তিৰুচিৰাপল্লীৰ ভাৰতীদছন বিশ্ববিদ্যালয়ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 02nd, 11:30 am
তামিলনাডুৰ ৰাজ্যপাল থিৰু আৰএন ৰবি জী, মুখ্যমন্ত্ৰী থিৰু এম কে ষ্টেলিন জী, ভাৰতীদছন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য থিৰু এম ছেলভান জী, মোৰ যুৱ বন্ধুসকল আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকল,প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে
January 02nd, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে। তেওঁ বিশ্ববিদ্যালয়খনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বঁটাও প্ৰদান কৰে।আইন মন্ত্ৰী আৰু সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনূদিত ৰূপ
October 15th, 12:42 pm
ষ্টেচু অৱ ইউনিটিৰ মহিমাৰ মাজতে দেশৰ আৰু সকলো ৰাজ্যৰ আইন মন্ত্ৰী আৰু সচিবসকলৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। আজি যেতিয়া দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, চৰ্দাৰ পেটেলে জনস্বাৰ্থৰ বাবে আগবঢ়োৱা ত্যাগে, অনুপ্ৰেৰণাই আমাক সঠিক দিশত লৈ যাব আৰু আমাক লক্ষ্যলৈ লৈ যাব।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ একতা নগৰত আইন মন্ত্ৰী আৰু আইন সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে
October 15th, 12:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে আইন মন্ত্ৰী আৰু আইন সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে।হিমাচল প্ৰদেশত ক’ভিড টীকাকৰণ অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 06th, 11:01 am
হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
September 06th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।IPS Probationers interact with PM Modi
July 31st, 11:02 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.Move forward for ‘Su-rajya’: PM Modi to IPS Probationers
July 31st, 11:01 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.PM interacts with IPS probationers at Sardar Vallabhbhai Patel National Police Academy
July 31st, 11:00 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.India has a rich legacy in science, technology and innovation: PM Modi
December 22nd, 04:31 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.PM delivers inaugural address at IISF 2020
December 22nd, 04:27 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.PM Modi addresses Indian community in Japan
June 27th, 03:48 pm
Addressing the Indian community in Japan, PM Narendra Modi spoke about the huge mandate which the government got in the recently concluded 2019 General Elections. He termed it as the victory of truth and democracy. PM Modi remembered greats like Swami Vivekananda, Gurudev Rabindranath Tagore, Mahatma Gandhi, Netaji Subhash Chandra Bose, Justice Radhabinod Pal and highlighted their invaluable contributions to strengthen India's relationship with Japan.Our focus is on creating next-gen infrastructure: PM Modi
December 18th, 04:55 pm
Prime Minister Modi laid the foundation stone of Phase 3 of Pune metro. Addressing the gathering, PM Modi said that the government was according topmost priority to connectivity, PM Modi said, From Kargil to Kanyakumari, from Kutch to Kamrup, if you travel, you will know at what speed and at how many levels the work is going on.Transportation is the key to development for any city and any country: PM Modi
December 18th, 02:30 pm
Prime Minister Modi laid the foundation stone of the Metro project in Kalyan. Addressing a gathering, PM Modi said, Transportation is the key to development for any city and any country” adding, “India is one of the countries of the world where urbanization is taking place at a fast pace.” The Prime Minister also reiterated the government’s vision of ‘Housing for All’ by 2022 when India celebrates its 75th year of independence.মহাৰাষ্ট্ৰত আৱাসগৃহ আৰু নগৰীয়া উন্নয়ন বিষয়ক গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ
December 18th, 12:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত আৱাসগৃহ আৰু নগৰীয়া উন্নয়ন বিষয়ক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰে৷PM Modi interacts with party workers from Kanyakumari, Coimbatore, Nilgiris, Namakkal and Salem
December 15th, 04:30 pm
Prime Minister Narendra Modi interacted with booth-level Karyakartas of BJP in Tamil Nadu today. The video interaction is one of the many such interactions of PM Modi with the booth level Karyakartas.The movement towards more digital payments is linked to eliminating middlemen: PM Modi
June 15th, 10:56 am
Interacting with the befuddled of various Digital India efforts, PM Modi remarked that the motive of the initiative was to further the reach of technology, especially in rural areas.সমগ্ৰ দেশতে ডিজিটেল ইণ্ডিয়াৰ বিভিন্ন পদক্ষেপৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
June 15th, 10:56 am
বিগত কিছুদিনৰ পৰা চৰকাৰৰ বিভিন্ন যোজনা হিতাধিকাৰীসকলৰ সৈতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিবলৈ, কথা পাতিবলৈ, তেওঁলোকৰ কথা শুনিবলৈ মোৰ সৌভাগ্য হৈছে আৰু মই এয়া ক’ব পাৰোঁ যে ই এক অতুলনীয় অনুভৱ৷ আৰু মই সদায়েই এই কাৰ্যৰ প্ৰতি আগ্ৰহী যে ফাইলৰ বাহিৰেও জীৱন এটা থাকে৷ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেয়া প্ৰত্যক্ষভাৱে জনসাধাৰণৰ পৰা শুনাৰ পিছত, তেওঁলোকৰ অভিজ্ঞতাসমূহ জনাৰ পিছত মনত সন্তোষ প্ৰাপ্ত হয়৷ কাম কৰাৰ শক্তি প্ৰাপ্ত হয়৷ আজি ডিজিটেল ইণ্ডিয়াৰ কিছুমান যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছোঁ৷A Digital India guarantees transparency, effective service delivery and good governance: PM Modi
October 07th, 06:15 pm
PM Narendra Modi today dedicated new campus building of IIT Gandhinagar to the nation and launched Pradhan Mantri Gramin Digital Saksharta Scheme. Speaking at the event, the PM said, Work is underway to spread digital literacy to every part of India, among all age groups and sections of society.PM Modi dedicates new campus building of IIT Gandhinagar to the nation, launches Digital Saksharta Scheme
October 07th, 06:13 pm
PM Narendra Modi today dedicated new campus building of IIT Gandhinagar to the nation and launched Pradhan Mantri Gramin Digital Saksharta Scheme. Speaking at the event, the PM said, Work is underway to spread digital literacy to every part of India, among all age groups and sections of society.