ভাৰত-পোলেণ্ড কৌশলগত অংশীদাৰিত্ব কাৰ্যকৰী কৰণৰ বাবে কাৰ্য পৰিকল্পনা (২০২৪-২০২৮)
August 22nd, 08:22 pm
২০২৪ চনৰ ২২ আগষ্টত ৱাৰ্ছত অনুষ্ঠিত আলোচনাৰ সময়ত ভাৰত আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা সহমতৰ ভিত্তিত আৰু কৌশলগত অংশীদাৰিত্ব স্থাপনৰ পিছৰে পৰা দ্বিপাক্ষিক সহযোগিতাৰ গতিশীলতাক স্বীকাৰ কৰি, দুয়োপক্ষই পাঁচ বছৰীয়া কাৰ্য পৰিকল্পনা প্ৰণয়ন কৰিবলৈ আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই কাৰ্য পৰিকল্পনাই ২০২৪-২০২৮ৰ সময়ছোৱাত তলত উল্লেখ কৰা ক্ষেত্ৰসমূহত অগ্ৰাধিকাৰ ভিত্তিত দ্বিপাক্ষিক সহযোগিতাৰ পথ প্ৰদৰ্শন কৰিব:India- Poland Joint Statement “Establishment of Strategic Partnership”
August 22nd, 08:21 pm
At the invitation of PM Donald Tusk of Poland, PM Narendra Modi paid an official visit to Poland from August 21-22, 2024. The historic visit, came as both nations celebrate the 70th anniversary of their diplomatic relations. Recognizing their long-standing ties, reaffirming the deep-rooted bonds of friendship between their countries and peoples, and commitment to realizing the full potential of their ties, the two leaders decided to elevate India-Poland bilateral relations to the level of a Strategic Partnership.”PM Modi holds talks with PM Tusk of Poland
August 22nd, 06:10 pm
Prime Minister Narendra Modi met with the Prime Minister of Poland, where they discussed strengthening bilateral ties across various sectors, including trade, defense, and cultural cooperation. They also addressed global issues like the conflicts in Ukraine and West Asia, with an emphasis on enhancing strategic partnerships and people-to-people connections.পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিজ্ঞপ্তি
August 22nd, 03:00 pm
মোহনীয়া ৱাৰশ্ব চহৰত উষ্ম আদৰণি, নিখুঁত আতিথ্য আৰু বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰী টাস্কলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি বহুদিন ধৰি ভাৰতৰ এগৰাকী পৰম বন্ধু হৈ আহিছে। ভাৰত আৰু পোলেণ্ডৰ মাজৰ বন্ধুত্ব সুদৃঢ়কৰণত আপুনি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।পোলেণ্ডৰ ৱাৰশ্ব’ত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
August 21st, 06:11 pm
পোলেণ্ডৰ ৱাৰশ্ব’ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৫ বছৰৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ। তেওঁ ৰাষ্ট্ৰপতি শ্ৰীযুত এন্দ্ৰজেজ ছেবাষ্টিয়ান ডুডাৰ লগতে প্ৰধানমন্ত্ৰী শ্ৰীযুত ড’নাল্ড টাস্ক আৰু পোলেণ্ডৰ ভাৰতীয় সমূদায়ৰ সৈতে মত বিনিময় কৰে৷পোলেণ্ড আৰু ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
August 21st, 09:07 am
মই আজিৰেপৰা পোলেণ্ড আৰু ইউক্ৰেইনলৈ চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছোঁ।Prime Minister Narendra Modi to visit Poland and Ukraine
August 19th, 08:38 pm
Prime Minister Narendra Modi will make historic visits to Poland (August 21-22, 2024) and Ukraine. This marks the first visit by an Indian Prime Minister to Poland in 45 years and the first-ever visit to Ukraine since diplomatic ties were established in 1992. In Poland, PM Modi will engage with top leaders and the Indian community. In Ukraine, discussions will cover a wide range of bilateral issues, aiming to deepen ties, with interactions planned with the Indian diaspora, including students.পোলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত মহামহিম ড’নাল্ড টাস্কক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 14th, 01:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ড’নাল্ড টাস্কক পোলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছে।Press statement by PM during India-EU Summit
October 06th, 02:45 pm
PM Narendra Modi met Mr. Donald Tusk, President of European Council and Mr. Jean-Claude Juncker, President, European Commission today and reviewed bilateral and strategic partnership. During the joint press statements, PM Modi expressed India's will to further enhance ties with the European Union at global level.PM Modi attends 13th India-EU Summit
March 30th, 10:28 pm
Prime Minister Modi meets Donald Tusk and Jean-Claude Juncker
November 15th, 11:57 pm