গোৱাৰ ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 18th, 10:31 am
গোৱাৰ শক্তিবান আৰু লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ, গোৱাৰ সু-সন্তান শ্ৰীপদ নায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ মিত্ৰ ডা০ ভাৰতী...পৱাৰ জী, গোৱাৰ মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল, উপস্থিত জন প্ৰতিনিধি, ‘ক’ৰোনা-যোদ্ধা’ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!PM interacts with healthcare workers and beneficiaries of the COVID vaccination programme in Goa
September 18th, 10:30 am
PM Modi interacted with healthcare workers and beneficiaries of the COVID vaccination programme in Goa on the completion of 100% first dose coverage for the adult population in the state. The PM commended the kind of coordination that Goa has shown in dealing with social and geographical challenges. “Goa has shown the great results of ‘Sabka Saath, Sabka Vikas, Sabka, Vishwas and Sabka Prayas.” he said.হিমাচল প্ৰদেশত ক’ভিড টীকাকৰণ অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 06th, 11:01 am
হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
September 06th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।বিগত ৭ বছৰে, আমি 'টীম ইণ্ডিয়া' হিচাবে কাম কৰিছো: মন কী বাতত প্ৰধানমন্ত্ৰী
May 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আমি দেখিছো যে দেশখনে কেনেদৰে সৰ্বশক্তিৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে। এইটো যোৱা এশ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহামাৰী আৰু এই মহামাৰীৰ মাজত ভাৰতেও বহুতো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে দৃঢ়তাৰে যুঁজিছে। এই সময়ছোৱাত ঘূৰ্ণীবতাহ আম্ফান আহিছে, ঘূৰ্ণীবতাহ নিসৰ্গ আহিছে, বহুতো ৰাজ্য বানপানীত প্লাবিত হৈছে, বহুতো ভূমিকম্প, ডাঙৰ আৰু সৰু, ভূমিস্খলন হৈছে।কোভিড-১৯ টীকাকৰণ অভিযানৰ সৰ্ব-ভাৰতীয় শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
January 16th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।সমগ্ৰ দেশতে ক’ৰোনা টীকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 16th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।গুজৰাটৰ ৰাজকোটত এইমছৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
December 31st, 11:34 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মুখ্যমন্ত্ৰী শ্ৰীমান বিজয় ৰূপানী জী, বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰাজেন্দ্ৰ ত্ৰিবেদী জী, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষবৰ্ধন জী, উপ–মুখ্যমন্ত্ৰী ভাই নীতিন পেটেল জী, মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰীমান অশ্বিনী চৌবে জী, মনুসুখ ভাই মাণ্ডাভিয়া জী, পুৰুষোত্তম ৰূপালা জী, গুজৰাট চৰকাৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ চুড়াচমা জী, শ্ৰী কিশোৰ কনানী জী, অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিশিষ্ট ব্যক্তি তথা ভাই–ভনীসকল,প্ৰধানমন্ত্ৰীয়ে ৰাজকোটত এইমছৰ আধাৰশিলা স্থাপন কৰ
December 31st, 11:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এইমছ ৰাজকোটৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও অনুষ্ঠানত উপস্থিত থাকে।Better connectivity benefits tourism sector the most: PM Modi
December 07th, 12:21 pm
PM Narendra Modi on Monday inaugurated the construction of the Agra metro project via video conferencing. He said Agra has always had a very ancient identity but now with new dimensions of modernity, the city has joined the 21st century. He added in the six years after 2014, more than 450km of metro lines have become operational in the country and about 1000km of metro lines are in progress.PM inaugurates construction work of Agra Metro project in Agra
December 07th, 12:20 pm
PM Narendra Modi on Monday inaugurated the construction of the Agra metro project via video conferencing. He said Agra has always had a very ancient identity but now with new dimensions of modernity, the city has joined the 21st century. He added in the six years after 2014, more than 450km of metro lines have become operational in the country and about 1000km of metro lines are in progress.Vaccination campaign will kickstart in India as soon as the vaccine is approved by the scientists: PM
December 04th, 01:01 pm
PM Modi chaired a virtual meeting with leaders of all parties to discuss Covid-19 situation in the country. He said three vaccines are in trial stage in India and when ready, healthcare and frontline workers, and elderly persons with serious ailments will be given priority in vaccination.PM holds All Party Meeting to discuss Covid-19 vaccination strategy
December 04th, 01:00 pm
PM Modi chaired a virtual meeting with leaders of all parties to discuss Covid-19 situation in the country. He said three vaccines are in trial stage in India and when ready, healthcare and frontline workers, and elderly persons with serious ailments will be given priority in vaccination.উত্তৰ প্ৰদেশৰ পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া ৰূপান্তৰ
October 27th, 10:35 am
কিছু দেৰী পূৰ্বে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সকলো হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰি আছিলো, তেতিয়া মই অনুভৱ কৰিলো যে সকলো সুখী হৈছে আৰু আচৰিতো হৈছো৷ পূৰ্বতে চাকৰি কৰা লোকসকলে ঋণৰ বাবে বেংকলৈ অহা-যোৱা কৰিব লাগিছিল৷ দৰিদ্ৰ লোক, পদপথৰ ব্যৱসায়ীসকলে বেংকৰ ভিতৰলৈ যোৱাৰ বিষয়ে কল্পনাও কৰিব পৰা নাছিল৷ কিন্তু আজি বেংকে নিজে তেওঁলোকৰ দুৱাৰমুখত উপস্থিত হৈছে৷ কোনো দৌৰা-দৌৰি নকৰাকৈ নিজৰ কাম আৰম্ভ কৰাৰ বাবে ঋণ পোৱা গৈছে৷ আপোনালোকৰ মুখত এই সন্তোষ দেখি মইও সন্তোষিত হৈছো৷ আপোনালোক সকলোকে আপোনালোকৰ কামৰ বাবে, আত্মনিৰ্ভৰ হৈ আগবাঢ়ি যোৱাৰ বাবে, উত্তৰ প্ৰদেশ আৰু দেশক আগুৱাই লৈ যোৱাৰ বাবে অনেক শুভকামনা জনাইছো৷PM Modi interacts with beneficiaries of PM SVANidhi Scheme from Uttar Pradesh
October 27th, 10:34 am
PM Narendra Modi interacted with beneficiaries of PM SVANIDHI Yojana from Uttar Pradesh through video conferencing. The Prime Minister said for the first time since independence street vendors are getting unsecured affordable loans. He said the maximum applications of urban street vendors have come from UP.গুজৰাটত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 24th, 10:49 am
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী নীতিন পেটেল জী, গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ শ্ৰী চি. আৰ. পাটিল জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়কসকলৰ লগতে মোৰ কৃষক ভাই-ভনীসকল, গুজৰাটৰ ভাই-ভনীসকল৷গুজৰাটত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 24th, 10:48 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে সম্পন্ন হোৱা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ কৃষকসমাজৰ বাবে দিনৰ ১৬ ঘণ্টা ধৰি পানী যোগান ধৰিব পৰা ‘কিষাণ সূৰ্যোদয় যোজনা’ শীৰ্ষক আঁচনিখনো মুকলি কৰে। একেটা অনুষ্ঠানতে তেওঁ ‘ইউ এন মেহতা ইনষ্টিটিউট অব কাৰ্ডিঅ’লজী এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ৰ সৈতে সংলগ্ন কৰি নিৰ্মাণ কৰা ‘শিশু হৃদৰোগ হাস্পটাল’ এখন মুকলি কৰাৰ লগতে ‘আহমেদাবাদ অসামৰিক চিকিত্সালয়’ত ‘টেলি-কাৰ্ডিঅ’লজী সেৱা’ আগবঢ়াব পৰা এটা ‘মোবাইল এপ্’-ৰো শুভাৰম্ভ ঘোষণা কৰে।PM launches public movement and appeals everyone to unite in fight against corona
October 08th, 11:07 am
PM Modi launched a public movement today and appealed everyone to unite in the fight against Coronavirus. The campaign is being launched with the aim to encourage people’s participation. Under the campaign, a COVID-19 pledge will be taken by all. A concerted action plan will be implemented by Central Government Ministries/ Departments and State Governments/ Union Territories.কৃষি বিধেয়কে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক অতিশয় লাভান্বিত কৰিবঃ প্ৰধানমন্ত্ৰী মোদী
September 25th, 11:10 am
দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত এক কাৰ্যসূচীত বিজেপিৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২১শ শতিকাত ভাৰতক বিশ্ব নেতাৰ আসনত অধিষ্ঠিত কৰিবলৈ আজি যিখিনি অগ্ৰগতি লাভ কৰা হৈছে, তাত পণ্ডিত দীনদয়াল উপাধ্যায় জীৰ এটা প্ৰধান অৱদান আছে।” তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, নতুন কৃষি বিধেয়কসমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা আছে।পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীত বিজেপিৰ কাৰ্যকৰ্তাসকলক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
September 25th, 11:09 am
দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত এক কাৰ্যসূচীত বিজেপিৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২১শ শতিকাত ভাৰতক বিশ্ব নেতাৰ আসনত অধিষ্ঠিত কৰিবলৈ আজি যিখিনি অগ্ৰগতি লাভ কৰা হৈছে, তাত পণ্ডিত দীনদয়াল উপাধ্যায় জীৰ এটা প্ৰধান অৱদান আছে।” তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, নতুন কৃষি বিধেয়কসমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা আছে।