প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে মুখ্য সচিব ড০ পিকে মিশ্ৰৰ নেতৃত্বত 'এক পেড় মা কে নাম' আন্দোলনত অংশগ্ৰহণ কৰে

September 17th, 02:17 pm

মুখ্য সচিব ড০ পিকে মিশ্ৰৰ নেতৃত্বত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে আজি পুৱা 'এক পেড় মা কে নাম' আন্দোলনত অংশগ্ৰহণ কৰে।

PM monitors MPox situation

August 18th, 07:42 pm

Prime Minister Shri Narendra Modi has been continuously monitoring the MPox situation.

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

June 21st, 02:26 pm

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আজি পুৱা দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব ড০ পি কে মিশ্ৰ, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু অন্যান্যসকলে যোগ অধিৱেশনত অংশগ্ৰহণ কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবৰ অধ্যক্ষতাত ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সমন্বয় সমিতিৰ ষষ্ঠ বৈঠক সম্পন্ন

July 17th, 10:17 pm

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সমন্বয় সমিতিৰ ষষ্ঠ বৈঠকখন আজি নতুন দিল্লীৰ প্ৰগতি ময়দানস্থিত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী তথা অধিৱেশন কেন্দ্ৰ (আই ই চি চি)ত অনুষ্ঠিত হয়। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি. কে. মিশ্ৰৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৈঠকত চলিত বৰ্ষৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ সৈতে জড়িত প্ৰস্তুতিমূলক দিশসমূহ পৰ্যালোচনা কৰা হয়।

Institutions acting against the corrupt and corruption have no need to be defensive: PM Modi

November 03rd, 01:29 pm

PM Modi addressed the programme marking Vigilance Awareness Week of Central Vigilance Commission. The Prime Minister stressed the need to bring in common citizens in the work of keeping a vigil over corruption. No matter how powerful the corrupt may be, they should not be saved under any circumstances, he said.

PM addresses programme marking Vigilance Awareness Week in New Delhi

November 03rd, 01:18 pm

PM Modi addressed the programme marking Vigilance Awareness Week of Central Vigilance Commission. The Prime Minister stressed the need to bring in common citizens in the work of keeping a vigil over corruption. No matter how powerful the corrupt may be, they should not be saved under any circumstances, he said.

PMO reviews efforts of eleven Empowered Groups towards tackling COVID-19

April 10th, 02:50 pm

A meeting of the Empowered Groups of Officers, to tackle the challenges emerging as a result of spread of COVID-19, was held today under the Chairmanship of Principal Secretary to Prime Minister.

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে পুনৰীক্ষণ কৰিলে বায়ু প্ৰদুষণ ৰোধৰ প্ৰক্ৰিয়া

November 04th, 08:07 pm

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰাই আজি পুনৰবাৰ পাঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীয়ে প্ৰদুষণ ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপ পুনৰীক্ষণ কৰে৷

প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ডঃ পি কে মিশ্ৰাই

September 11th, 12:09 pm

ডঃ প্ৰমোদ কুমাৰ মিশ্ৰাক ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব হিচাপে নিযুক্ত দিয়া হৈছে৷ তেওঁ আজিৰে পৰা দায়িত্ব গ্ৰহণ কৰিছে৷