‘কৰ্মযোগী সপ্তাহ’ - ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
October 19th, 06:57 pm
সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে মিছন কৰ্মযোগীৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে মানৱ সম্পদ সৃষ্টি কৰা যিয়ে আমাৰ দেশৰ উন্নয়নৰ চালিকা শক্তি হিচাপে পৰিগণিত হ’ব। ইয়াৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যদি আমি এই আবেগেৰে কাম কৰি যাওঁ তেন্তে দেশৰ প্ৰগতিত কোনেও বাধা দিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহত নতুন শিক্ষণ আৰু অভিজ্ঞতাই কৰ্ম ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত শক্তি আৰু সহায় আগবঢ়াব যিয়ে ২০৪৭ চনৰ ভিতৰত আমাৰ লক্ষ্য বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।প্ৰধানমন্ত্ৰীয়ে ১৯ অক্টোবৰত 'কৰ্মযোগী সপ্তাহ' - ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ শুভাৰম্ভ কৰিব
October 18th, 11:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰৰ পুৱা প্ৰায় ১০.৩০ বজাত নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত 'কৰ্মযোগী সপ্তাহ' শীৰ্ষক ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ কৰিব।In the journey of Swachh Bharat & AMRUT Mission, there is dignity, ambition, unmatched love for the motherland: PM
October 01st, 11:01 am
PM Modi launched Swachh Bharat Mission-Urban 2.0 and Atal Mission for Rejuvenation and Urban Transformation 2.0. The PM said that in 2014, the countrymen took a pledge to make India open defecation free - ODF and they fulfilled this pledge with the construction of more than 10 crore toilets. Now the goal of 'Swachh Bharat Mission-Urban 2.0' is to make the cities Garbage-Free, completely free of garbage.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অম্ৰুত ২.০’
October 01st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰমেশ্যন ২.০’, চমুকৈ ‘অম্ৰুত অভিযান’-ৰ দ্বিতীয় পৰ্বৰ শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী প্ৰহ্লাদ সিং পেটেল, শ্ৰী কুশল কিশোৰ, শ্ৰী শ্ৰী বিশ্বেশ্ব টুডু, বহুকেইগৰাকী ৰাজ্যিক মন্ত্ৰী, চহৰাঞ্চলৰ নিকায়-নিগমৰ মেয়ৰ আৰু সভাপতিসকল উপস্থিত থাকে।প্ৰধানমন্ত্ৰীয়ে ০১ অক্টোবৰত স্বচ্ছ ভাৰত মিছন- চহৰীয়া ২.০ আৰু অমৃত ২.০ৰ শুভাৰম্ভ কৰিব
September 30th, 01:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক পদক্ষেপৰ জৰিয়তে ০১ অক্টোবৰ, ২০২১ৰ পুৱা ১১ বজাত ডাঃ আম্বেদকাৰ ইণ্টাৰনেচনেল চেণ্টাৰ, নতুন দিল্লীত স্বচ্ছ ভাৰত মিছন- চহৰীয়া ২.০ আৰু ইয়াৰ লগতে কায়াকল্প তথা চহৰীয়া সংশোধনৰ বাবে অটল মিছন ২.০ৰ শুভাৰম্ভ কৰিব।Being among people gives me lot of strength: PM Narendra Modi
July 03rd, 12:41 pm
In a recent interview, Prime Minister Modi said that the government’s focus was on development and good governance. He said that on various parameters like economics, security, social justice, foreign policy, the government performed well.পিছপৰা জিলাসমূহৰ আয়ুক্তসকলৰ সভাত প্ৰধানমন্ত্ৰীৰ ভাষণ (৫ জানুৱাৰী, ২০১৮)
January 05th, 05:50 pm
বন্ধুসকল, এয়া ২০১৮ বৰ্ষৰ আৰম্ভণি। মই আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। এই ভৱনটো মই যোৱা ৭ ডিচেম্বৰ তাৰিখে মুকলি কৰিছিলো, এজন মহাপুৰুষৰ নামৰ সৈতে জড়িত এই ভৱনত আজি কাৰ্যসূচী আৰম্ভ হৈছে বাবে মোৰ ভাল লাগিছে।বাবা চাহবে সামাজিক ন্যায়ৰ বাবে জীৱন অৰ্পণ কৰিলে আৰু আজি সেয়ে এই সভাই এক মহত্ব বহন কৰিছে।পিছপৰা জিলাসমূহৰ আয়ুক্তসকলৰ লগত প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
January 05th, 05:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত নীতি আয়োগৰ এক সভাত পিছপৰা জিলাসমূহৰ আয়ুক্ত তথা ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগত সাক্ষাৎ কৰে।বিকাশশীল জিলাসমূহৰ ৰূপান্তৰ শীৰ্ষক সন্মিলনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
January 04th, 05:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিকাশশীল জিলাসমূহৰ ৰূপান্তৰ শীৰ্ষক সন্মিলনত ভাষণ প্ৰদান কৰিব। নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত নিটী আয়োগে এই অনুষ্ঠান আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ১০০ ৰো অধিক জিলাৰ ব্যাপক ৰূপান্তৰৰ সৈতে জড়িত থকা ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মত-বিনিময় কৰিব৷The country is indebted to Baba Saheb, for his contributions to nation-building: PM Modi
December 07th, 12:01 pm
PM Narendra Modi today inaugurated Dr. Ambedkar International Centre in New Delhi. Paying rich tributes to Dr. Baba Saheb Ambedkar, PM Narendra Modi remarked that the country was indebted to Baba Saheb Ambedkar for his contribution towards Nation building. The PM highlighted how initiatives of the Central Government were in line with Baba Saheb’s vision and strengthening the hands of poor.PM Narendra Modi inaugurates Dr. Ambedkar International Centre in New Delhi
December 07th, 12:00 pm
PM Narendra Modi today inaugurated Dr. Ambedkar International Centre in New Delhi. Paying rich tributes to Dr. Baba Saheb Ambedkar, PM Narendra Modi remarked that the country was indebted to Baba Saheb Ambedkar for his contribution towards Nation building. The PM highlighted how initiatives of the Central Government were in line with Baba Saheb’s vision and strengthening the hands of poor.PM to inaugurate the Dr. Ambedkar International Centre tomorrow
December 06th, 09:09 pm
Prime Minister Shri Narendra Modi will inaugurate the Dr. Ambedkar International Centre at 15 Janpath, Delhi tomorrow. He will also launch the Dr. Ambedkar International Centre For Socio-Economic Transformation (DAICSET).Panchatirth: A tribute to Dr. Babasaheb Ambedkar
April 13th, 12:04 pm
Prime Minister Narendra Modi says that Babasaheb has taught us to work in national and societal interest and when done so, our direction will always be right. That is why he continues to be an inspiration even today.PM's remarks at foundation stone ceremony of Dr. Ambedkar International Centre
April 20th, 11:45 pm
PM's remarks at foundation stone ceremony of Dr. Ambedkar International CentreText of PM's remarks at foundation stone ceremony of Dr. Ambedkar International Centre
April 20th, 08:33 pm
Text of PM's remarks at foundation stone ceremony of Dr. Ambedkar International Centre