Modernization of stations will create a new atmosphere for development in the country: PM Modi
August 06th, 11:30 am
In a historic move, PM Modi laid the foundation stone for the redevelopment of 508 Railway Stations across the country via video conferencing. Redeveloped at a cost of more than Rs 24,470 crores, these 508 stations are spread across 27 states and union territories. Addressing the gathering, the PM Modi remarked “There is new energy, new inspirations and new resolutions”, the Prime Minister said underlining that it is the beginning of a new chapter in the history of Indian Railway.সমগ্ৰ দেশৰ ৫০৮টা ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
August 06th, 11:05 am
২৪,৪৭০ কোটিতকৈ অধিক টকা ব্যয়েৰে পুনৰ উন্নয়ন কৰা এই ৫০৮টা ষ্টেচন ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে, যাৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ৫৫ টাকৈ, বিহাৰত ৪৯টা, মহাৰাষ্ট্ৰত ৪৪, পশ্চিমবংগত ৩৭, মধ্য প্ৰদেশত ৩৪, অসমত ৩২টা ওড়িশাত ২৫ টা, পঞ্জাৱত ২২টা, গুজৰাট আৰু তেলেংগানাত ২১টাকৈ, ঝাৰখণ্ডত ২০টা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত ১৮টাকৈ, হাৰিয়ানাত ১৫টা, কৰ্ণাটকত ১৩ টা ষ্টেচন আছে৷অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
May 29th, 12:22 pm
অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াজী, মুখ্যমন্ত্ৰী ভাই হিমন্ত বিশ্ব শৰ্মাজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সদস্য অশ্বিনী বৈষ্ণৱ জী, সৰ্বানন্দ সোণোৱালজী, ৰামেশ্বৰ তেলী জী, নিশিথ প্ৰমানিক জী, জন বৰলাজী, আন সকলো মন্ত্ৰী, সাংসদ, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযোগ কৰা অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে
May 29th, 12:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। বন্দে ভাৰত এক্সপ্ৰেছে গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযুক্ত কৰিব আৰু এই যাত্ৰাত ৫ ঘন্টা ৩০ মিনিট সময় লাগিব। প্ৰধানমন্ত্ৰীয়ে ১৮২ ৰুট কিলোমিটাৰ নতুনকৈ বিদ্যুৎ সংযোগী অংশ উচৰ্গা কৰাৰ লগতে অসমৰ লামডিঙত নতুনকৈ নিৰ্মিত DEMU/MEMU চেড উদ্বোধন কৰে।ভূপাল আৰু নতুন দিল্লীৰ মাজত চলাচল কৰিবলগীয়া ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লগাড়ীৰ যাত্ৰা মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 01st, 03:51 pm
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ জী, ৰে'লমন্ত্ৰী অশ্বিনী জী, গণ্যমান্য ব্যক্তিসকল আৰু বৃহত্ সংখ্যাত আহি ইয়াত উপস্থিত হোৱা ভূপালৰ মোৰ মৰমৰ!মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ ইন্দোৰত ৰাম নৱমীত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ
April 01st, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ৰে’লৱে ষ্টেচনত ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰাৰ লগতে ৰে’লৰ শিশু আৰু কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে।This nation belongs to each and every Indian: PM Modi
April 17th, 02:37 pm
At Dadra and Nagar Haveli, PM Modi inaugurated several government projects, distributed sanction letters to beneficiaries of PMAY Gramin and Urban, and gas connections to beneficiaries of Ujjwala Yojana. PM Modi also laid out his vision of a developed India by 2022 where everyone has own houses. PM Modi also emphasized people to undertake digital transactions and make mobile phones their banks.PM launches Government projects in Dadra and Nagar Haveli
April 17th, 02:36 pm
PM Narendra Modi inaugurated several Government projects at Silvassa, Dadra and Nagar Haveli. These include Government buildings, solar PV systems, Jan Aushadhi Kendras and a Passport Seva Kendra. He also distributed Aids and Assistive Devices to Divyangjans, and other benefits under existing Government schemes.