জয়ন্তী উপলক্ষে পৰম পূজ্য ড° শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

জয়ন্তী উপলক্ষে পৰম পূজ্য ড° শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

April 01st, 09:05 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰম পূজ্য ড° শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ অসাধাৰণ প্ৰচেষ্টাৱলীৰ শলাগ লৈ শ্ৰী মোদীয়ে তেওঁক মমতা আৰু অক্লান্ত সেৱাৰ প্ৰতিমূৰ্তি হিচাপে প্ৰশংসা কৰে, যিয়ে নিস্বাৰ্থ কামে সমাজখনক কেনেদৰে ৰূপান্তৰিত কৰিব পাৰে তাক দেখুৱাইছিল।