INDI alliance only spreads the politics of communalism, casteism & dynasty: PM Modi in Bhiwani-Mahendragarh
May 23rd, 02:30 pm
Ahead of the Lok Sabha elections in 2024, Prime Minister Narendra Modi received a warm welcome from the people of Bhiwani-Mahendragarh as he addressed a public rally in Haryana. He began his speech by extending greetings on the auspicious occasion of ‘Buddha Purnima.’ He remarked that in Haryana, a glass of Rabdi and a roti with onion are enough to satisfy one’s hunger. Amidst the enthusiastic crowd, PM Modi said, “The people of Haryana only echo one sentiment: ‘Fir ek Baar Modi Sarkar’.”Bhiwani-Mahendragarh's big welcome for PM Modi as he addresses a public rally in Haryana
May 23rd, 02:00 pm
Ahead of the Lok Sabha elections in 2024, Prime Minister Narendra Modi received a warm welcome from the people of Bhiwani-Mahendragarh as he addressed a public rally in Haryana. He began his speech by extending greetings on the auspicious occasion of ‘Buddha Purnima.’ He remarked that in Haryana, a glass of Rabdi and a roti with onion are enough to satisfy one’s hunger. Amidst the enthusiastic crowd, PM Modi said, “The people of Haryana only echo one sentiment: ‘Fir ek Baar Modi Sarkar’.”হাৰিয়ানাৰ গুৰুগ্ৰামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন/ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 11th, 01:30 pm
হাৰিয়ানাৰ ৰাজ্যপাল বন্দাৰু দত্তাত্ৰেয়জী, কৰ্মঠ মুখ্যমন্ত্ৰী মনোহৰ লালজী, কেন্দ্ৰৰ মোৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰী নীতিন গাডকাৰীজী, ৰাও ইন্দ্ৰজিৎ সিং, কৃষ্ণ পাল গুৰ্জাৰজী, হাৰিয়ানাৰ উপ মুখ্যমন্ত্ৰী দুষ্মন্তজী, বিজেপিৰ ৰাজ্যিক সভাপতি আৰু সংসদৰ মোৰ সহকৰ্মী নায়ব সিং চাইনীজী, আন সকলো গণ্যমান্য ব্যক্তি, আৰু বৃহৎ সংখ্যাত উপস্থিত থকা মোৰ মৰমৰ ভাই-ভনীসকল!বিভিন্ন ৰাজ্যত এক লাখ কোটি টকা ব্যয় সাপেক্ষ ১১২ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
March 11th, 01:10 pm
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দিল্লীত অনুষ্ঠান অনুষ্ঠিত কৰাৰ সংস্কৃতিৰ পৰা দেশৰ অন্যান্য প্ৰান্তত বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰালৈ পৰিৱৰ্তন হোৱা কথাটো উল্লেখ কৰে। তেওঁ কয় যে আজি দেশে আধুনিক সংযোগৰ দিশত আন এক বৃহৎ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মাইলৰ খুঁটিসদৃশ দ্বাৰকা এক্সপ্ৰেছৱেৰ হাৰিয়ানা অংশ উচৰ্গা কৰি আনন্দিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ দ্বাৰা দিল্লী আৰু হাৰিয়ানাৰ মাজৰ ভ্ৰমণ অভিজ্ঞতা চিৰদিনৰ বাবে সলনি হ’ব আৰু “কেৱল বাহনতে নহয়, অঞ্চলটোৰ জনসাধাৰণৰ জীৱনৰ গতিও সলনি হ’ব”। .