ৰে’লৱে কৰ্মচাৰীসকলৰ বাবে ৭৮ দিনৰ প্ৰডাক্টিভিটি লিংকড বোনাছ (পিএলবি)লৈ কেবিনেটৰ অনুমোদন আৰু ঘোষণা
October 03rd, 09:53 pm
ৰে’ল কৰ্মচাৰীৰ অসাধাৰণ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ১১,১৭২,২৪০ জন ৰে’ল কৰ্মচাৰীৰ বাবে ২০২৮.৫৭ কোটি টকাৰ ৭৮ দিনৰ প্ৰডাক্টিভিটি লিংকড বোনাছ (পিএলবি)লৈ অনুমোদন জনাইছে।Today, Congress party is roaming around like the ‘Sultan’ of a ‘Tukde-Tukde’ gang: PM Modi in Mysuru
April 14th, 10:07 pm
Prime Minister Narendra Modi addressed a public meeting in Mysuru, Karnataka, seeking blessings from Tai Chamundeshwari. Expressing reverence, he bowed to the feet of Tai Chamundeshwari, Tai Bhuvaneshwari, and Tai Kaveri, symbolizing the essence of power inherent in the land of Mysuru and Karnataka. Acknowledging the significant presence of the people, especially the mothers and sisters of Karnataka, PM Modi emphasized the state's resounding call for the return of the Modi government.PM Modi addresses a public meeting in Mysuru, Karnataka
April 14th, 05:00 pm
Prime Minister Narendra Modi addressed a public meeting in Mysuru, Karnataka, seeking blessings from Tai Chamundeshwari. Expressing reverence, he bowed to the feet of Tai Chamundeshwari, Tai Bhuvaneshwari, and Tai Kaveri, symbolizing the essence of power inherent in the land of Mysuru and Karnataka. Acknowledging the significant presence of the people, especially the mothers and sisters of Karnataka, PM Modi emphasized the state's resounding call for the return of the Modi government.দিল্লীৰ দ্বাৰকাত বিজয়া দশমী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ
October 24th, 06:32 pm
মই সমগ্ৰ দেশবাসীক শক্তি উপাসনাৰ উৎসৱ নবৰাত্ৰি আৰু বিজয় উৎসৱ বিজয়া দশমীৰ বহুত বহুত শুভকামনা জনাইছো৷ বিজয়া দশমীৰ এই উৎসৱ অন্যায়ৰ বিৰুদ্ধে ন্যায় বিজয়, অহংকাৰৰ বিপৰীতে বিনম্ৰতাৰ বিজয় আৰু ক্ৰোধৰ ওপৰত ধৈৰ্য্যৰ বিজয়ৰ উৎসৱ। এয়া অত্যাচাৰী ৰাৱণৰ বিৰুদ্ধে ভগৱান শ্ৰীৰামৰ জয়ৰ উৎসৱ। এই অনুভৱেৰে আমি প্ৰতি বছৰে ৰাৱণ দহন কাৰ্যসূচী ৰূপায়ণ কৰোঁ। কিন্তু কেৱল ইমানেই নহয়, এই উৎসৱ আমাৰ বাবে সংকল্পৰো উৎসৱ, আমাৰ সংকল্পৰ পুনৰাবৃত্তিৰো উৎসৱ।PM addresses at Vijaya Dashami celebrations in Dwarka, Delhi
October 24th, 06:31 pm
PM Modi attended Ram Leela at Dwarka in Delhi and saw Ravan Dahan. Addressing on the occasion, the Prime Minister said that Vijaydashimi is a festival of victory of justice over injustice, of humility over arrogance and patience over anger. He said this is also a day of renewing pledges.২৪.০৯.২০২৩ত ‘মন কী বাত’ৰ ১০৫সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 24th, 11:30 am
'মন কী বাত'ৰ আন এটা খণ্ডত দেশৰ সফলতা, দেশবাসীৰ সফলতা, তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱনশৈলী আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ সুযোগ পালোঁ। শেহতীয়াকৈ মই পোৱা চিঠি আৰু বাৰ্তা বেছিভাগেই দুটা কথাৰ ওপৰত কেন্দ্ৰীভূত। প্ৰথমটো হৈছে চন্দ্ৰযান-৩ৰ সফল অৱতৰণ আৰু দ্বিতীয়টো হ’ল দিল্লীত জি-২০ৰ সফল আয়োজন। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা, সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা সকলো বয়সৰ মানুহৰ পৰা অগণন চিঠি পাইছিলোঁ। চন্দ্ৰযান-৩ৰ লেণ্ডাৰখন যেতিয়া চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল তেতিয়া লাখ লাখ লোকে বিভিন্ন মাধ্যমৰ জৰিয়তে এই অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈছিল। ইছৰোৰ ইউটিউব লাইভ চেনেলত আশী লক্ষাধিক লোকে এই অনুষ্ঠানটো চাইছিল– যিটো এক অভিলেখ। ইয়াৰ পৰাই বুজা যায় যে চন্দ্ৰযান-৩ৰ সৈতে লাখ লাখ ভাৰতীয়ৰ কিমান গভীৰ সম্পৰ্ক আছে। চন্দ্ৰযানৰ এই সফলতাক লৈ বৰ্তমান দেশত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু ইয়াৰ নাম– ‘চন্দ্ৰযান-৩ মহাকুইজ’। মাইগভ পৰ্টেলত চলি থকা এই প্ৰতিযোগিতাত এতিয়ালৈকে পোন্ধৰ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। মাইগভ আৰম্ভ হোৱাৰ পিছত যিকোনো কুইজৰ বাবে এইটোৱেই সৰ্বাধিক অংশগ্ৰহণ। মই এইটোও ক'ম যে যদি আপুনি এতিয়াও অংশগ্ৰহণ কৰা নাই তেন্তে পলম নকৰিব আৰু ছদিন বাকী আছে। এই কুইজত নিশ্চিতভাৱে অংশগ্ৰহণ কৰক।‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
August 07th, 04:16 pm
কেইদিনমান আগতে ‘ভাৰত মণ্ডপম’ৰ এক বিশাল উদ্বোধন কৰা হৈছে। আপোনালোকৰ বহুতেই চাগৈ আগতে ইয়ালৈ আহিছিল আৰু শিবিৰ স্থাপন কৰি নিজাকৈ একোখন পৃথিৱী স্থাপন কৰিছিল। আজি আপোনালোকে ইয়াত এখন পৰিৱৰ্তিত দেশৰ প্ৰতিচ্ছৱি দেখিবলৈ পাইছে। আৰু, আজি আমি এই ‘ভাৰত মণ্ডপম’ত ‘নেশ্যনেল হেণ্ডলুম ডে’’- ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন কৰিছোঁ। ‘ভাৰত মণ্ডপম’ৰ এই বিশালতাত ভাৰতৰ হস্ততাঁত উদ্যোগেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নতুনৰ সৈতে প্ৰাচীনৰ এই সঙ্গমে আজিৰ ভাৰতক সংজ্ঞায়িত কৰে। আজিৰ ভাৰতে কেৱল ‘লোকেল’-ৰ প্ৰতিয়েই ‘ভোকেল’-ৰ ভূমিকা পালন কৰা নাই, বৰঞ্চ ইয়াক বিশ্বজোৰা কৰি তুলিবৰ বাবে এক গোলকীয় মঞ্চও প্ৰদান কৰিছে। অলপ আগতে মই কিছুসংখ্যক শিপিনী সহকৰ্মীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ। সমগ্ৰ দেশৰ বহুতো হস্ততাঁত গোটৰ আমাৰ শিপিনী ভাই-ভনীসকল দূৰদূৰণিৰ পৰা ইয়ালৈ আহিছে আৰু আমাৰ সৈতে সংযুক্ত হৈছে। এই বিশাল অনুষ্ঠানটোলৈ মই আপোনালোক সকলোকে হৃদয়েৰে স্বাগতম জনাইছোঁ, মই আপোনালোকক অভিনন্দন জনাইছোঁ।নতুন দিল্লীত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ প্ৰধানমন্ত্ৰীৰ
August 07th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ দি নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বনে প্ৰস্তুত কৰা ‘ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ - বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ ভঁৰাল’ ই-প’ৰ্টেল মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে।কুল্লুৰ দশেৰাৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
October 05th, 04:43 pm
প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ লগে-লগে তেখেতক আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে ভগৱান ৰঘুনাথ জী উপস্থিত হয়হি আৰু ইয়াৰ লগে-লগে ৰথযাত্ৰাৰ আৰম্ভ হয়। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ বহু সংখ্যক লোকৰ সমাগম ঘটে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন লক্ষ-লক্ষ ভক্তৰ সৈতে মূল স্থানলৈ পদব্ৰজে গৈ ভগৱান ৰঘুনাথক শ্ৰদ্ধা জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে উপস্থিত সকলোক হাত জোৰ কৰি সম্ভাষণ জনোৱাৰ লগতে ঐতিহাসিক কুল্লুৰ দশেৰা উদযাপনৰ কাৰ্য্যসূচীত দেৱ-দেৱীসকলৰ ভৱ্য সমাবেশ আৰু পৱিত্ৰ ৰথযাত্ৰাৰ সাক্ষী হয়। উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰীয়ে কুল্লুৰ দশেৰা উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছে।Centre extends Pradhan Mantri Garib Kalyan Ann Yojana (PMGKAY) for another three months (October 2022-December 2022)
September 28th, 04:06 pm
Union Cabinet has approved the extension for the Pradhan Mantri Garib Kalyan Anna Yojana (PMGKAY-Phase VII) for a further period of 3 months i.e. October to December 2022. Recognising that people have gone through a difficult period of pandemic, Govt has decided to extend PMGKAY for three months.লক্ষ্ণৌত ‘আজাদী@৭৫’ সন্মিলন আৰু বাণিজ্য মেলা উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 05th, 10:31 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই-ভনীসকল!PM inaugurates ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow
October 05th, 10:30 am
PM Narendra Modi inaugurated ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow. He digitally handed over house keys to 75,000 beneficiaries of Awas Yojana in 75 districts of Uttar Pradesh.‘বিজয়া দশমী’ উপলক্ষে দেশবাসীলৈ শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়
October 25th, 03:00 pm
‘বিজয়া দশমী’ উপলক্ষে দেশবাসীলৈ শুভ কামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।২৫.১০.২০২০ তাৰিখে সম্প্ৰচাৰিত ‘মন কী বাত ২.০’ৰ ১৭তম খণ্ডত প্ৰধানমন্ত্ৰী প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
October 25th, 11:00 am
বন্ধুসকল, যেতিয়া আমি উৎসৱ আৰু উৎসৱৰ প্ৰস্তুতিৰ বিষয়ে কথা কও তেতিয়া বজাৰলৈ কেতিয়া যাম, কি কিনিম, এইবোৰ কথাই প্ৰথমে চিন্তা কৰো৷ বিশেষকৈ শিশুসকল এই বিষয়ত অধিক উৎসাহী হৈ থাকে৷ উৎসৱৰ বতৰত তেওঁলোকে কি কি উপহাৰ লাভ কৰিব সেই বিষয়ে তেওঁলোক উৎসুক হৈ থাকে৷ উৎসৱৰ আনন্দ আৰু বজাৰৰ জাকজমকৰ মাজত আন্তঃসম্বন্ধ আছে৷ কিন্তু এইবাৰ যেতিয়াই আপোনালোকে বজাৰলৈ যাব তেতিয়াই আমাৰ ‘ভকেল ফ’ৰ লোকেল’ৰ বিষয়ে মনত ৰাখিব৷ বজাৰৰ পৰা বস্তু ক্ৰয় কৰোতে আমি স্থানীয় সামগ্ৰীক প্ৰাধান্য দিব লাগিব৷নতুন দিল্লীৰ দ্বাৰকাৰ ডিডিএ গ্ৰাউণ্ডত আয়োজিত দশেৰা উত্সৱত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ
October 08th, 05:31 pm
ইমান বিশাল সংখ্যাৰে আহি ইয়াত উপস্থিত হোৱা সংস্কৃতিপ্ৰেমী মোৰ প্ৰিয় ভাই-ভনীসকল। আপোনালোক আটাইলৈকে বি়জয়া দশমীৰ এই পবিত্ৰ মুহূৰ্তত বহুত বহুত শুভকামনা জ্ঞাপন কৰিলো।দ্বাৰকাৰ ডি ডি এ গ্ৰাউণ্ডত দশেৰা উৎসৱত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
October 08th, 05:30 pm
আজি নতুন দিল্লীৰ দ্বাৰকাৰ ডি ডি এ গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা দশেৰা উৎসৱত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে৷ বিজয়া দশমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক শুভেচ্ছা জনায়৷বিজয়া দশমী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
October 08th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷২৯.০৯.২০১৯ তাৰিখে ‘মন কী বাত’ৰ চতুৰ্থ খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 29th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ বন্ধুসকল, আজিৰ ‘মন কী বাত’ত দেশৰ সেই মহান ব্যক্তিত্বৰ বিষয়ে মই উল্লেখ কৰিম৷ আমি সকলো ভাৰতবাসীৰ হৃদয়ত তেওঁৰ প্ৰতি অশেষ সন্মান আছে, প্ৰীতিভাৱ আছে৷ বোধহয় এনে কোনো ভাৰতীয় নোলাব যাৰ হৃদয়ত তেওঁৰ প্ৰতি আদৰ আৰু সন্মানৰ ভাৱ নাথাকিব৷ তেওঁ বয়সত আমাতকৈ ডাঙৰ আৰু দেশৰ বিভিন্ন ঘাত–প্ৰতিঘাত, উত্থান–পতনৰো তেওঁ সাক্ষী৷ আমি তেওঁক দিদি বুলি কও– ‘লতা দিদি’৷ তেওঁ এই ২৮ ছেপ্টেম্বৰত ৯০ বছৰত ভৰি দিছে৷ বিদেশ যাত্ৰালৈ যোৱাৰ পূৰ্বে মই দিদিৰ সৈতে ফোনত কথা পতাৰ সৌভাগ্য লাভ কৰিছিলো৷লালকিল্লা ময়দানৰ ১৫ আগষ্ট উদ্যানত দশেৰা উদযাপন অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে
October 19th, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লালকিল্লা ময়দানৰ ১৫ আগষ্ট উদ্যানত দশেৰা উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।Social Media Corner 12th October 2016
October 12th, 07:35 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!