প্ৰধান বিজ্ঞান প্ৰতিষ্ঠানসমূহৰ সৈতে মত-বিনিময়ক লৈ প্ৰধানমন্ত্ৰীৰ টুইট

July 08th, 03:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় অনুদানপ্ৰাপ্ত ১০০ তকৈও অধিক কাৰিকৰী প্ৰতিষ্ঠানৰ সঞ্চালকৰ সৈতে হোৱা মত-বিনিময়ৰ পিছত বৈঠকত উপস্থাপন কৰা দেশৰ প্ৰধান বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ সৈতে হোৱা বাৰ্তালাপৰ বিৱৰণ ভাগ বতৰা কৰে। প্ৰধানমন্ত্ৰীয়ে আইআইএছচি বেংগালুৰু, আইআইটি মুম্বাই, আইআইটি চেন্নাই, আইআইটি কানপুৰৰ বিষয়ে টুইট কৰে।

কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে পৰিচালিত কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ সঞ্চালকসকলৰে মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে

July 08th, 02:30 pm

কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে পৰিচালিত কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ সঞ্চালকসকলৰে মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ৮জুলাই, ২০২১ত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অনুষ্ঠিত সভাখনত দেশৰ ১০০ৰো অধিক প্ৰতিষ্ঠানৰ মূৰব্বীসকলে অংশগ্ৰহণ কৰে।