নতুন সংসদ ভৱনত ৰাজ্যসভাৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 19th, 05:55 pm
আজিৰ এই দিনটো আমাৰ সকলোৰে বাবে অতি স্মৰণীয় আৰু ঐতিহাসিক হৈ ৰ’ব। ইয়াৰ পূৰ্বে, মই লোকসভাতো মোৰ অনুভূতি প্ৰকাশ কৰাৰ সুযোগ পাইছিলো। এতিয়া, ৰাজ্যসভাতো, আজি আপোনালোকে মোক এই সুযোগকণ দিছে। মই আপোনালোকৰ প্ৰতি কৃতজ্ঞ।প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱনত ৰাজ্যসভাক সম্বোধন কৰে
September 19th, 02:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনত ৰাজ্যসভাক সম্বোধন কৰি ভাষণ দিয়ে। সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ এই অনুষ্ঠানটো ঐতিহাসিক আৰু স্মৰণীয়। তেওঁ লোকসভাত দিয়া ভাষণৰ কথা স্মৰণ কৰি এই বিশেষ অনুষ্ঠানত ৰাজ্যসভাত ভাষণ দিয়াৰ সুযোগ পোৱাৰ বাবে অধ্যক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।বাৰাণসীত কাশী তামিল সংগমৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 19th, 07:00 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানজী, শ্ৰী এল মুৰুগানজী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পান ৰাধাকৃষ্ণন জী, বিশ্ব বিখ্যাত সংগীতজ্ঞ তথা ৰাজ্যসভাৰ সদস্য ইলাইৰাজাজী, বিএইচইউৰ উপাচাৰ্য সুধীৰ জৈন, আইআইটি মাদ্ৰাজৰ সঞ্চালক অধ্যাপক কামকোট্টি জী, তামিলনাডুৰ পৰা মোৰ কাশীলৈ অহা আন সকলো গণ্যমান্য ব্যক্তি আৰু মোৰ সকলো সন্মানীয় অতিথি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘কাশী তামিল সংগমম’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
November 19th, 02:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত মাহজোৰা ‘কাশী তামিল সংগমম’ কাৰ্যসূচী উদ্বোধন কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে দেশৰ দুখন গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষণ আসন তামিলনাডু আৰু কাশীৰ মাজৰ যুগ যুগ ধৰি চলি অহা সংযোগক উদযাপন, পুনৰ দৃঢ়তাপূৰ্ণ কৰি তোলা আৰু নতুনকৈ আৱিষ্কাৰ কৰা। এই উপলক্ষে তামিলনাডুৰ ২৫০০ৰো অধিক প্ৰতিনিধিয়ে কাশী ভ্ৰমণ কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১৩টা ভাষালৈ অনুবাদ কৰা ‘তিৰুক্কুৰাল’ নামৰ এখন গ্ৰন্থও উন্মোচন কৰে। তেওঁ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আৰতিও প্ৰত্যক্ষ কৰে৷শিক্ষকসকললৈ ৰাষ্ট্ৰীয় বঁটা, ২০২২ৰ বিজয়ীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠ
September 05th, 11:09 pm
দেশে আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ ডক্টৰ ৰাধাকৃষ্ণণ জীক তেওঁৰ জন্ম দিৱসত আদৰাঞ্জলি দি আছে আৰু এয়া আমাৰ সৌভাগ্য যে আমাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিও টিচাৰ। তেওঁৰ জীৱনৰ প্ৰাৰম্ভিক কাল তেওঁ শিক্ষক হিচাপে কাম কৰিলে আৰু সেয়াও দূৰ-সুদূৰ উৰিষ্যাৰ ভিতৰুৱা অঞ্চলত আৰু তাৰ পৰাই তেওঁৰ জীৱন বিভিন্ন প্ৰকাৰে আমাৰ বাবে সুখদায়ক সংযোগ আৰু এনে টিচাৰ ৰাষ্ট্ৰপতিৰ হাতেৰে আপোনালোকৰ সন্মান হৈছে যেতিয়া এয়া আপোনালোকৰ বাবে গৌৰৱৰ কথা।প্ৰধানমন্ত্ৰীয়ে শিক্ষক দিৱসত ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰে
September 05th, 06:25 pm
সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শিক্ষকসকলক সোঁৱৰাই দিয়ে যে ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিক সম্বৰ্ধনা জনোৱাটো অধিক গুৰুত্বপূৰ্ণ যি এজন শিক্ষকো আৰু উৰিষ্যাৰ দূৰৱৰ্তী স্থানত অধ্যাপনাও কৰি আহিছে। আজি যেতিয়া দেশখনে আজাদী কা অমৃত মহোৎসৱৰ বিশাল সপোন পূৰণ কৰিবলৈ আৰম্ভ কৰিছে, সৰ্বপল্লী ৰাধাকৃষ্ণণৰ শিক্ষাৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাই আমাৰ সকলোকে অনুপ্ৰাণিত কৰে। এই উপলক্ষে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা সকলো শিক্ষকক মই অভিনন্দন জনাইছো, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।‘শিক্ষক দিৱস’ উপলক্ষে, বিশেষ ভাবে কঠোৰ শ্ৰম কৰা সকলো শিক্ষকলৈ শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে
September 05th, 10:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘শিক্ষক দিৱস’ উপলক্ষে, বিশেষকৈ শিশু মনত শিক্ষালাভৰ আনন্দ বিলোৱাৰ বাবে কঠোৰ শ্ৰম কৰা সকলো শিক্ষকলৈ শুভকামনা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ ৰাধাকৃষ্ণনলৈও তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।প্ৰধানমন্ত্ৰীয়ে শিক্ষক দিৱসত শিক্ষাগুৰুসকলক অভিনন্দন জনাইছে; প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ সৰ্বপল্লি ৰাধাকৃষ্ণনক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
September 05th, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে শিক্ষাগুৰুসকলক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ সৰ্বপল্লি ৰাধাকৃষ্ণনকো তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।এআইইউৰ ৯৫ তম বৈঠক আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
April 14th, 10:25 am
এই কাৰ্যসূচীত মোৰ সৈতে উপস্থিত থকা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য শ্ৰী দেৱব্ৰতজী, দেশৰ শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকজী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপাণীজী, গুজৰাটৰ শিক্ষামন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ সিংজী, ইউজিচিৰ অধ্যক্ষ অধ্যাপক ডি পি সিংজী, বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অমী উপাধ্যায়জী, এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটিজৰ সভাপতি অধ্যাপক তাজ প্ৰতাপজী, প্ৰতিগৰাকী গণ্যমান্য ব্যক্তি আৰু বন্ধুবৰ্গ।ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 14th, 10:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰে৷ তাতে তেওঁ বাবাচাহেব বিষয়ক চাৰিখন গ্ৰন্থও উন্মোচন কৰে৷ এই গ্ৰন্থকেইখন ৰচনা কৰিছে শ্ৰী কিশোৰ মাকৱানাই৷ অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীও উপস্থিত আছিল৷ অনুষ্ঠানটোৰ উদ্যোক্তা আছিল আহমেদাবাদৰ ড০ বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়৷১৪এপ্ৰিলত ‘ভাৰতীয় বিশ্ববিদ্যালয় সন্মিলনী’ৰ ৯৫সংখ্যক বাৰ্ষিক সন্মিলন আৰু উপাচাৰ্যমণ্ডলীৰ ৰাষ্ট্ৰীয় আলোচনাচক্ৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
April 13th, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ১৪ এপ্ৰিল, ২০২১ তাৰিখে দিনৰ ১১বজাত ‘ভাৰতীয় বিশ্ববিদ্যালয় সন্মিলনী’ৰ ৯৫সংখ্যক বাৰ্ষিক সন্মিলন আৰু ‘উপাচাৰ্যমণ্ডলীৰ ৰাষ্ট্ৰীয় আলোচনাচক্ৰ’ সম্বোধন কৰিব। ‘ভিডিঅ’ কনফাৰেন্স’ৰ মাধ্যমেৰে সংযোজিত হ’ব লগা এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে শ্ৰী কিশোৰ মাকৱানাই ৰচনা কৰা ড০ বি আৰ আম্বেডকাৰৰ জীৱন আধাৰিত ৪খন গ্ৰন্থও আনুষ্ঠানিক ভাবে উন্মোচন কৰিব। অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীও উপস্থিত থাকিব। আহমেদাবাদৰ ‘ড০ বাবা চাহেব আম্বেডকাৰ মুক্ত বিশ্ববিদ্যালয়ে’ এই অনুষ্ঠানৰ আয়োজন কৰিছে।‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
January 31st, 03:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দই আৰম্ভ কৰা ৰামকৃষ্ণ পৰম্পৰাৰ মাহিলী পত্ৰিকা ‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫ তম বাৰ্ষিকী উদযাপন সম্বোধন কৰে।‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫ তম বাৰ্ষিকী অনুষ্ঠান সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে পত্ৰিকাখন স্বামী বিবেকানন্দৰ দ্বাৰা আৰম্ভ কৰা হৈছিল
January 31st, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দই আৰম্ভ কৰা ৰামকৃষ্ণ পৰম্পৰাৰ মাহিলী পত্ৰিকা ‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫ তম বাৰ্ষিকী উদযাপন সম্বোধন কৰে।৩১ জানুৱাৰীত ‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫ সংখ্যক বাৰ্ষিকী উদযাপন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
January 29th, 02:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৩১ জানুৱাৰীৰ বিয়লি প্ৰায় ৩:১৫ বজাত ১৮৯৬ ত স্বামী বিবেকানন্দই আৰম্ভ কৰা ৰামকৃষ্ণ সংঘৰ মাহেকীয়া পত্ৰিকা ‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫ সংখ্যক বাৰ্ষিকী উদযাপন সম্বোধন কৰিব। মায়াবতীৰ অদ্বৈত আশ্ৰমত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।মহীশূৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী দীক্ষান্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 19th, 11:11 am
কৰ্ণাটকৰ ৰাজ্যপাল আৰু মহীশূৰ বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ শ্ৰী বজু ভাই ৱালা মহোদয়, কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী ড০ চি এন অক্ষথ নাৰায়ণ মহোদয়, মহীশূৰ বিশ্ববিদ্যালয়ৰ কুলপতি অধ্যাপক হেমন্ত কুমাৰ মহোদয়, এই কাৰ্যসূচীত উপস্থিত সকলো শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক, ভদ্ৰপুৰুষ তথা ভদ্ৰ মহিলাসকল৷ পোন প্ৰথমে আপোনালোক সকলোকে ‘মহীশূৰ দশেৰা’ ,‘নাড হব্বা’ৰ অশেষ শুভেচ্ছা জনাইছো৷মহীশুৰ বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষ
October 19th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহীশুৰ বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় সমাৱৰ্তন অনুষ্ঠান, ২০২০ত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়৷শিক্ষক দিৱসত শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
September 05th, 10:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱসত শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷Whenever it has been about national good, the Rajya Sabha has risen to the occasion: PM
November 18th, 01:48 pm
While addressing the Rajya Sabha, PM Modi said, “Two things about the Rajya Sabha stand out –its permanent nature. I can say that it is eternal. It is also representative of India’s persity. This House gives importance to India’s federal structure.” He added that the Rajya Sabha gave an opportunity to those away from electoral politics to contribute to the nation and its development.PM addresses special discussion to mark 250th Session of Rajya Sabha
November 18th, 01:47 pm
While addressing the Rajya Sabha, PM Modi said, “Two things about the Rajya Sabha stand out –its permanent nature. I can say that it is eternal. It is also representative of India’s persity. This House gives importance to India’s federal structure.” He added that the Rajya Sabha gave an opportunity to those away from electoral politics to contribute to the nation and its development.Teachers are exceptional guides and mentors: PM Modi
September 05th, 11:42 am
Greeting the teaching community on Teachers’ Day, Prime Minister Narendra Modi said, “Teachers are exceptional guides and mentors, who play prominent roles in the lives of their students.” He urged the teachers to explain to the students the harm caused to our environment by single-use plastic and advice them to shun it.