাৰ্যসূচীৰ অধীনত সহযোগিতা কৰা ৩০ টা প্ৰতিষ্ঠানৰ প্ৰথম গোটটোঘোষণা কৰে।Start-ups are reflecting the spirit of New India: PM Modi during Mann Ki Baat
May 29th, 11:30 am
During Mann Ki Baat, Prime Minister Narendra Modi expressed his joy over India creating 100 unicorns. PM Modi said that start-ups were reflecting the spirit of New India and he applauded the mentors who had dedicated themselves to promote start-ups. PM Modi also shared thoughts on Yoga Day, his recent Japan visit and cleanliness.বিদেশৰ ভাৰতীয় দূতাবাসৰ মুৰব্বী আৰু ব্যৱসায় তথা বাণিজ্য ক্ষেত্ৰৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ কথা-বাৰ্তাৰ অসমীয়া অনুবাদ
August 06th, 06:31 pm
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সকলো সহকৰ্মীসকল। ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, সমগ্ৰ বিশ্বতে সেৱা আগবঢ়োৱা সকলো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকল। বিভিন্ন ৰপ্তানি পৰিষদ আৰু চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ সকলো নেতাসকল। মহিলা আৰু ভদ্ৰলোকসকল! এয়া স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়। এয়া কেৱল স্বাধীনতাৰ ৭৫ তম বৰ্ষত আমাৰ স্বাধীনতা উদযাপন কৰাৰ সময় নহয়, ভৱিষ্যতৰ ভাৰতৰ বাবে এক স্পষ্ট দৃষ্টিভংগী আৰু ৰোডমেপ গঢ়ি তোলাৰ সময়। ইয়াত আমাৰ ৰপ্তানিৰ উচ্চাকাংক্ষা আৰু ইয়াত আপোনালোক সকলো সহকৰ্মী, পদক্ষেপ, আপোনাৰ ভূমিকা বৃহৎ।প্ৰধানমন্ত্ৰীয়ে বিদেশত থকা ভাৰতীয় মিছনৰ মুৰব্বী আৰু বাণিজ্য আৰু বাণিজ্য খণ্ডৰ অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰে
August 06th, 06:30 pm
এই আঁচনিৰ প্ৰথম টো প্ৰচেষ্টাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিদেশত থকা ভাৰতীয় মিছনৰ মুৰব্বী আৰু ব্যৱসায় আৰু বাণিজ্য খণ্ডৰ অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰে। আলোচনাৰ সময়ত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও উপস্থিত আছিল। অনুষ্ঠানটোত ২০ টাতকৈও অধিক বিভাগৰ সচিব, ৰাজ্য চৰকাৰৰ বিষয়া, ৰপ্তানি প্ৰচাৰ পৰিষদ আৰু চেম্বাৰ অফ কমাৰ্চৰ সদস্যসকলও উপস্থিত আছিল।Increase social distancing, reduce emotional distancing: PM Modi during Mann Ki Baat
March 29th, 10:36 am
During ‘Mann Ki Baat’, PM Modi spoke at length about the Coronavirus pandemic. PM Modi emphasized on ‘social distancing’ to fight the COVID-19 menace and applauded the doctors and other health care workers for their untiring efforts. He hailed them as the ‘front-line soldiers.’ The Prime Minister said the ongoing lockdown was necessary to break the chain of virus transmission and ensure everyone’s safety.This year’s Budget has given utmost thrust to manufacturing and Ease of Doing Business: PM
February 16th, 02:46 pm
PM Modi participated in 'Kashi Ek Roop Anek' organized at the Deendayal Upadhyaya Trade Facilitation Centre in Varanasi. Addressing the event, PM Modi said that government will keep taking decisions to achieve the goal of 5 trillion dollar economy.প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ অনুষ্ঠানত অংশ লয়
February 16th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে চৰকাৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰি থাকিব৷ বাৰাণসীত এক অনুষ্ঠানত ভাষণ আগবঢ়াই তেওঁ কয় যে পৰম্পৰাগত হস্তশিল্প কৰ্মী, কলা-কুশলী, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীৰ সৱলীকৰণে দেশৰ ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ লক্ষ্য পূৰণত সহায়ক হ’ব৷বেংককত ইষ্ট এছিয়া আৰু আৰচিইপি সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 04th, 11:54 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত ইষ্ট এছিয়া আৰু আৰচিইপি সন্মিলনত অংশগ্ৰহণ কৰিব৷ ইয়াৰোপৰি তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে, ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গুৱেন জুৱান ফুক আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতেও আজি ৰাতি দিল্লীলৈ উভতি অহাৰ পূৰ্বে বৈঠকত মিলিত হ’ব৷59 minute loan portal to enable easy access to credit for MSMEs: PM Modi
November 02nd, 05:51 pm
Prime Minister Narendra Modi today launched the ‘Support and Outreach Programme’ for Micro, Small and Medium Enterprise (MSME) sector of the country. At this event, PM Modi also announced twelve major decisions to accelerate growth in the MSMEs of India. PM Modi called these decisions as ‘Diwali Gifts’ from the government to the MSMEs of India.প্ৰধানমন্ত্ৰীৰ এমএছএমই খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে ঐতিহাসিক পদক্ষেপ মুকলি
November 02nd, 05:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ (এমএছএমই)খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে এক ঐতিহাসিক পদক্ষেপ মুকলি কৰে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে এমএছএমইৰ বিকাশ, প্ৰসাৰ আৰু সুবিধা প্ৰদানৰ অৰ্থে ১২টা প্ৰধান বিষয়ৰ কথা ঘোষণা কৰে৷নতুন দিল্লীত ইণ্ডিয়া ইণ্টাৰনেচনেল ক’নভেনচন এণ্ড এক্সপ’ চেণ্টাৰৰ আধাৰশিলা স্থাপনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 20th, 04:48 pm
মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান সুৰেশ প্ৰভু ডাঙৰীয়া, শ্ৰীমান হৰদ্বীৰ সিং পুৰী ডাঙৰীয়া, শ্ৰী চি আৰ চৌধুৰী ডাঙৰীয়া, সচিব ডিআইপিপি শ্ৰী ৰমেশ অভিষেক ডাঙৰীয়া, ইয়াত উপস্থিত উদ্যোগ আৰু ব্যৱসায় জগতৰ সৈতে জড়িত মোৰ ভাতৃ–ভগ্নীসকল৷PM lays foundation stone for India International Convention and Expo Centre, Dwarka
September 20th, 04:39 pm
Laying the foundation stone of India International Convention and Expo Centre in New Delhi’s Dwarka, PM Narendra Modi highlighted NDA government’s focus on enhancing ‘Ease of Doing Business’ as well as furthering ‘Ease of Living’. The PM spoke at length about reforms undertaken by the government in last four years like financial inclusion, GST and strengthening the healthcare sector, etc. “NDA government’s priority is overall development of the nation”, he added.