Our Constitution is the foundation of India’s unity: PM Modi in Lok Sabha
December 14th, 05:50 pm
PM Modi addressed the Lok Sabha on the 75th anniversary of the Indian Constitution's adoption. He reflected on India's democratic journey and paid tribute to the framers of the Constitution.PM Modi addresses Lok Sabha during special discussion on 75th anniversary of adoption of Constitution
December 14th, 05:47 pm
PM Modi addressed the Lok Sabha on the 75th anniversary of the Indian Constitution's adoption. He reflected on India's democratic journey and paid tribute to the framers of the Constitution.দেশৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
December 03rd, 08:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় গণতন্ত্ৰৰ সুদৃঢ় ভেটি স্থাপনৰ ক্ষেত্ৰত ড° প্ৰসাদজীৰ অমূল্য অৱদানৰ তেওঁ শলাগ লয়।উচ্চতম ন্যায়ালয়ত ‘সংবিধান দিৱস’ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 26th, 08:15 pm
ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাজী, ন্যায়াধীশ বি আৰ গৱাইজী, ন্যায়াধীশ সূৰ্যকান্তজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নি জেনেৰেল’ শ্ৰী ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, উচ্চতম ন্যায়ালয় বাৰ এছোচিয়েশ্যনৰ অধ্যক্ষ শ্ৰী কপিল চিব্বলজী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্ৰাক্তন মুখ্য ন্যায়াধীশসকল, অনুষ্ঠানত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু সজ্জনসকল।উচ্চতম ন্যায়ালয়ত সংবিধান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ
November 26th, 08:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ত সংবিধান দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্নাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ শ্ৰীযুত বি.আৰ. গাৱৈ আৰু ন্যায়াধীশ শ্ৰী সূৰ্য্যকান্ত। লগতে উপস্থিত থাকে আইন আৰু ন্যায় মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ এটৰ্নী জেনেৰেল, আৰু অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল।ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
December 03rd, 10:01 am
“আমাৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত ড° ৰাজেন্দ্ৰ প্ৰসাদৰ গভীৰ জ্ঞান আৰু অটল নেতৃত্ব অতি গৌৰৱৰ বিষয়। গণতন্ত্ৰ আৰু ঐক্যৰ চেম্পিয়ন হিচাপে তেওঁৰ প্ৰচেষ্টাই প্ৰতিটো প্ৰজন্মত অনুৰণিত হৈ আহিছে। জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷”জন্ম বাৰ্ষিকীত ড০ ৰাজেন্দ্ৰ প্ৰসাদক স্মৰণ প্ৰধানমন্ত্ৰীৰ
December 03rd, 09:25 am
জন্ম বাৰ্ষিকীত ড০ ৰাজেন্দ্ৰ প্ৰসাদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।পাটনাৰ বিহাৰ বিধান সভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 12th, 06:44 pm
এই ঐতিহাসিক কাৰ্যসূচীত আমাৰ মাজত উপস্থিত আছে বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহান জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, বিধান সভাৰ অধ্যক্ষ শ্ৰী বিজয় সিনহা জী, বিহাৰ বিধান পৰিষদৰ কাৰ্যকৰী সভাপতি শ্ৰী আৱাধেশ নাৰায়ণ সিং, উপমুখ্যমন্ত্ৰী শ্ৰীমতী ৰেণু দেৱী জী, তাৰাকিশোৰ প্ৰসাদমহাশয়, বিৰোধী দলপতি শ্ৰীযুত তেজস্বী যাদৱ জী, সকলো মন্ত্ৰী, বিধায়ক, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল।PM addresses the closing ceremony of the Centenary celebrations of the Bihar Legislative Assembly
July 12th, 06:43 pm
PM Modi addressed closing ceremony of the Centenary celebrations of the Bihar Legislative Assembly in Patna. Recalling the glorious history of the Bihar Assembly, the Prime Minister said big and bold decisions have been taken in the Vidhan Sabha building here one after the other.প্ৰধানমন্ত্ৰীয়ে ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
December 03rd, 10:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।Our constitution is not merely a collection of many articles, it is a great tradition of millennia: PM
November 26th, 11:01 am
Prime Minister Narendra Modi attended Constitution Day celebrations in Central Hall of Parliament. He paid homage to the greats like Babasaheb Ambedkar, Dr. Rajendra Prasad, Bapu and all those who made sacrifices during the freedom struggle. The Prime Minister noted that our constitution is not just a collection of articles, but a great tradition of millennia.PM attends Constitution Day Celebrations in Parliament
November 26th, 11:00 am
Prime Minister Narendra Modi attended Constitution Day celebrations in Central Hall of Parliament. He paid homage to the greats like Babasaheb Ambedkar, Dr. Rajendra Prasad, Bapu and all those who made sacrifices during the freedom struggle. The Prime Minister noted that our constitution is not just a collection of articles, but a great tradition of millennia.PM pays tributes to Dr. Rajendra Prasad on his Jayanti
December 03rd, 10:39 am
Prime Minister, Shri Narendra Modi has paid tributes to the first President of India, Dr. Rajendra Prasad, on his Jayanti.The strength of our Constitution helps us in the time of difficulties: PM Modi
November 26th, 12:52 pm
PM Narendra Modi addressed the concluding session of 80th All India Presiding Officers Conference at Kevadia, Gujarat. The Prime Minister said that the strength of our Constitution helps us in the time of difficulties. The resilience of Indian electoral system and reaction to the Corona pandemic has proved this.সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰৰ ৮০তম সন্মিলনৰ সামৰণি অধিনৱেশনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী
November 26th, 12:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে গুজৰাটৰ কেভাড়িয়াত সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰসকলৰ ৮০তম সন্মিলনৰ সমাপ্তি অধিবেশনত ভাষণ প্ৰদান কৰে।পিএম মৎস্য সম্পদ যোজনা, ই-গোপালা এপ আৰু বিহাৰৰ বহু ব্যৱস্থাৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 10th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পিএম মৎস্য সম্পদ যোজনা, ই-গোপালা এপ আৰু বিহাৰৰ মীন উৎপাদন, দুগ্ধ, পশু পালন আৰু কৃষিৰ অধ্যয়ন আৰু গৱেষণা সম্পৰ্কীয় বহু ব্যৱস্থাৰ শুভাৰম্ভ কৰে।ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
December 03rd, 01:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদলৈ তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে৷Time to reject dynastic politics in Telangana: PM Modi in Hyderabad
December 03rd, 06:20 pm
Prime Minister Narendra Modi today addressed a huge public meeting in Hyderabad, Telangana where he fiercely criticized the dynastic politics of various political parties, including the TDP and Congress, in Telangana. He urged the people of Telangana to see for them that BJP is the only political party in Telangana which is run on democratic ideals instead of petty dynastic politics.