দিব্য কুমাৰে কণ্ঠদান কৰা “হৰ ঘৰ মন্দিৰ, হৰ ঘৰ উৎসৱ” আধ্যাত্মিক ভজন শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 13th, 11:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধাৰ্থ অমৃত ভাৱছাৰে সংগীত কৰা আৰু দিব্য কুমাৰে কণ্ঠদান কৰা “হৰ ঘৰ মন্দিৰ, হৰ ঘৰ উৎসৱ” আধ্যাত্মিক ভজন শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে কয় যে কেইবা শতিকাৰ অপেক্ষাৰ পাছত অযোধ্যা ধামত সেই পবিত্ৰ ক্ষণ সমাগত হৈছে। এই শুভক্ষণত উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈকে সকলোতে ভগৱান ৰামৰ প্ৰশংসা প্ৰতিধ্বনিত হৈ আছে বুলি শ্ৰী মোদীয়ে লগতে কয়।স্ব-ৰচিত এটি গৰ্বা গীত শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে
October 15th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পুৱাৰ ভাগত এক গৰ্বা শ্বেয়াৰ কৰে, যিটো তেওঁ যোৱা সপ্তাহত ৰচনা কৰিছিল।