২৫.১০.২০২০ তাৰিখে সম্প্ৰচাৰিত ‘মন কী বাত ২.০’ৰ ১৭তম খণ্ডত প্ৰধানমন্ত্ৰী প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
October 25th, 11:00 am
বন্ধুসকল, যেতিয়া আমি উৎসৱ আৰু উৎসৱৰ প্ৰস্তুতিৰ বিষয়ে কথা কও তেতিয়া বজাৰলৈ কেতিয়া যাম, কি কিনিম, এইবোৰ কথাই প্ৰথমে চিন্তা কৰো৷ বিশেষকৈ শিশুসকল এই বিষয়ত অধিক উৎসাহী হৈ থাকে৷ উৎসৱৰ বতৰত তেওঁলোকে কি কি উপহাৰ লাভ কৰিব সেই বিষয়ে তেওঁলোক উৎসুক হৈ থাকে৷ উৎসৱৰ আনন্দ আৰু বজাৰৰ জাকজমকৰ মাজত আন্তঃসম্বন্ধ আছে৷ কিন্তু এইবাৰ যেতিয়াই আপোনালোকে বজাৰলৈ যাব তেতিয়াই আমাৰ ‘ভকেল ফ’ৰ লোকেল’ৰ বিষয়ে মনত ৰাখিব৷ বজাৰৰ পৰা বস্তু ক্ৰয় কৰোতে আমি স্থানীয় সামগ্ৰীক প্ৰাধান্য দিব লাগিব৷West Bengal will play a significant role in ‘Purvodaya’: PM Modi
October 22nd, 10:58 am
Prime Minister Narendra Modi joined the Durga Puja celebrations in West Bengal as he inaugurated a puja pandal in Kolkata via video conferencing today. The power of maa Durga and devotion of the people of Bengal is making me feel like I am present in the auspicious land of Bengal. Blessed to be able to celebrate with you, PM Modi said as he addressed the people of Bengal.PM Modi inaugurates Durga Puja Pandal in West Bengal
October 22nd, 10:57 am
Prime Minister Narendra Modi joined the Durga Puja celebrations in West Bengal as he inaugurated a puja pandal in Kolkata via video conferencing today. The power of maa Durga and devotion of the people of Bengal is making me feel like I am present in the auspicious land of Bengal. Blessed to be able to celebrate with you, PM Modi said as he addressed the people of Bengal.ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
October 20th, 05:40 pm
ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধখনত জনতা কাৰ্ফিউৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত আমি সকলো ভাৰতবাসীয়ে সুদীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিছো৷ সময়ৰ সৈতে আৰ্থিক গতিবিধিও ধীৰে ধীৰে দ্ৰুত হৈছে৷ আমাৰ অধিকাংশ লোকে নিজৰ দায়িত্ব পালনৰ বাবে, পুনৰ জীৱনক গতি প্ৰদান কৰাৰ বাবে নিতৌ ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া হৈছে৷ উৎসৱৰ এই বতৰত বজাৰতো খদম-দম বৃদ্ধি পাইছে৷ কিন্তু আমি এয়া পাহৰিব নালাগিব যে লকডাউন নাথাকিলেও ভাইৰাছ কিন্তু যোৱা নাই৷ বিগত ৭-৮ মাহত প্ৰত্যেক ভাৰতীয়ৰ প্ৰয়াসৰ দ্বাৰা ভাৰত আজি যি পৰিস্থিতিত আছে সেই পৰিস্থিতিক নষ্ট হ’বলৈ দিব নালাগিব আৰু ইয়াক অধিক উন্নত কৰিব লাগিব৷দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্রীৰ বিশেষ ভাষ
October 20th, 05:34 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আজি দূৰদৰ্শনত দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ দেশত ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত কোনো আন্তসন্তুষ্টিৰ স্থান নাই বুলি উল্লেখ কৰি তেওঁ নাগৰিকসকলৰ প্ৰতি আহ্বান জনায় কয় যে তেওঁলোকে যাতে এই যুদ্ধত কোনোধৰণৰ শিথিলতা নেদেখুৱায়৷Balasaheb Vikhe Patil Ji's work for the progress of poor, efforts towards education in Maharashtra will inspire generations to come: PM
October 13th, 11:01 am
PM Narendra Modi released the biography of late Dr. Balasaheb Vikhe Patil. Speaking on the occasion, PM Modi said, Balasaheb’s work for the progress of poor, efforts towards education and success of cooperative in Maharashtra will inspire generations to come.PM releases the autobiography of Dr. Balasaheb Vikhe Patil titled ‘Deh Vechwa Karani’
October 13th, 11:00 am
PM Narendra Modi released the biography of late Dr. Balasaheb Vikhe Patil. Speaking on the occasion, PM Modi said, Balasaheb’s work for the progress of poor, efforts towards education and success of cooperative in Maharashtra will inspire generations to come.