এক পেড় মা কি নাম পদক্ষেপক সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গুয়েনাৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জনাইছে

November 25th, 10:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুয়েনাৰ ৰাষ্ট্ৰপতি ড° ইৰফান আলীক এক পেড় মা কি নাম পদক্ষেপক সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। কালিৰ মন কী বাত অনুষ্ঠানত শ্ৰী মোদীয়ে গুয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ প্ৰশংসাৰ কথা পুনৰবাৰ উল্লেখ কৰে।

প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন দেশত নিজৰ নাম উজলাইছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

November 24th, 11:30 am

মন কী বাতৰ ১১৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এনচিচি দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এন চি চি কেডেটৰ ভূমিকাক আলোকপাত কৰে। তেওঁ উন্নত ভাৰতৰ বাবে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাৰ বিষয়ে কয়। তেওঁ যুৱক-যুৱতীসকলে জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল প্লেটফৰ্ম চলোৱাত সহায় কৰা আৰু এক পেড় মা কে নাম অভিযানৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে।

PM Modi conferred with The Order of Excellence of Guyana

November 21st, 07:41 am

PM Modi was conferred Guyana's highest national award, The Order of Excellence, by President Dr. Mohamed Irfaan Ali for his visionary leadership and efforts to strengthen India-Guyana ties. The PM dedicated the honor to the people of India and the deep historical bond between the nations.

প্ৰধানমন্ত্ৰীক ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

November 21st, 05:39 am

ডমিনিকাৰ কমনৱেলথৰ সভাপতি মহামান্য চিলভানি বাৰ্টনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নেতৃত্ব, কোভিড ১৯ মহামাৰীৰ সময়ত ডমিনিকাক সমৰ্থন আৰু ভাৰত আৰু ডমিনিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ বাবে সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা - সন্মানীয় ডমিনিকা বঁটা প্ৰদান কৰে। ডমিনিকাৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰুজভেল্ট স্কেৰিটো এই অনুষ্ঠানত উপস্থিত আছিল। গায়েনাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী, গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী মিয়া আমোৰ মটলী, ছেইণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰী ফিলিপ জে পিয়েৰ আৰু এণ্টিগুৱা আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনো বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে গায়ানাৰ ৰাষ্ট্ৰপতিৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হয়

November 21st, 04:23 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত জৰ্জটাউনৰ ষ্টেট হাউচত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীক সাক্ষাৎ কৰে। ৰাজ্যিক সদনত উপস্থিত হোৱাৰ পিছত, তেওঁক ৰাষ্ট্ৰপতি আলীয়ে আদৰণি জনায় আৰু আনুষ্ঠানিক গাৰ্ড অফ অনাৰ প্ৰদান কৰে।

দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ সামৰণি মন্তব্য

November 21st, 02:21 am

আপোনালোকৰ মূল্যৱান পৰামৰ্শ আৰু ইতিবাচক চিন্তাক মই স্বাগতম জনাইছো। ভাৰতৰ প্ৰস্তাৱসমূহৰ প্ৰতি সন্মান জনাই, আমাৰ দলে সবিশেষ আপোনালোকৰ সৈতে ভাগ বাটোৱাৰা কৰিব, আৰু আমি সকলো বিষয়ত সময় নিৰ্ধাৰিত ভিত্তিত অগ্ৰসৰ হম।

PM Modi and President of Guyana, Dr. Irfaan Ali take part in the ‘Ek Ped Maa Ke Naam’ movement

November 20th, 11:27 pm

PM Modi and President Dr. Irfaan Ali participated in the ‘Ek Ped Maa Ke Naam’ movement in Georgetown, symbolizing a shared commitment to sustainability. President Ali planted a tree alongside his grandmother and mother-in-law, marking a special gesture of environmental care.

PM Modi arrives in Georgetown, Guyana

November 20th, 11:22 am

Prime Minister Narendra Modi arrived in Georgetown, Guyana. In a special gesture, he was warmly received by President Irfaan Ali, PM Mark Anthony Phillips, senior ministers and other dignitaries at the airport. During the visit, PM Modi will take part in various programmes including address to the Parliament of Guyana and an interaction with the Indian community.

জৰ্জটাউনত গুয়ানাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক আদৰণি জনায়

November 20th, 11:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০-২১ নৱেম্বৰ ২০২৪ তাৰিখত গুয়ানালৈ চৰকাৰী ভ্ৰমণসূচীৰে আহি আজি জৰ্জটাউনত উপস্থিত হয়হি। ৫৬ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ গুয়ানালৈ এয়া হৈছে প্ৰথম ভ্ৰমণ। বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে গুয়ানাৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ ইৰফান আলীয়ে গুয়ানাৰ প্ৰধানমন্ত্ৰী মাননীয় ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) মাৰ্ক এন্থনী ফিলিপছৰ সৈতে এক বিশেষ তত্পৰতা প্ৰদৰ্শনৰে তেওঁক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁক আনুষ্ঠানিক আদৰণি জনায়। অনুষ্ঠানটোত গুয়ানা চৰকাৰৰ এক ডজনৰো অধিক কেবিনেট মন্ত্ৰীও উপস্থিত আছিল।

নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানাৰ পাঁচ দিনীয়া ভ্ৰমণৰ উদ্দেশ্যে প্ৰস্থানৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বক্তব্য

November 16th, 12:45 pm

মহামহিম ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ নিমন্ত্ৰণত, এইটোৱেই হ’ব মোৰ প্ৰথম নাইজেৰিয়া ভ্ৰমণ। এয়া পশ্চিম আফ্ৰিকীয় অঞ্চলত আমাৰ ঘনিষ্ঠ অংশীদাৰিত্ব। মোৰ এই ভ্ৰমণ গণতন্ত্ৰ আৰু বহুত্ববাদৰ প্ৰতি উমৈহতীয়া বিশ্বাসৰ ওপৰত আধাৰিত আমাৰ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ এটা সুযোগ হ’ব। মই নাইজেৰিয়াত থকা ভাৰতীয় সমাজ আৰু বন্ধু-বান্ধৱীকো লগ পাবলৈ আগ্ৰহী, যিসকলে মোলৈ হিন্দী ভাষাত হৃদয়স্পৰ্শী আদৰণি বাৰ্তা প্ৰেৰণ কৰিছে।

নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

November 12th, 07:44 pm

১৬ৰ পৰা ২১ নৱেম্বৰলৈ নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নাইজেৰিয়াত তেওঁ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ লগতে ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰিব। ব্ৰাজিলত তেওঁ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। গুয়ানাত প্ৰধানমন্ত্ৰীয়ে জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনা, সংসদত ভাষণ প্ৰদান আৰু কেৰিকম-ভাৰত সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে কেৰিবিয়ান অঞ্চলৰ সৈতে সম্পৰ্ক গভীৰ কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰিব।

সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত গিয়েনাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

January 09th, 05:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত গিয়েনা গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ইৰফান আলী ৮-১৪ জানুৱাৰী ২০২৩ তাৰিখলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে আৰু তেওঁক ১৭তম পিবিডিত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে।

Lifestyle of the planet, for the planet and by the planet: PM Modi at launch of Mission LiFE

October 20th, 11:01 am

At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.

PM launches Mission LiFE at Statue of Unity in Ekta Nagar, Kevadia, Gujarat

October 20th, 11:00 am

At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.

১৬ ফেব্ৰুৱাৰীত টেৰি (TERI) ৰ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

February 15th, 11:32 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে ১৬ ফেব্ৰুৱাৰী, ২০২২ ৰ সন্ধিয়া প্ৰায় ৬ বজাত শক্তি আৰু সম্পদ প্ৰতিষ্ঠান (TERI) ৰ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰিব।