The World This Week on India
December 24th, 11:59 am
India’s footprint on the global stage this week has been marked by a blend of diplomatic engagements, economic aspirations, cultural richness, and strategic initiatives.The World This Week on India
December 17th, 04:23 pm
In a week filled with notable achievements and international recognition, India has once again captured the world’s attention for its advancements in various sectors ranging from health innovations and space exploration to climate action and cultural influence on the global stage.Institutional service has the ability to solve big problems of the society and the country: PM at the Karyakar Suvarna Mahotsav
December 07th, 05:52 pm
PM Modi addressed the Karyakar Suvarna Mahotsav in Ahmedabad via video conferencing. He highlighted the Karyakar Suvarna Mahotsav as a key milestone in 50 years of service by BAPS. He praised the initiative of connecting volunteers to service work, which began five decades ago and applauded the dedication of lakhs of BAPS workers.Prime Minister Shri Narendra Modi addresses Karyakar Suvarna Mahotsav in Ahmedabad
December 07th, 05:40 pm
PM Modi addressed the Karyakar Suvarna Mahotsav in Ahmedabad via video conferencing. He highlighted the Karyakar Suvarna Mahotsav as a key milestone in 50 years of service by BAPS. He praised the initiative of connecting volunteers to service work, which began five decades ago and applauded the dedication of lakhs of BAPS workers.Prime Minister announces the starting of a special 100 day campaign today with a focus on the high burden TB districts
December 07th, 02:38 pm
Emphasising that India’s fight against TB just got stronger, the Prime Minister Shri Narendra Modi announced the starting of a special 100 day campaign today with a focus on the high burden TB districts. He also urged the citizens to read an article written by Union Health Minister Shri J P Nadda.The bond between India & Guyana is of soil, of sweat, of hard work: PM Modi
November 21st, 08:00 pm
Prime Minister Shri Narendra Modi addressed the National Assembly of the Parliament of Guyana today. He is the first Indian Prime Minister to do so. A special session of the Parliament was convened by Hon’ble Speaker Mr. Manzoor Nadir for the address.PM Modi addresses the Parliament of Guyana
November 21st, 07:50 pm
PM Modi addressed the National Assembly of Guyana, highlighting the historical ties and shared democratic ethos between the two nations. He thanked Guyana for its highest honor and emphasized India's 'Humanity First' approach, amplifying the Global South's voice and fostering global friendships.জামাইকাৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
October 01st, 12:00 pm
প্ৰধানমন্ত্ৰী হোলনেছ আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জনাই মই আনন্দিত হৈছো। এয়া প্ৰধানমন্ত্ৰী হোলনেছৰ ভাৰত ভ্ৰমণৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। সেইবাবেই আমি এই ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছো৷প্ৰধানমন্ত্ৰী হোলনেছ ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধু। তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছো। আৰু প্ৰতিবাৰেই ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে তেওঁৰ চিন্তাত তেওঁৰ দায়বদ্ধতা অনুভৱ কৰিছো। মই নিশ্চিত যে তেওঁৰ এই ভ্ৰমণে আমাৰ দ্বিপাক্ষিক সম্পৰ্কলৈ নতুন শক্তি কঢ়িয়াই নিয়াৰ লগতে সমগ্ৰ কেৰিবিয়ান অঞ্চলৰ সৈতে আমাৰ সংযোগ বৃদ্ধি কৰিব।এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 10th, 06:25 pm
এয়া এক ভাল লগা কাকতালীয় ঘটনা যে ১৯৫১ চনত এইডোখৰ স্থানত, এইখন ষ্টেডিয়ামতে প্ৰথমবাৰৰ বাবে ‘এছিয়ান গে’মছ’ অনুষ্ঠিত হৈছিল। আজি, আপোনালোকৰ লগতে সকলো খেলুৱৈয়ে যি পৰাক্ৰম দেখুৱালে, আপোনালোকে যি পুৰুষাৰ্থ দেখুৱলে, আপোনালোকে যি সাফল্য সম্ভৱ কৰি দেখুৱালে তাৰ বাবে দেশৰ প্ৰতিটো কোণত এক উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে ১০০ তকৈয়ো অধিক পদক জয় কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰি দিছিল। ‘এছিয়ান গে’মছ’ত আপোনালোক সকলো খেলুৱৈৰ প্ৰদৰ্শনক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে।এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে
October 10th, 06:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চাঁদ ষ্টেডিয়ামত এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ দলক সম্বোধন কৰে। তেওঁ খেলুৱৈসকলৰ সৈতেও বাৰ্তালাপ কৰে। ভাৰতে এছিয়ান গেমছ ২০২২ত ২৮টা সোণৰ পদকসহ ১০৭টা পদক লাভ কৰে আৰু ই হৈছে মহাদেশীয় মাল্টি স্পৰ্ট ইভেণ্টত লাভ কৰা মুঠ পদকৰ সংখ্যাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।জব্দ কৰা ১,৪৪,০০০ কিলোগ্ৰাম ড্ৰাগছ ধ্বংসৰ ঐতিহাসিক মাইলৰ খুঁটিক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
July 17th, 10:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা ঐতিহাসিক মাইলৰ খুঁটিক প্ৰশংসা কৰিছে, কাৰণ আজি ১,৪৪,০০০ কিলোগ্ৰাম জব্দ কৰা ড্ৰাগছ ধ্বংস কৰা হৈছে।সমাজত ড্ৰাগছৰ ভাবুকিৰ অন্ত পেলোৱাৰ প্ৰচেষ্টাক শলাগ প্ৰধানমন্ত্ৰীৰ
April 20th, 10:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজত ড্ৰাগছৰ ভাবুকিৰ অন্ত পেলোৱাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈছে৷তামিল নৱবৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
April 13th, 08:21 pm
সকলোকে তামিল পুট্টাণ্ডুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলোৰে মৰম, মোৰ তামিল ভাই-ভনীৰ মৰম যে আজি মই আপোনালোকৰ মাজত তামিল পুট্টাণ্ডু উদযাপনৰ সুযোগ পাইছো। পুট্টাণ্ডু প্ৰাচীন কালৰ নতুনত্বৰ উৎসৱ! এনে প্ৰাচীন তামিল সংস্কৃতি আৰু প্ৰতি বছৰে পুট্টাণ্ডুৰ পৰা নতুন শক্তিৰে আগবাঢ়ি যোৱাৰ এই পৰম্পৰা, সঁচাকৈয়ে আচৰিত! এইটোৱেই তামিলনাডু আৰু তামিল জনসাধাৰণক ইমান বিশেষ কৰি তুলিছে। সেয়েহে এই পৰম্পৰাৰ প্ৰতি মোৰ সদায় এক আকৰ্ষণ, আৰু ইয়াৰ প্ৰতি আৱেগিক মোহ। মই যেতিয়া গুজৰাটত আছিলো, মণিগৰ বিধানসভাৰ আসনৰ পৰা মই বিধায়ক আছিলো, তাত তামিল মূলৰ বৃহৎ সংখ্যক লোক বাস কৰিছিল, তেওঁলোক মোৰ ভোটাৰ আছিল, তেওঁলোকে মোক বিধায়কৰ লগতে মুখ্যমন্ত্ৰীও বনাইছিল। আৰু তেওঁৰ লগত কটোৱা মুহূৰ্তবোৰ মোৰ সদায় মনত পৰে। মোৰ সৌভাগ্য যে মই তামিলনাডু, তামিল জনসাধাৰণৰ প্ৰতি যি মৰম দেখুৱাইছো, সেই মৰম মোক সদায় অধিক পৰিমাণে ঘূৰাই দিছে।প্ৰধানমন্ত্ৰীয়ে তামিল নৱবৰ্ষ উদযাপনত অংশগ্ৰহণ কৰে
April 13th, 08:20 pm
অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে পুথাণ্ডু উদযাপন কৰিবলৈ তেওঁৰ তামিল ভাতৃ আৰু ভগ্নীৰ মাজত উপস্থিত থাকি আনন্দ প্ৰকাশ কৰে। পুথাণ্ডু প্ৰাচীন পৰম্পৰাত আধুনিকতাৰ উৎসৱ। এনে প্ৰাচীন তামিল সংস্কৃতি আৰু তথাপিও, প্ৰতি বছৰে নতুন শক্তিৰে আগবাঢ়িছে। এয়া সঁচাকৈয়ে লক্ষণীয়, প্ৰধানমন্ত্ৰীয়ে কয়। তামিল লোক আৰু সংস্কৃতিৰ স্বকীয়তাৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে তামিল সংস্কৃতিৰ প্ৰতি তেওঁৰ আকৰ্ষণ আৰু আৱেগিক আসক্তিৰ কথা স্বীকাৰ কৰে। গুজৰাটত তেওঁৰ পূৰ্বৰ বিধানসভা সমষ্টিত তামিল জনগোষ্ঠীৰ শক্তিশালী উপস্থিতি আৰু মহান প্ৰেমৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি তামিল জনসাধাৰণৰ প্ৰেমৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।