ৰাজ্য সভাৰ অৱসৰ গ্ৰহণ কৰা সদস্যসকলৰ বিদায় পৰ্বত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ
February 08th, 12:20 pm
সন্মানীয় সাংসদসকল, কিছুমান লোক গৈছে, হয়তো কিছুমান লোক আহিবলৈ ওলাইছে আৰু কিছুমান লোক আজি যাবলৈ ওলাইছে। বিশেষকৈ সন্মানীয় ডঃ মনমোহন সিং জীক স্মৰণ কৰিব বিচাৰিছোঁ। তেওঁৰ বহুমূলীয়া চিন্তাৰে এই সদনত ৬ বাৰকৈ আৰু নেতা হিচাপেও বিৰোধী দলতো তেওঁ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইমান দিনে তেওঁ এই সদন আৰু দেশক যিদৰে পথ প্ৰদৰ্শন কৰি আহিছে, যেতিয়াই আমাৰ গণতন্ত্ৰৰ চৰ্চা হ’ব, একাংশ সন্মানীয় সদস্যৰ আলোচনাত সন্মানীয় ডঃ মনমোহন সিঙৰ কথা উল্লেখ হ’ব। তেওঁৰ অৱদানৰ বিষয়ে নিশ্চয়কৈ আলোচনা হ’ব।প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাৰ অৱসৰপ্ৰাপ্ত সদস্যসকলক বিদায় সম্ভাষণ জনায়
February 08th, 12:16 pm
ডঃ মনমোহন সিঙৰ অৱদানক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “সদন আৰু ৰাষ্ট্ৰখনক পথ প্ৰদৰ্শন কৰা তেওঁৰ দীৰ্ঘদিনীয়া কাৰ্য্যকালৰ বাবে আমাৰ ৰাষ্ট্ৰৰ গণতন্ত্ৰৰ প্ৰতিটো আলোচনাতে তেওঁ স্মৰণীয় হৈ ৰ’ব।“ প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰামৰ্শ প্ৰদানেৰে কয় যে সকলো সাংসদেই এনে বিশিষ্ট সদস্যসকলৰ আচৰণৰপৰা শিক্ষা আহৰণৰ চেষ্টা কৰিব লাগে, কিয়নো তেওঁলোক হৈছে একো-একোগৰাকী পথ প্ৰদৰ্শক। প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনত ভোট দিবলৈ হুইল চেয়াৰত উঠি অহাটো এজন সদস্যৰ কৰ্তব্যৰ প্ৰতি সমৰ্পণৰ প্ৰেৰণাদায়ক উদাহৰণ বুলি স্মৰণ কৰে। “মই বিশ্বাস কৰোঁ যে এনে কৰি তেওঁ গণতন্ত্ৰক শক্তি প্ৰদান কৰিবলৈ আহিছিল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱনৰ কামনা কৰে।PM prays for speedy recovery of Dr. Manmohan Singh Ji
October 14th, 12:01 pm
The Prime Minister, Shri Narendra Modi has prayed for the good health and speedy recovery of Dr. Manmohan Singh Ji.জন্মদিন উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
September 26th, 03:12 pm
প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং জীৰ জন্মদিন উপলক্ষে তেওঁক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ ইংৰাজীৰ পৰা কৰা অনুবাদ
February 08th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ ৰাজ্য সভাত প্ৰধানমন্ত্ৰীৰ উত্তৰ
February 08th, 11:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।জন্ম বাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
September 26th, 02:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁক শুভেচ্ছা জনায়৷PM wishes former PM, Dr. Manmohan Singh on his birthday
September 26th, 10:11 am
Prime Minister, Shri Narendra Modi, has wished former Prime Minister, Dr. Manmohan Singh, on his birthday.PM wishes Former PM Dr. Manmohan Singh on his birthday
September 26th, 07:26 pm
Former Prime Minister Dr. Manmohan Singh calls on the PM
May 27th, 07:29 pm
Prime Minister Congratulates Dr Manmohan Singh
November 05th, 04:06 pm
Prime Minister Congratulates Dr Manmohan SinghPM greets Dr. Manmohan Singh on his birthday
September 26th, 11:56 am
PM greets Dr. Manmohan Singh on his birthdayNarendra Modi meets Dr. Manmohan Singh
May 27th, 06:35 pm
Narendra Modi meets Dr. Manmohan Singh