ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
July 06th, 10:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ মাতৃভূমিৰ প্ৰতি থকা নিষ্ঠা আৰু ত্যাগে দেশবাসীক অনুপ্ৰাণিত কৰিব৷প্ৰধানমন্ত্ৰীয়ে ড° শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে
June 23rd, 10:14 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।ডঃ শ্যামাপ্রসাদ মুখার্জীৰ জন্মবার্ষিকীত প্রধানমন্ত্রীৰ শ্রদ্ধাজ্ঞাপন
July 06th, 10:17 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ডঃ শ্যামাপ্রসাদ মুখার্জীৰ জন্মবার্ষিকীত তেওঁৰ প্রতি শ্রদ্ধাজ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰীয়ে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ পূণ্য তিথিত স্মৰণ কৰে
June 23rd, 06:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ পুণ্য তিথি উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।কালাদান মাল্টি-মডেল ট্ৰানজিট পৰিবহণ প্ৰকল্পৰ অধীনত বিকশিত শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ পৰা চিটৱে বন্দৰলৈ জাহাজ যাত্ৰাৰ উদ্বোধনৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
May 05th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালাদান মাল্টি-মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰকল্পৰ অধীনত বিকশিত শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ পৰা ম্যানমাৰৰ চিটৱে বন্দৰলৈ জাহাজ যাত্ৰাৰ উদ্বোধনৰ প্ৰশংসা কৰে।PM to visit West Bengal on 30th December
December 29th, 12:35 pm
PM Modi will visit West Bengal on 30th December, 2022. He will flag off Vande Bharat Express connecting Howrah to New Jalpaiguri, inaugurate Joka-Taratala stretch of Purple Line of Kolkata Metro and lay the foundation stone and dedicate to the nation various railway projects. PM Modi will also chair the second meeting of the National Ganga Council during his visit.বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।জন্ম জয়ন্তীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
July 06th, 12:08 pm
জন্ম জয়ন্তীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰাদ্ধৰ্ঘ্য নিবেদন কৰাৰ লগতে তেওঁ আগবঢ়াই থৈ যোৱা অৱদানসমূহৰ কথা স্মৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।PM remembers Dr. Syama Prasad Mookerjee on his Punya Tithi
June 23rd, 10:00 am
Remembering Dr. Syama Prasad Mookerjee on his Punya Tithi. Every Indian is indebted to him for his unparalleled efforts towards furthering India’s unity. He worked hard for India’s progress and dreamt of a strong and prosperous nation. We are committed to fulfilling his dreams. – Narendra ModiEvery BJP Karyakarta is a representative of the dreams and resolve of the country: PM Modi
April 06th, 04:44 pm
On the occasion of the BJP's foundation day, Prime Minister Narendra Modi said, “Today is the fifth day of Navratri. Today we worship Maa Skandamata. We have seen that she sits on a Lotus throne and holds Lotus flowers in both her hands. I pray that her blessings continue to be bestowed upon every citizen and karyakartas of the BJP.”PM Modi addresses BJP Karyakartas on the Party’s Sthapna Diwas
April 06th, 10:16 am
On the occasion of the BJP's foundation day, Prime Minister Narendra Modi said, “Today is the fifth day of Navratri. Today we worship Maa Skandamata. We have seen that she sits on a Lotus throne and holds Lotus flowers in both her hands. I pray that her blessings continue to be bestowed upon every citizen and karyakartas of the BJP.”ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ জয়ন্তীত প্রধানমন্ত্রীৰ শ্রদ্ধাঞ্জলি
July 06th, 08:43 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকীত প্রধানমন্ত্রীৰ শ্রদ্ধাঞ্জলি
June 23rd, 09:13 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আজি ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷এআইইউৰ ৯৫ তম বৈঠক আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
April 14th, 10:25 am
এই কাৰ্যসূচীত মোৰ সৈতে উপস্থিত থকা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য শ্ৰী দেৱব্ৰতজী, দেশৰ শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকজী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপাণীজী, গুজৰাটৰ শিক্ষামন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ সিংজী, ইউজিচিৰ অধ্যক্ষ অধ্যাপক ডি পি সিংজী, বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অমী উপাধ্যায়জী, এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটিজৰ সভাপতি অধ্যাপক তাজ প্ৰতাপজী, প্ৰতিগৰাকী গণ্যমান্য ব্যক্তি আৰু বন্ধুবৰ্গ।ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 14th, 10:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰে৷ তাতে তেওঁ বাবাচাহেব বিষয়ক চাৰিখন গ্ৰন্থও উন্মোচন কৰে৷ এই গ্ৰন্থকেইখন ৰচনা কৰিছে শ্ৰী কিশোৰ মাকৱানাই৷ অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীও উপস্থিত আছিল৷ অনুষ্ঠানটোৰ উদ্যোক্তা আছিল আহমেদাবাদৰ ড০ বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়৷PM Modi addresses public meetings at West Bengal’s Bardhaman, Kalyani and Barasat
April 12th, 11:59 am
PM Modi addressed three mega rallies in West Bengal’s Bardhaman, Kalyani and Barasat today. Speaking at the first rally the PM said, “Two things are very popular here- rice and mihi dana. In Bardhaman, everything is sweet. Then tell me why Didi doesn't like Mihi Dana. Didi's bitterness, her anger is increasing every day because in half of West Bengal's polls, TMC is wiped out. People of Bengal hit so many fours and sixes that BJP has completed century in four phases of assembly polls.”We are committed to free Tea, Tourism and Timber from the controls of mafia: PM Modi in Siliguri
April 10th, 12:31 pm
Addressing a massive rally ahead of fifth phase of election in West Bengal’s Siliguri, Prime Minister Narendra Modi today said, “The entire North Bengal has announced that TMC government is going and BJP government is coming. Today, the entire nation is proud to see the willpower of the people of Bengal. This willpower is of the ‘Ashol Poriborton’. This willpower is the power of ‘Sonar Bangla’.”PM Modi addresses public meetings at Siliguri and Krishnanagar, West Bengal
April 10th, 12:30 pm
PM Modi addressed two mega rallies ahead of fifth phase of election in West Bengal’s Siliguri and Krishnanagar. “The entire North Bengal has announced that TMC government is going and BJP government is coming. Today, the entire nation is proud to see the willpower of the people of Bengal. This willpower is of the ‘Ashol Poriborton’. This willpower is the strength of ‘Sonar Bangla’,” he said in Siliguri rally.Lotus is blooming in Bengal because TMC spawned muck in the state: PM Modi at Brigade Ground rally
March 07th, 02:01 pm
Ahead of upcoming assembly elections, PM Modi attacked the ruling Trinamool Congress saying that it has disrupted West Bengal's progress. Addressing the Brigade Cholo Rally in Kolkata, PM Modi said people of Bengal want 'Shanti', 'Sonar Bangla', 'Pragatisheel Bangla'. He promised “Ashol Poribortan” in West Bengal ahead of the assembly elections.