'মন কী বাত' তারিবশিং থৌরম অসিগী অশেংবা এংকরশিংনি: পি.এম. মোদী
September 29th, 11:30 am
My dear countrymen, Namaskar. Once again we have the opportunity to connect in today's Mann Ki Baat. This episode today is going to make me emotional. It's flooding me with a lot of old memories... The reason is that this journey of ours in Mann Ki Baat is completing 10 years. 10 years ago Mann Ki Baat started on the day of Vijayadashami on the 3rd of October. And what a pine coincidence it is that this year on the 3rd of October when 10 years of Mann Ki Baat are completed, it will be the first day of Navratri. There are many phases in this long journey of Mann Ki Baat that I can never forget. Crores of listeners of Mann Ki Baat have been our companions in this journey, whose continuous support I have kept receiving. They provided information from every corner of the country.তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 19th, 06:33 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবি জী, মুখ্যমন্ত্ৰী শ্ৰী এম. কে. ষ্টেলিন জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ অনুৰাগ ঠাকুৰ, এল. মুৰুগান আৰু তামিলনাডু চৰকাৰৰ মন্ত্ৰী উধয়ানিধি ষ্টেলিন আৰু ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল।PM inaugurates opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu
January 19th, 06:06 pm
Prime Minister Narendra Modi inaugurated the opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu. Addressing the gathering, the Prime Minister welcomed everyone to the 13th Khelo India Games and said that it is a great way to begin 2024. He said that the people gathered on the occasion represent a young India, a new India whose energy is taking the country to new heights in the world of sports. He extended his best wishes to all athletes and sports lovers who have arrived in Chennai from across the country.৩০.০৪.২০২৩ তাৰিখে ‘মন কী বাত’ৰ ১০০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
April 30th, 11:31 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আজি হ’ল 'মন কী বাত'ৰ শততম খণ্ড। মই আপোনালোক সকলোৰে পৰা হাজাৰ হাজাৰ চিঠি পাইছো, লাখ লাখ বাৰ্তা... আৰু মই যিমান সম্ভৱ সিমানবোৰ চিঠি পঢ়িবলৈ চেষ্টা কৰিছো, সেইবোৰ চাইছো আৰু বাৰ্তাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিছো। বহুবাৰ আপোনালোকৰ চিঠিবোৰ পঢ়ি থাকোঁতে, মই আৱেগিক হৈ পৰিছিলো,মন আৱেগেৰে ভৰি পৰিছিল আৰু তাৰ পিছত নিজকে চম্ভালি লৈছিলো। আপোনালোকে মোক 'মন কী বাত'ৰ ১০০তম খণ্ডৰ বাবে অভিনন্দন জনাইছে, কিন্তু মই মোৰ হৃদয়ৰ পৰা কওঁ,... দৰাচলতে, আপোনালোক সকলোৱে, 'মন কী বাত'ৰ শ্ৰোতাসকল, আমাৰ দেশবাসীসকল অভিনন্দনৰ যোগ্য। 'মন কী বাত' হৈছে কোটি কোটি ভাৰতীয়ৰ 'মন কী বাত', এয়া তেওঁলোকৰ অনুভূতিৰ অভিব্যক্তি।ৰাজহুৱা সেৱা সম্প্ৰচাৰৰ বাবে গুৰুত্বপূৰ্ণ উদগনি: ২০২৫-২৬ বৰ্ষৰ বাবে ২,৫৩৯.৬১ কোটি টকাৰ ব্যয়েৰে কেন্দ্ৰীয় খণ্ডৰ 'সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন (বিআইএনডি) আঁচনিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ অনুমোদন
January 04th, 04:22 pm
অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে আজি প্ৰসাৰ ভাৰতী অৰ্থাৎ অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২,৫৩৯.৬১ কোটি টকা ব্যয়েৰে কাৰ্যকৰী হ’বলগীয়া কেন্দ্ৰীয় খণ্ডৰ আঁচনি সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন চমুকৈ BIND সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্ৰালয়ৰ এই সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন আঁচনি হৈছে সংগঠনটোৰ আন্তঃগাঁথনি সম্পৰ্কীয় ব্যয়, সমল সৃষ্টি আৰু সম্প্ৰসাৰণ তথা অসামৰিক কৰ্মীলৈ সম্প্ৰচাৰ উন্নীতকৰণৰ বাবে প্ৰসাৰ ভাৰতীক বিত্তীয় সাহায্য প্ৰদান কৰা এক অভিলাষী প্ৰকল্প।২৯-৩০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 27th, 12:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আৰু ৩০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব৷ ২৯ ছেপ্টেম্বৰৰ প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ছুৰাটত ৩,৪০০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ভাৱনগৰলৈ যাত্ৰা কৰিব৷ ভাৱনগত বিয়লি প্ৰায় ২ বজাত তেওঁ ৫,২০০ কোটি টকা ব্যয় সাপেক্ষ একাধিক উন্নয়নমুলক কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন কৰিব৷ সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰিব৷ নিশা ৯ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ জিএমডিচি গ্ৰাউণ্ডত নৱৰাত্ৰি উৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷আহক ক্ৰীড়াক্ষেত্ৰত আমি এই উৎসাহ-উদ্দীপনা অটুট ৰাখোঁ আৰু আমাৰ যুৱকসকলক খেলপথাৰত উজলি উঠিবলৈ অনুপ্ৰাণিত কৰোঁঃ প্ৰধানমন্ত্ৰী
December 05th, 10:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক্ৰীড়াক্ষেত্ৰত যি উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে সেয়া অটুট ৰখাৰ লগতে আমাৰ যুৱ প্ৰজন্মক খেলপথাৰত উজলি উঠিবলৈ অনুপ্ৰাণিত কৰোঁ আহক।ডিডি ফ্ৰী ডিছত নিজৰ ৰাজ্যৰ দূৰদৰ্শন চেনেল লাভ কৰাৰ বাবে জনসাধৰণক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
March 09th, 07:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিডি ফ্ৰী ডিছত প্ৰথমবাৰৰ বাবে নিজৰ ৰাজ্যৰ দূৰদৰ্শন চেনেল লাভ কৰাৰ বাবে জনসাধৰণক অভিনন্দন জনাইছে৷কাইলৈ দেশজুৰি কৃষকৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 07:17 pm
প্ৰধানমন্ত্ৰীয়ে কাইলৈ পুৱা ৯.৩০ বজাত ভিডিঅ’ সংযোগৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষকসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব। এই বাৰ্তালাপৰ জৰিয়তে তেওঁ প্ৰত্যক্ষভাৱে কৃষকসকলৰ সমস্যাৰ বিষয়ে শুনাৰ সুযোগ লাভ কৰিব। অনুষ্ঠানত কৃষকসকলৰ উপাৰ্জন দুগুন কৰাৰ সন্দৰ্ভত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহো আলোচনা কৰা হ’ব।Technology is becoming an inseparable part of our lives: PM Modi during Mann Ki Baat
February 26th, 11:33 am
PM Narendra Modi today addressed the nation through his Mann Ki Baat. PM spoke on a wide range of topics - achievements of ISRO, digitization, cleanliness, pyang and women empowerment. The Prime Minister also said that attraction of Science for our young generation should increase and the country needs more and more scientists.People’s messages to make this Diwali special for Armed Forces
October 23rd, 09:18 am
The great respect and admiration that the nation has for our Armed Forces, will find expression this festive season, through a unique campaign being led by Prime Minister Narendra Modi. The #Sandesh2Soldiers campaign gives every citizen an opportunity to spread happiness and cheer among the Indian Armed Forces, who are guarding our nation’s frontiers, far from their loved ones on Diwali.Text of PM’s address at launching ceremony of DD Kisan Channel
May 26th, 09:21 pm
PM launches DD Kisan – India's first television channel dedicated to farmers
May 26th, 06:22 pm